1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:15 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কোনো লোক ঘৰলৈ আহিলে সাধাৰণতে প্ৰথমেই দিয়া Welcome Drink

কোনো লোক ঘৰলৈ আহিলে সাধাৰণতে প্ৰথমেই দিয়া Welcome Drink। বিশ্বৰ ভিন্ন প্ৰান্ত ভিন্নধৰণৰ Welcome Drink দিয়া হয়। একেদৰে ভাৰততো Welcome Drink হিচাপে দিয়া হয় একাপ চাহ। একাপ চাহেৰে প্ৰথমে ঘৰলৈ অহা আলহীক আতিথ্য প্ৰদান কৰা হয়। ঠিক একেদৰে বিশ্বৰ বিভিন্ন প্ৰান্ত এনেধৰণৰ Welcome Drink দিয়া হয়। ক’ত ক’ত কেনেদৰণৰ Welcome Drink দিয়া হয় জানো আহক। read more

এই ৪ বিধ উদ্ভিদ ফলপ্ৰসু প্ৰমাণিত হ’ব আমাৰ স্বাস্থ্যৰ বাবে

আয়ুৰ্বেদ হৈছে বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা ব্যৱস্থা। দীৰ্ঘদিন ধৰি বিস্মৃতিৰ মাজলৈ যোৱাৰ পিছত Covid-19 সংক্ৰমণৰ পিছত আকৌ এবাৰ প্ৰতি ঘৰে ঘৰে আয়ুৰ্বেদিক চিকিৎসা আৰু প্ৰতিকাৰ ব্যৱহাৰ কৰা হৈছে। এনে পৰিস্থিতিত জানি লওঁক কিছুমান বিশেষ কিছুমান উদ্ভিদৰ বিষয়ে যিবোৰ আয়ুৰ্বেদত ৰোগ নিৰাময়ৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। যদি আপুনিও আপোনাৰ ঘৰত আয়ুৰ্বেদিক গছ-গছনি খেতি কৰি read more

ভাৰতীয় সংস্কৃতিত সেন্দুৰৰ গুৰুত্ব কিমান?

ভাৰতীয় সংস্কৃতিত সেন্দুৰৰ অতি গুৰুত্ব আছে। সেন্দুৰ হৈছে পৰম্পৰাগত প্ৰসাধন সামগ্ৰী, যিটো প্ৰধানকৈ বিবাহিত মহিলাই ব্যৱহাৰ কৰে। হিন্দু ধৰ্মত ইয়াৰ ব্যৱহাৰৰ বিশেষ তাৎপৰ্য আছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে সেন্দুৰ কেনেকৈ তৈয়াৰ কৰা হয়? সেন্দুৰ তৈয়াৰ কৰিবলৈ বহু ধৰণৰ উপাদান ব্যৱহাৰ কৰা হয়। মূলতঃ ‘মাৰ্কিউৰী ছালফাইড’ (HgS) ইয়াত ব্যৱহাৰ কৰা হয়। ইয়াৰ ৰং উজ্জ্বল ৰঙা read more

ঘৰখনৰ সুখ-সমৃদ্ধিৰ বাবে কিদৰে সন্তুষ্ট কৰিব মা লক্ষ্মীক

লক্ষ্মী পূজা হৈছে হিন্দু ধৰ্মাৱলম্ৱীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। লক্ষ্মী দেৱী ত্ৰিদেৱী সমূহৰ ভিতৰত ধন, সম্পদ, উন্নতি, পোহৰ, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী৷ পূব ভাৰতত আহিন মাহৰ দুৰ্গাপূজাৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মী পূজা কৰা হয়। লক্ষ্মী পূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। পূজাৰ দিনা লক্ষ্মী দেৱীক আদৰিবলৈ ঘৰ-দুৱাৰ পৰিষ্কাৰ read more

অমিতাৰ সৈতে এই কেইবিধ খাদ্য খালে ঘটিব পাৰে স্বাস্থ্যৰ অৱণতি

অমিতা হৈছে বিভিন্ন গুণেৰে ভৰা এবিধ সুস্বাদু আৰু মিঠা ফল। আচলতে পকা অমিতায়ে হজম শক্তি বৃদ্ধি, শক্তি বৃদ্ধি আৰু যকৃতক সুস্থ কৰি তোলাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। কিন্তু বহু সময়ত অমিতা খোৱাৰ পিছত মানুহে অসুস্থ অনুভৱ কৰিবলৈ ধৰে। অৱশ্যে ইয়াৰ কাৰণ অমিতা খোৱাৰ ফলত এলাৰ্জী হ’ব পাৰে। কিন্তু সাধাৰণতে এই কেইবিধ খাদ্যৰ লগত বা তাৰ read more

কিবা ডাঙৰ হ’ব নেকি? ৰাষ্ট্ৰীয় ৰাজনীতিত এয়া কিহৰ ইংগিত?

চৰকাৰ গঠনৰ দুদিন পূৰ্বে অসমত নায়েব সিং চৈনীৰ উপস্থিতিক লৈ দেশৰ ৰাজনৈতিক পৰিমণ্ডলত এতিয়া ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে একেদৰে দেশৰ ৰাজনীতিত এয়া এক উল্লেখযোগ্য ঘটনা হিচাপেও পৰিগণিত হৈছে৷ কাৰণ বৰ্তমানো হাৰিয়ানাত চৰকাৰ গঠন হোৱাই নাই। হিন্দী বলয়ৰ গুৰুত্বপূৰ্ণ ৰাজ্যখনত পুনৰ গেৰুৱা শিবিৰে বাজিমাৎ মাৰিছে লগে লগে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে তৎপৰতাৰে আগবাঢ়িছে read more

এটা বিশেষ এপৰ জৰিয়তে লাভ কৰিব হেৰাই যোৱা ফোন

আজিকালি স্মাৰ্টফোনটো কেৱল মানুহৰ সৈতে সংযোগ স্থাপনৰ মাধ্যমেই নহয়, ইয়াত আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ, আপোনাৰ ব্যক্তিগত ফটো আৰু অনলাইন বেংকিঙৰ সৈতে জড়িত সবিশেষও থাকে। এনে পৰিস্থিতিত যদি আপোনাৰ ফোনটো চুৰি হয় বা হেৰাই যায় তেন্তে আপুনি আপোনাৰ সকলো ডাটা, বেংকৰ তথ্য আৰু বহুতো হেৰুৱাই পেলায়, যাৰ বাবে আপুনি বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। চুৰি বা read more

অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে আপোনাৰ স্মাৰ্ট ফোনটোৰ বেটাৰী

  বেটাৰী স্মাৰ্টফোনৰ অন্যতম স্পৰ্শকাতৰ অংশ। ইয়াৰ ফলত ফোনটো পাৱাৰ পোৱা যায়। যদি ফোনটোৰ বেটাৰী কম বা ডিচাৰ্জ হয় তেন্তে আপুনি ফোনটো ব্যৱহাৰ কৰিব নোৱাৰিব। সেয়েহে মাজে মাজে ফোনটো চাৰ্জ কৰিবলগীয়া হয়। কিন্তু, ফোনটোৰ বেটাৰীয়ে দীৰ্ঘদিন ধৰি সঠিকভাৱে কাম কৰিবলৈ হ’লে ইয়াক সঠিকভাৱে চাৰ্জ কৰাটো অতি প্ৰয়োজনীয়। অনুচিত চাৰ্জিং কৰিলে বেটাৰীৰ ক্ষতি হ’ব পাৰে আৰু read more

স্বাস্থ্যজনিত সমস্যাত ভূগি থকা এইসকল লোকে ভুলতে সেৱন নকৰিব হালধী গাখীৰ

হালধী গাখীৰ খোৱাটোৱে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এই হালধী গাখীৰ যে সকলোৰে বাবে উপকাৰী হ’ব সেয়া প্ৰয়োজনীয় নহয়। কিছুমান মানুহৰ বাবেও ই ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। হালধী গাখীৰ সাধাৰণতে সেৱন কৰাটো নিৰাপদ, কিন্তু বেছি পৰিমাণে বা দীৰ্ঘ সময়ৰ বাবে সেৱন কৰিলে ইয়াৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। গেষ্ট্ৰাইটিছৰ সমস্যাঃ হালধী read more

নিজৰ শেষৰটো প’ষ্টৰ জৰিয়তে দেশবাসীক কি কৈছিল ৰতন টাটাই

কাকো একো নোকোৱাকৈ অতি শান্ত আৰু অমায়িক স্বভাৱৰ অধিকাৰী ভাৰতৰ অমূল্য ৰতন খ্যাত ৰতন টাটা আৰু আমাৰ মাজত নাই। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৰতন স্বাস্থ্যৰ অৱনতিৰ কথা, যিটো খবৰে চিন্তিত কৰি তুলিছিল। ICUত ৰতন টাটা চিকিত্সাধীন হৈ থকা খবৰ প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক লগতে অসমৰো সংবাদ মাধ্যমতো। অতি কম সময়ৰ ভিতৰতে এই read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme