ডিজিটেল ডেস্কঃ আপুনি আপোনাৰ হাতে লিখা পাণ্ডুলিপি অথবা গাণিতিক সমাধান সমূহ সংৰক্ষণ কৰি ৰাখেনে? গল্প, কবিতা বা বীজগাণিতিক সমাধান সমূহে কেতিয়াবা আউল লগাই, কোনোধৰণৰ সমাধান নোলায়৷ তেতিয়াই লিখা কাগজ টুকুৰা নুৰিয়াই আমি ডাষ্টবিনলৈ দলিয়াই দিয়াটোও প্ৰায়সংখ্যকৰেই অভ্যাস৷ সেই অভ্যাস কেৱল আমাৰেই আছে এনে নহয়৷ এই অভ্যাস আছিল এজন বিখ্যাত বিজ্ঞানীৰো৷ যিজন বিজ্ঞানীৰ আপেক্ষিকতাৰ সূত্ৰৰে সলনি
read more