ডিজিটেল ডেস্কঃ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ ট্ৰলৰ সন্মুখীন হৈছে এগৰাকী মুখ্যমন্ত্ৰী। দেৱালীৰ শুভেচ্ছা দিবলৈ গৈ ভুলবশত হেপ্পি হোলী বুলি নিজা সামাজিক মাধ্যমত পোষ্ট কৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুৰাদ আলি শ্বাহে। মুৰাদ আলি শ্বাহে কৰা পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। একাংশই মুখ্যমন্ত্ৰীগৰাকীক টেগ কৰি সামাজিক মাধ্যমত লিখিছে, “হোমৱৰ্ক সঠিকভাৱে নকৰি চৰ্টকাট লৈ
read more