1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:51 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

পুৰুষে শাৰী পিন্ধা ভাৰতৰে এখন ঠাই… এইয়া স্বকীয়তা নে পৰম্পৰা?

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত হিন্দু ধৰ্মৰ নিয়মেৰে ইশ্বৰক উপাসনা কৰা পৰম্পৰা বেলেগ-বেলেগ৷ এই পৰম্পৰাসমূহ পালন কৰি অতীজৰে পৰা মানুহে ইশ্বৰক পূজা-অৰ্চনা কৰি আছে৷ ইয়াৰে কিছুসংখ্যক পৰম্পৰা অতি আশ্চৰ্যকৰ৷ এই আশ্চাৰ্যকৰ নিয়ম পালন কৰিয়ে যুগ-যুগান্তৰৰ পৰা মানুহে ভগৱানক পূজা-অৰ্চনা কৰি আহিছে৷ কিন্তু কেতিয়াবা এনে আচৰিত পৰম্পৰাৰ কথা শুনিছেনে! যত দেৱীক পূজা-অৰ্চনা কৰাৰ বাবে পুৰুষে পৰিধান কৰে মহিলাৰ read more

শোচনীয় আমেৰিকাৰ অৰ্থনীতি! বিশ্বৰ প্ৰথমখন ধনী দেশলৈ পৰ্যবাসিত চীন…

ডিজিটেল ডেস্কঃ বিশ্বৰ ধনী-শক্তিবান দেশৰ কথা ক’লেই পোনতেই আমাৰ মনলৈ আহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা। কিন্তু এতিয়াৰে পৰা এই অভ্যাস সলনি কৰিব লাগিব আপুনিও। বিশ্বৰ প্ৰথমখন ধনী দেশৰ পৰা আমেৰিকাৰ স্থান তললৈ নামিল। বিশ্বৰ আটাইতকৈ ধনী দেশৰ স্থান লাভ কৰিছে চীনে। বিশ্ৱৰ ভিতৰতে ধনাঢ্য দেশত পৰিগণিত হৈছে চীন। ভাৰতৰ চুবুৰীয়া দেশ চীনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ধনী দেশৰ read more

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমীয়া ছবি ‘তুমি মালালাʼ…

ডিজিটেল ডেস্কঃ ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈ পৰিচালিত আৰু সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত সাতখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে ছবিখন। ‘তুমি মালালা’ই পাঁচখন আন্তৰাষ্ট্ৰীয় মহোৎসৱতে খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে। গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰাৰ উপৰিও read more

শ্বহীদ সুমনৰ পৰিয়াললৈ ৫০ লাখ টকাৰ চেক মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শ্বহীদৰ পৰিয়ালটোক দেখা কৰিবলৈকে বাক্সালৈ ৰাওনা মুখ্যমন্ত্ৰীগৰাকীৰ। শনিবাৰে মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল সুমন স্বৰ্গীয়াৰীয়ে। ১৫ নবেম্বৰত সুমনৰ সামৰিক মৰ্যদাৰে শেষকৃত সম্পন্ন হয়। শ্বহীদৰ পৰিয়ালটোক দেখা কৰিবলৈ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে বাক্সাৰ ঠৈকাৰাকুছিত। সুমনৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সুমনৰ পৰিয়ালবৰ্গৰে মত-বিনিময় read more

নিষ্ঠুৰ নিয়তি! সুশান্ত সিং ৰাজপুতৰ ঘৰত আকৌ নামিল অমানিশা…

ডিজিটেল ডেস্কঃ নিষ্ঠুৰ নিয়তিৰ কি খেলা! সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগৰ এটা বছৰ পাৰ হোৱাৰ পাছতে পুনৰ পৰিয়ালটোৰ ওপৰত যেন আকাশ খহিঁ পৰিল। মঙলবাৰে দিনৰভাগত সংঘটিত হোৱা পৰ্থ দুৰ্ঘটনাত মৃত্যু হয় পৰিয়ালটোৰ ৬গৰাকীকৈ সদস্যৰ। বিহাৰৰ লখীছৰায় পথত সংঘটিত  ভয়াৱহ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ সদস্যৰ মৃত্যু হৈছে। মৃত্যু হোৱা কেউগৰাকীৰ ভিতৰত ৫ গৰাকী read more

সাজু হওঁক ২০২২ৰ টি-২০ বিশ্বকাপৰ বাবেঃ জানি লওঁক- কেতিয়া, ক’ত হ’ব ফাইনেল…

ডিজিটেল ডেস্কঃ শেষ হ’ল টি-২০ বিশ্বকাপ-২০২১। শেষ হোৱাৰ দুটা দিনৰ পিছতে আই চি চিয়ে ঘোষণা কৰিলে টি ২০ বিশ্বকাপ-২০২২ৰ সময়সূচী। আই চি চিয়ে ঘোষণা কৰা সময়সূচী অনুসৰি- ২০২২ৰ ১৬অক্টোবৰত আৰম্ভ হ’ব বিশ্বকাপৰ প্ৰথমখন খেল। ফাইনেল অনুষ্ঠিত হ’ব ১৩নৱেম্বৰত। প্ৰায় ৭খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২২ৰ মেচ সমূহ। ৯ নৱেম্বত চিডনি আৰু ১০ নৱেম্বৰত অ্যাডিলেড read more

বহু কথা ক’বলৈ আছে! প্ৰধানমন্ত্ৰীৰ ওচৰলৈ অচিৰেই মমতা দিদি

ডিজিটেল ডেস্কঃ সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহত সাক্ষাৎ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক ৰাজনৈতিক সূত্ৰ অনুসৰি, অহা ২২নৱেম্বৰত প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে মন মেলিছে বংগৰ অগ্নিকন্যা মমতা দিদিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ২২নৱেম্বৰত দিল্লীলৈ গৈ ২৫ নৱেম্বৰতহে পুনৰ বংগলৈ ঘূৰিব মমতা দিদি। প্ৰায়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি থকা read more

হে, অসমবাসী! ক্ষমা কৰক…

ডিজিটেল ডেস্কঃ মানুহ মাত্ৰেই ভুল! কথাত কেতিয়াবা বঁটা পায়, কেতিয়াবা কটাও যায়। নকবলগীয়া কথা কৈয়েই তেনে এক নভৱা বিপদে লগ দিলে জনপ্ৰিয় নৃত্যশিল্পী ৰাঘৱ জুৱেলক। ঘটনাতো সংঘটিত হল এটা ৰাষ্ট্ৰীয় চেনেলত সম্প্ৰচাৰিত এটা অনুষ্ঠানত। নৃত্য প্ৰতিযোগিতাৰ এই অনুষ্ঠানটোত ভাগ লৈছে অসমৰ এগৰাকী কণমাণি গুঞ্জন সিনহাই। গুৱাহাটীৰ এই কণমাণিজনীক কিছুদিনৰ আগতে এটা খণ্ডত ৰাঘৱে তুলনা কৰিলে read more

তৰুণ লেখক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ মুনীন বৰকটকী সাহিত্য বঁটা

ডিজিটেল ডেস্কঃ তৰুণ লেখক, সাংবাদিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২১ বৰ্ষৰ মুনীন্দ্ৰ বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ‘চকী আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে প্ৰদুম্নলৈ আগবঢ়োৱা হৈছে এই বঁটা৷ সু-সাহিত্যিক, সাংবাদিক, সমালোচক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰত্যেক বছৰে প্ৰদান কৰা হয় মুনীন বৰকটকী সাহিত্য বঁটা৷ ১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা read more

জোতাত চেম্পেইন ঢালি পৰিবেশন… উল্লাস নে পৰম্পৰা!

ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্টিত টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াই ১৮.৫ অভাৰত ৮ টা উইকেট লৈ নিউজিলেণ্ডক পৰাস্ত কৰিছে৷ কিৱি বাহিনীক পৰাস্ত কৰিয়েই আনন্দত আত্মহাৰা হৈ কেংগাৰু বাহিনীয়ে কৰা এটা অদ্ভূত কাণ্ডই তোলপাৰ লগাইছে সামাজিক মাধ্যম৷ টি-২০ বিশ্বকাপ-২০২১ ৰ ট্ৰফী লাভ কৰাৰ পিচতেই কেংগাৰু বাহিনীৰ এৰন ফিন্স আৰু মেথিউ বেডকে ধৰি একাংশক দেখা গল অদ্ভুত কাৰ্য কৰা৷ কেংগাৰু read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme