1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:09 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কোনোদিনে পত্নীক ৰন্ধা, বঢ়া বা অন্য কোনো ঘৰুৱা কৰ্মত সহায় নকৰে স্বামীয়ে সেয়ে পত্নীয়ে ল’লে এই সিদ্ধান্ত!

ব্ৰিটেইনৰ এগৰাকী মহিলাই স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে কাৰণ স্বামীয়ে ছুটীত থকাৰ সময়ত তেওঁৰ বাবে ৰাতিৰ আহাৰ ৰান্ধিব পৰা নাছিল আৰু ঘৰৰ কাম-কাজতো সহায় কৰা নাছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহিলাগৰাকীয়ে কয় যে যোৱা কেইদিনমানৰ পৰা তেওঁ কাৰ্যালয়ত বহু সময় কাম কৰি আছিল। এনে অৱস্থাত স্বামীয়ে ৰাতিৰ আহাৰ ৰান্ধিব বুলি প্ৰতিশ্ৰুতি দিছিল। ১২ ঘণ্টা কাম read more

আপোনাৰ সচাঁকৈয়ে সময় নাই নেকি বাৰু? ইমানেই সময়ৰ নাটনি নে আপোনাৰ?

আজিকালি বহু সংখ্যক লোকৰে হাতত সময়ৰ অভাৱ। কাৰণ যদি সুধা, সেয়া হ’ব কামৰ বোজা। সময়ৰ অভাৱত বাঢ়ি গৈছে সম্পৰ্কৰ দুৰত্ব। কৰ্ম ব্যস্ততা আৰু সময়ৰ অভাৱ এতিয়া এটা মুদ্ৰাৰে ইপিঠি- সিপিঠি। আজিকালি যেন কাৰোৰে হাতত সময় নাই। পৰিয়াল, আত্মীয়সকলৰ খা-খবৰ ল’বলৈও যেন সময়ৰ অভাৱ। কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থকা জনৰো মাক- দেউতাকৰ সৈতে এসাঁজ খাবলৈ সময় read more

শিশুক মৰমেৰে বুজাওক,মৰমেৰে শিকাওক!

প্ৰতিজন পিতৃ-মাতৃয়েই নিজৰ সন্তানক এজন ভাল মানুহ হোৱাটো বিচাৰে, কিন্তু ইয়াৰ বাবে শিশুক সৰুৰে পৰাই কিছুমান কথা শিকোৱাটো খুবেই জৰুৰী যাতে তেওঁ ডাঙৰ হ’লে ভুল অভ্যাস গ্ৰহণ নকৰে । . আমি সদায় ল’ৰা-ছোৱালীৰ লগত কথা পতা উচিত বুলি সকলোৱে জানে, কিন্তু তেওঁলোকৰ সমস্যা অনুযায়ী কথা পাতিলে ভাল অভিভাৱকত্বৰ পৰিচয় পোৱা যায় ৷ শিশুসকলৰ সমস্যাৰ বিষয়ে read more

মাহেকীয়াৰ সময়ত ঘিউ মিহলি চাহ খাওঁক আৰু অসহনীয় বিষৰ পৰা উপশম পাওঁক!

ক) ঘিউৰ ব্যৱহাৰে পাচন তন্ত্ৰ উন্নত কৰে। ৰাতিপুৱা ইয়াক কম পৰিমাণে সেৱন কৰিলে পাচন তন্ত্ৰ উন্নত হয়। ই পুষ্টি আহৰণত সহায় কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰি ৰাখে। খ) ঘিউত থকা ভিটামিন আৰু এণ্টিঅক্সিডেণ্টে ভিতৰৰ পৰা ছালখনক স্বাস্থ্যৱান কৰে।ই ছালক প্ৰাকৃতিক তথা ৰং উজ্জ্বল কৰাত সহায় কৰে। গ) ঘিউ মগজুৰ বাবেও অতি উপকাৰী। ই শৰীৰত read more

কন্যা সন্তান বুলি জানিয়েই গৰ্ভতেই হত্যা , তাৰ পিছতে মাতৃৰো কৰুণ মৃত্যু!

  পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা এক চাঞ্চল্যকৰ ঘটনা। য’ত ঘৰতে গৰ্ভপাত কৰি ২৪ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰটোত ব্যৱস্থা গ্ৰহণ কৰি মৃত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে শাহুৱেকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। তদন্তৰ সময়ত আৰক্ষীয়ে গম পায় যে মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে ঘৰতে গৰ্ভপাত কৰিছিল যাৰ বাবে read more

কন্যা সন্তান বুলি জানিয়েই গৰ্ভতেই হত্যা , তাৰ পিছতে মাতৃৰো কৰুণ মৃত্যু!

পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা এক চাঞ্চল্যকৰ ঘটনা। য’ত ঘৰতে গৰ্ভপাত কৰি ২৪ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰটোত ব্যৱস্থা গ্ৰহণ কৰি মৃত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে শাহুৱেকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। তদন্তৰ সময়ত আৰক্ষীয়ে গম পায় যে মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে ঘৰতে গৰ্ভপাত কৰিছিল যাৰ বাবে তেওঁৰ read more

ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষকৰ বিষয়ে জানেনে?

ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষক তেওঁ, নাম এডউইন জুকোভছ। লিংকনশ্বাৰৰ বষ্টনৰ এজন ১৭বছৰীয়া ছাত্ৰ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষক। যিয়ে তেওঁতকৈ কেইবছৰমান সৰু ল’ৰা-ছোৱালীক পাঠদান কৰায়। ১৭বছৰীয়া এডউইন জুকোভছে স্থানীয় বিদ্যালয়ত ১০ৰ পৰা ১৩বছৰীয়া শিশুক সমাজ অধ্যয়ন পঢ়াই ১৭বছৰীয়া ছাত্ৰজনে । ১৮বছৰ নোহোৱাৰ বাবে তেওঁ অফিচিয়েল শিক্ষক হ’ব নোৱাৰে, গতিকে এতিয়াৰ বাবে তেওঁ ধন সংগ্ৰহ read more

বিবাহ বিচ্ছেদৰ প্ৰায় ২ মাহৰ পিছত মুখামুখি হ’ল নাটাছা-হাৰ্ডিক!

নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই চলিত বৰ্ষৰ জুলাই মাহত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। দুয়োজনে একেলগে এক বিবৃতি প্ৰকাশ কৰে, য’ত তেওঁলোকে কয় যে চাৰি বছৰ একেলগে থকাৰ পিছত পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে, কিন্তু একেলগে পুত্ৰ অগস্ত্যৰ যত্ন ল’ব। কিন্তু এই সিদ্ধান্তই তেওঁৰ অনুৰাগীসকলক বহুত হতাশ কৰিছিল আৰু মানুহে নাটাছাক বহুত ট্ৰল কৰিবলৈ read more

ওজন হ্ৰাস কৰিবলৈ অনুসৰণ কৰক এই বিশেষ ডাইট প্লেন

ওজন কমাবলৈ চাউথ বিচ ডায়েট যথেষ্ট ট্ৰেণ্ড হৈ পৰিছে। ইয়াৰ সহায়ত মাত্ৰ দুসপ্তাহতে ওজন ৪ৰ পৰা ৬ কিলোগ্ৰাম হ্ৰাস কৰিব পৰা যায়। এই খাদ্যক ওজন কমাবলৈ সৰ্বোত্তম বুলি গণ্য কৰা হয়। ওজন বৃদ্ধিয়ে বহু সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত কেৱল ফিটনেছ নহয়, সামগ্ৰিক স্বাস্থ্যও নষ্ট হ’ব পাৰে। এনে পৰিস্থিতিত মানুহে ওজন কমাবলৈ বিভিন্ন ধৰণৰ ৱৰ্কআউট read more

বৌয়েকে দা’ৰে কাটিলে দেওৰেকৰ গুপ্তাঙ্গ, সবিশেষ লিংকত…

বজালী কাতলা গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ বাবে লিংগ হেৰুৱালে দেওৰেকে। নিজ বৌৱেকৰ সৈতে গোপন সম্পৰ্ক ৰাখি অৱশেষত ছাইফুল ইছলাম নামৰ যুৱকজনৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা৷ বাক্সাৰ গোলাপ নাথে প্ৰেৰণ কৰা খবৰ অনুসৰি, কেইবা বছৰ ধৰি দেউৰেকৰ সৈতে অবৈধ সম্পৰ্ক আছিল বৌৱেক মালেকা খাতুনৰ। ককায়েক ঘৰত নথকাৰ সুযোগ লৈ সদায় read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme