ডিজিটেল ডেস্কঃ সন্দিকৈ কলেজলৈ এতিয়া নাযাব, কিয়নো প্ৰায় সংখ্যক শিক্ষক-শিক্ষাৰ্থীৰ দেহত ওলাইছে কৰোনা। প্ৰশাসনে কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৭দিনলৈ মহাবিদ্যালয়ৰ চৌহদক কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। প্ৰশাসনে সদৰি কৰা অনুসৰি, মহাবিদ্যালয়ৰ ভিতৰৰ অধিকাংশ শিক্ষক আৰু শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত। প্ৰশাসনে সদৰি কৰিছে যে, এই ৭টা দিনত মহাবিদ্যালয়ৰ চৌহদত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব। ১ ডিচেম্বৰৰ
read more