1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 10:45 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

পুনৰ ৰঙাঘৰলৈ ৰাজ কুন্দ্ৰা! লগতে এইবাৰ শিল্পাও…

ডিজিটেল ডেস্কঃ বিপদে ল’গ এৰা নাই অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাক৷ পৰ্ণগ্ৰাফী ছবি নিৰ্মাণৰ অভিযোগত ৰঙাঘৰলৈ যোৱা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ৷ এই অভিযোগ উত্থাপিত হৈছে ৰাজ কুন্দ্ৰাৰ লগতে অভিনেত্ৰী শিল্পা চেট্টীৰ বিৰুদ্ধেও। ১ কোটি ৫১ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ৷ read more

মৃত্যুগছ! এজোপা গছেই আপোনাৰো মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে…

ডিজিটেল ডেস্কঃ পৃথিৱীত লাখ লাখ প্ৰজাতিৰ উদ্ভিদ আছে। উদ্ভিদ অথৱা গছক বাদ দি পৃথিৱীত প্ৰাণীজগতৰ কথা আমি কল্পনাই কৰিব নোৱাৰো। গছে কাৰ্বনডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে। আৰু এই অক্সিজেন আমি গ্ৰহণ কৰো। প্ৰাণীজগতক জীয়াই ৰখাত সৰ্ববৃহৎ অৰিহনা যোগোৱা এই গছ অথৱা উদ্ভিদো প্ৰাণীৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। পৃথিৱীত এনে উদ্ভিদো আছে যাৰ সংস্পৰ্শই read more

ৰামনগৰী অযোধ্যাতে হিংসাৰ দাবানল! নিষিদ্ধ সূৰ্যোদয়…

ডিজিটেল ডেস্কঃ ‘অযোধ্যাত সূৰ্যোদয়’ চলমান খুৰ্ছিদৰ বিশেষ গ্ৰন্থখনে বিজেপি আৰু কংগ্ৰেছ দলৰ ৰাজনৈতিক হাঁথিয়াৰ হৈ পৰিছে। কিতাপখন যদিও প্ৰকাশ হোৱাৰ পিছতেই বন্ধ কৰি দিয়া হৈছে কিন্তু কিতাপখনক লৈ বিতৰ্ক আজিও অব্যাহত। ‘অযোধ্যাত সূৰ্যোদয়’ত কি লিখিছিল চলমানে? চলমান খুৰ্ছিদৰ নতুন গ্ৰন্থ,’অযোধ্যত সূৰ্যোদয়’ক লৈ বিজেপি, কংগ্ৰেছ দুয়ো দলৰ মাজত বাক-বিতণ্ডা চলি আছে। বিজেপি কৰ্মীসকলৰ অভিযোগ চলমান খুৰ্ছিদে read more

ৰাজ্যৰ জনসাধাৰণলৈ সকাহ! পুনৰ কমিল পেট্ৰল-ডিজেলৰ দাম…

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ আকাশচুম্বী দামে বিপাঙত পেলাইছে দেশৰ জনতাক। পেট্ৰলে প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰাৰ পিছতেই সমগ্ৰ দেশৰ জনতাই অসন্তুষ্ট হৈ পৰে। শেহতীয়াভাৱে দেৱালীৰ এদিন পূৰ্বে পেট্ৰ’ল প্ৰতিলিটাৰত ৫ টকা আৰু ডিজেলত ১০ টকা হ্ৰাস কৰে। কেন্দ্ৰই এই দাম হ্ৰাস কৰাৰ পিছতেই ৰাজ্য চৰকাৰসমূহেও ৭ টকাকৈ ভেট হ্ৰাস কৰে পেট্ৰল ডিজেলত। দেশত ক’ত কিমান read more

মঙলদৈ, গুৱাহাটী, শিৱসাগৰৰ পিছত এইবাৰ ৰামানুজনত প্ৰৱেশ কৰিলে কৰোনাই

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি কিছু উন্নত হলেও শেহতীয়াকৈ ভিন্ন প্ৰান্তৰ বিদ্যালয়ত হোৱা কভিড সংক্ৰমণে সকলোকে চিন্তাত পেলাইছে। প্ৰথমে মঙলদৈৰ এখন বিদ্যালয়, তাৰ পাছত গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত বিদ্যালয়ত কোভিড সংক্ৰমণৰ পাছত অতি শেহতীয়াকৈ শিৱসাগৰৰ এখন বিদ্যালয়ৰ  ৩২গৰাকীকৈ শিক্ষক-শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল কোভিড সংক্ৰমণ। শনিবাৰৰ দিনটোত খবৰ আহিল যে, ৰাজ্যৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান নগাঁৱৰ ৰামানুুজন কনিষ্ঠ read more

৫বছৰীয়া পুত্ৰৰ সন্মুখতে ধাৰাসাৰ গুলীবৰ্ষণ পিতৃ-মাতৃকঃ কেনেকৈ সংঘটিত হৈছিল মণিপুৰৰ সেই ভয়ংকৰ এম্বুছ, সবিশেষ

ডিজিটেল ডেস্কঃ শনিবাৰ। সময় পুৱা ১০বাজিছিল। পত্নী, পুত্ৰৰ সহিতে কেইজনমান নিৰাপত্তাৰক্ষীসহ ঘৰৰ পৰা ওলাই গৈছিল অসম ৰাইফলছৰ কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী। গাড়ীৰ ভিতৰত পত্নী-পুত্ৰৰ সৈতে হাঁহি মাতি কিছুদুৰ যোৱাৰ পাছতে এটা বিকট শব্দ শুনা গল। কোনো দুৰ্বৃত্তই বোমা নিক্ষেপ কৰি চাৰখাৰ কৰি দিলে তেওঁলোকৰ বাহনখন। হঠাতে ইতি পৰিল কেইবাটাও জীৱন আৰু বহুকেইটা পৰিয়াললৈ নামি আহিল read more

বাৰমুখীয়াৰ পৰা লাভলীনাৰ বিশ্বমুখী যাত্ৰা…

ডিজিটেল ডেস্কঃ অসম তথা দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ। অসম কন্যা লাভলীনা বৰগোহাঁয়ে শনিবাৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰে মেজৰ ধ্যানচন্দ খেল ৰত্ন  বটাঁ। অলিম্পিকত ব্যঞ্জ পদকেৰে সমগ্ৰ দেশবাসীক গৌৰৱাম্বিত কৰা অসম কন্যা লাভলীনাক এতিয়া শুভেচ্ছাৰে উপচাই পেলাইছে সকলোৱে।  বৰপথাৰৰ ভিতৰুৱা বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ বিশ্বমুখী যাত্ৰা সচাঁকৈয়ে সপোন সপোন লগা। কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰ নানান read more

বিয়াত বহিব কংগনা ৰানাৱট, দৰা হ’ব কোন?

ডিজিটেল ডেস্কঃ বলিউডত বিয়াৰ উজান উঠিছে৷ ইখনৰ পাচত আন এখন হেভীৱেট বিবাহৰ খবৰ এতিয়া বলীউডত। অভিনেত্ৰী কেটৰিণা কাইফ আৰু বিকী কৌশালৰ সমান্তৰালকৈ ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখায়ো শীঘ্ৰে বিবাহপাশত আৱদ্ধ হোৱাৰ মন মেলিছে৷ পিছে এই দুই বিবাহক লৈ চৰ্চা চলি থকাৰ সময়তে এতিয়া আন এক বিবাহৰ খবৰক লৈয়ে আগ্ৰহী দেখা গৈছে একাংশক। বিশেষ বিবাহখনক লৈ তোলপাৰ read more

‘চেমখৰ’ উজলিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত…

ডিজিটেল ডেস্কঃ অসমীয়া ছবিয়ে কঢ়িয়াইছে সুনাম। এখনৰ পিছত আনখন অসমীয়া ছবি জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। শেহতীয়াভাৱে ইফি আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে এখন অসমীয়া ছবি। উত্তৰপূব ভাৰতৰ মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবিয়ে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয় তুলি ধৰিছে অসমৰ। আইমী বৰুৱাই পৰিচালনা কৰা এখন বিশেষ ছবি জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। ৫২ তম ভাৰতীয় আন্তৰাষ্ট্ৰীয় read more

গালত চৰিয়াবলৈকে চাকৰি নিযুক্তি! দৰমহা শুনিলে হতবাক হ’ব…

ডিজিটেল ডেস্কঃ চৰ মৰাটো জানো এটা চাকৰি হ’ব পাৰে? অসম্ভৱ! এই অসম্ভৱকো সম্ভৱ কৰিছে ব্যক্তিগতখণ্ডৰ কোম্পানী এটাত কৰ্মৰত এজন চিইঅই। কেৱল তেওঁক চৰিয়াবলৈকে কৰ্মচাৰী নিয়োগ কৰিছে ভাৰতীয়মূলৰ চিইঅগৰাকীয়ে। এনে ধৰণৰ অদ্ভুত নিযুক্তি আগতে পৃথিৱীৰ কোনো ঠাইতে হোৱা নাই। অবিশ্বাস্য যেন লগা এই নিযুক্তি প্ৰদান কৰিছে বিশেষ এটা প্ৰযুক্তি প্ৰতিষ্ঠানৰ চিইঅ’য়ে। কিয় চৰিয়াবলৈকে মানুহ ল’লে প্ৰতিষ্ঠানটোৰ চিইঅ read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme