ডিজিটেল ডেস্কঃ অনিমেষৰ হত্যাকাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া। এনে নৃশংস ঘটনা আৰু যাতে সংঘটিত নহয় তাৰ কামনা কৰিছে সকলোৱে। এনে পৰিস্থিতিৰ মাজতে যোৰহাট উকিল সন্থাই গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। অনিমেষৰ হত্যাকাণ্ডৰ ঘটনাক লৈ হত্যাকাৰীৰ হৈ ওকালতি নকৰে যোৰহাট উকিল সন্থাই। মঙলবাৰে এই বিশেষ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে যোৰহাট উকিল সন্থাই। উল্লেখ্য যে, ঘটনাৰ
read more