1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

অভিনেতা পংকজ পূজাৰী আৰু নাই…

  • Update Time : Tuesday, January 18, 2022

ডিজিটেল ডেস্কঃ কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে এটা দুখবৰ। অসমৰ সাংস্কৃতিক জগতত এখন সুকীয়া আসন দখল কৰা  অভিনেতা পংকজ পূজাৰী আৰু নাই।  ভ্ৰাম্য়মাণ, ধাৰাবাহিক, চলচ্চিত্ৰত নিজৰ অভিনয়েৰে লাখ লাখ দৰ্শকক মোহাচন্ন কৰি ৰখা পূজাৰী মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে অসমৰ ছবিজগতত। মঙলবাৰে বিয়লি কিডনীজনিত সমস্যাত ভুগি থকা অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে।  উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ কেইবাখনো ধাৰাবাহিকৰ কামত ব্যস্ত আছিল অভিনেতাগৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme