1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:57 pm

উত্তৰ পূবৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠক…

  • Update Time : Saturday, December 11, 2021

ডিজিটেল ডেস্কঃ শনিবাৰে উত্তৰ-পূবৰ সাংসদসকলে সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ নেতৃত্বত এই সাক্ষাতত বিভিন্ন দিশ সামৰি লোৱা হয়। উত্তৰ বিভিন্ন সমস্যা তথা বিভিন্ন সাম্প্ৰতিক বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহে সাংসদসকল। সাংসদৰ এই দলটোত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো।

দলটোত আছিল,  সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা, কুইন ওজা, ভুৱনেশ্বৰ কলিতা, প্ৰদান বৰুৱাৰ লগতে কেইবাজনো সাংসদ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজেজুও উপস্থিত আছিল এই সাক্ষাতকালত।

Image


 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme