1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 6:39 am

আছে অন্য প্ৰেমিকা! পত্নীক নিৰ্যাতন চলাই বিপদত পৰিছে জনপ্ৰিয় অভিনেতা…

  • Update Time : Sunday, October 30, 2022
  • পত্নীৰ শাৰিৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত বিপদত পৰিছে ভোজপুৰী জনপ্ৰিয় অভিনেতা পৱন সিং
  • পত্নীয়ে তৰা গোচৰৰ সন্দৰ্ভত অহা ৫নৱেম্বৰত আদালতত হাজিৰ হবলৈ নিৰ্দেশ।
  • পত্নী জ্যোতি সিঙৰ অধিবক্তাই জাৰি কৰিছে এই আইনী জাননী।
  • এই দোষত দোষী সাব্যস্ত হলে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ লগতে জৰিমনাও ভৰিব লাগিব পৱন সিঙে।
  • অৱশ্যে এই অভিযোগ মিছা বুলি কৈ আহিছে অভিনেতাগৰাকীয়ে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পৱন সিঙৰ প্ৰথমা পত্নীয়ে আত্মহত্যাৰ পথ বাচি লৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme