1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:48 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

মণিপুৰলৈ আহি কি কি ক’লে প্ৰধানমন্ত্ৰীয়ে…

  • Update Time : Tuesday, January 4, 2022

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় মণিপুৰত। প্ৰায় ৪৮০০কোটিটকীয়া ২২টা প্ৰকল্পৰ শিলান্যাস কৰি তেওঁ ইম্ফলত সম্বোধন কৰে এখন জনসভা।

জনসভা সম্বোধন কৰি তেওঁ কয়- মই আকাশী পথেৰে আহিছিলো আৰু দেখিছিলো যে ৮কিঃমিঃ দীঘলীয়া মানুহৰ শাৰী। এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো। আজিৰে পৰা কিছুদিনৰ পিছত ২১জানুৱাৰীত মণিপুৰে ৰাজ্যৰ মৰ্যদা পোৱা ৫০বছৰ পূৰ্ণ হ’ব। এয়া সচাকৈয়ে প্ৰেৰণাদায়ক কথা।

তেওঁ লগতে কয়- মণিপুৰত আজি ৬০শতাংশ ঘৰলৈ গৈছে পানীৰ পাইপ। অতি সোনকালেই ১০০শতাংশ ঘৰলৈ যাব পানীৰ পাইপ। এয়াই হৈছে ডবল ইঞ্জিনৰ শক্তি। আজি শিলান্যাস হোৱা প্ৰকল্পৰ বাবে মই মণিপুৰবাসীৰ ওচৰত সদায়েই কৃতজ্ঞ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme