1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব…

  • Update Time : Monday, March 13, 2023
  • মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা ফাদিলক লৈ মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া।
  • তেওঁ কয়- ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব।
  • সকলো বিষয়ৰে তদন্ত হ’ব, আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো।
  • চৰকাৰক বদনাম কৰিবলৈও এনে কাম কৰে ।
  • দুষ্ট চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে হাজৰিকাই।
  • দোষ মানি লৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই ঘটনাৰ বাবে আমি দুখী আৰু আমি আমাৰ দোষ মানি লৈছো।
  • এনে ভুল হ’ব নালাগিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme