ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰাজ্যখনৰ ২৩ জন বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে। দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে। ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিক ক্ৰমে ৰঞ্জু হাজৰিকা, জ্যোতিলাল চৌধুৰী, ডঃ অনিল শইকীয়া, কালিনাথ পাংগিং, দিলীপ কুমাৰ শৰ্মা, মাখনলাল বাঢ়ৈ, মানিকলাল মহাতু, বিনোদ ভাগৱতী, উৎপল দত্ত, নবীন বৰুৱা, ৰাজেন্দ্ৰ শৰ্মা, দীপংকৰ ৰঞ্জন
read more