1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 3:17 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

অনিৰ্দিষ্ট কাললৈ বন্ধ সকলো শিক্ষানুষ্ঠান!

ডিজিটেল ডেস্কঃ অনিৰ্দিষ্ট কাললৈ বন্ধ সকলো শিক্ষানুষ্ঠান৷ দিল্লী চৰকাৰে শেহতীয়াকৈ এই ঘোষণা কৰিছে৷ উল্লেখ্য যে, প্ৰদূষণকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে প্ৰথমে ১৪নৱেম্বৰলৈ শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শিক্ষা বিভাগে জাৰি কৰা এক বিবৃত্তি অনুসৰি এই সময়চোৱাত অনলাইন ক্লাছ অব্যাহত read more

অভিষেকৰ ছবিত অসমৰ পৱিত্ৰ ৰাভা…

ডিজিটেল ডেস্কঃ অভিষেক বচ্চনৰ নতুন ছবি Bob Biswasৰ ট্ৰেইলাৰ মুক্তিৰ লগে লগে ছবিখনক লৈ তীব্ৰ চৰ্চা হৈছে। অভিষেকৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে । চলচ্ছিত্ৰ সমালোচকসকলে অভিষেকৰ কেৰিয়াৰত এই খনেই সৰ্বশ্ৰেষ্ঠ ছবি বুলিও কব খুজিছে। ইয়াৰ মাজতে, অভিষেকৰ পিতৃ অমিতাভ বচ্চনে ফেচবুকত কৰিছে এক বিশেষ পোষ্ট। এই পোষ্টত অমিতাভ বচ্চনে লিখিছে- মোৰ পুত্ৰক লৈ মই গৌৰৱ read more

এটকাৰে কোটিপতি হ’ব পাৰে আপুনিও…

ডিজিটেল ডেস্কঃ পুৰণি মুদ্ৰা সংগ্ৰহৰ অভ্যাস আছে নেকি? যদি আপোনাৰ হাততো পুৰণি মুদ্ৰা আছে তেন্তে আপু্‌নিও ল’ব পাৰে সেই সুযোগ।যদি আপোনাৰ হাতত ১৮৮৫ চনৰ ১ টকীয়া মুদ্ৰা আছে, তেন্তে এই মুদ্ৰাটো নিলাম কৰি লাভ কাৰক ১০ কোটি টকা। বহু মানুহৰ পুৰণি মুদ্ৰাবোৰ সংগ্ৰহ কৰাৰ অভ্যাস থাকে। পুৰণি এটকাৰ পৰা ৫০০ টকা ১০০০ টকা আদি বন্ধ read more

ভাৰত-চীন যুদ্ধ হ’লে কি হ’ব? ক’লে অৰুণাচলৰ ৰাজ্যপালে

ডিজিটেল ডেস্কঃ ভাৰত আৰু চুবুৰীয়া দেশ চীনৰ মাজত সময়ে সময়ে যুদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হৈ আহিছে। প্ৰায়েই চুবুৰীয়া দেশখনৰ সৈতে হৈ থকা মনোমালিন্যৰ বাবে দুয়োখন দেশৰেই সীমান্তবৰ্তী এলেকাত সষ্টম হৈ থাকে সীমান্তৰক্ষী বাহিনী। শেহতীয়াভাৱে চীনে চুবুৰীয়া ৰাজ্য ভুটানৰ ভিতৰলৈ প্ৰবেশ কৰি ভূটানৰ মাটিত ৪ খনকৈ গাওঁ স্থাপন কৰা বুলিও চৰ্চা অব্যাহত আছে। ভাৰতত বিশ্বৰ ভিতৰতে শক্তিশালী read more

অনলাইনত গাঞ্জা… আমাজনৰ সঞ্চালকৰ বিৰুদ্ধে গোচৰ

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ভিন্দত আমাজন শ্বপিঙ এপটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত কোম্পানীটোৰ সঞ্চালকসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। আমাজনৰ বিৰুদ্ধে অনলাইনত গাঞ্জা বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই ভিন্দ আৰক্ষীয়ে প্ৰকাশ কৰে যে গাঞ্জা (মাৰিজুয়ানা) কেইদিনমান আগতে আমাজনে বিক্ৰি কৰিছিল। আৰক্ষীয়ে গোচৰটোত আমাজনৰ সঞ্চালকসকলৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত ৰুজু read more

চাহ… নিচাই নে স্বাস্থ্যৰ বাবে উপকাৰীও?

ডিজিটেল ডেস্কঃ চাহ নিচা, অসমবাসীৰ বাবে চাহ এক আবেগো। সচৰাচৰ আমাৰ প্ৰত্যেকঘৰ মানুহেই চাহ খাওঁ। চাহ একো কাপ পৰিৱেশন কৰোতে আমি প্ৰায়সংখ্যকেই চীনা মাটিৰ কাপ ব্যৱহাৰ কৰোঁ। কিন্তু চাহ কাপ কেৱল ঘৰতে খাওঁ এনে নহয়। বাহিৰলৈ ওলাই গৈয়ো একোকাপ চাহ খোৱাটো বহুতৰে একোটা নিচাও। বৰ্তমান ‘মাটকা টি’ একো কাপৰ আদৰ বহুত বেছি। বহু দোকানত কাগজ read more

এয়াহে আচল ফলাফল! পৰিষ্কাৰ বুলি অসমবাসীয়ে সাত্ত্বনা লভিলে নহব…

ডিজিটেল ডেস্কঃ স্বচ্ছ সৰ্বেক্ষণ ২০২১ৰ ফলাফলত উত্তৰ-পূবৰ বাবে থকা সুকীয়া শিতানত অসমৰ ৯খন জিলাই বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিতানত কিন্ত স্বচ্ছতাৰ ক্ষেত্ৰত অসম তথা গুৱাহাটীৰ সূচাংক অতিকৈ শোচনীয়। কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে পৰিচালনা কৰা জৰীপৰ ভিত্তিত প্ৰদান কৰা এই সৰ্বেক্ষণত দেশৰ সৰ্বমুঠ ৪৩২০খন চহৰ সাঙুৰি লোৱা হৈছিল । ইয়াৰ ভিতৰত গুৱাহাটীয়ে read more

কথা মতেই কাম! ১লাখ নিবনুৱাৰ চাকৰিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই কাম…

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ দিশে আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। ১লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে চৰকাৰ। যোৱা শনিবাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা বৈঠকত এই দিশত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে চৰকাৰে গঠন কৰিব সুকীয়া নিযুক্তি আয়োগ। নিৰ্ধাৰিত read more

বিজেপি শাসিত ত্ৰিপুৰাত আক্ৰমণৰ সন্মুখীন প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়…

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত অব্যাহত নিৰ্বাচনী হিংসা৷ তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি দলৰ কৰ্মীসকলে৷ এই অভিযোগ আনিছে প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়ই৷ শনিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত বিজেপি কৰ্মীয়ে আক্ৰমনৰ লক্ষ্য কৰি লৈছে বাবুল সুপ্ৰিয়ক বুলি অভিযোগ আনিছে তৃণমূলৰ হেভিৱেট নেতাগৰাকীয়ে৷ আগৰতলাৰ ৰামনগৰত তৃণমূলৰ হৈ প্ৰচাৰ অভিযান চলাই থাকোতে বাবুল সুপ্ৰিয়ৰ গাড়ীক লক্ষ্য read more

এনিশাতে অসম আৰক্ষীৰ ৩টা এনকাউন্টাৰ…

ডিজিটেল ডেস্কঃ এনিশাত তিনিটা এনকাউন্টাৰ। অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ এই এনকাউন্টাৰ। শুকুৰবাৰে নিশা অসমৰ তিনিস্থানত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা। লামডিং, ডবকাৰ লগতে আমিনগাঁৱত  নিশা আৰক্ষীৰ এই এনকাউন্টাৰে কপাঁই গৈছে সমগ্ৰ অসম। আমিনগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী কৰাৰ লগতে ডবকা আৰু লামডিঙত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে।  শুকুৰবাৰৰ অভিযান কালত ৪কোটি টকাৰ read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme