ডিজিটেল ডেস্কঃ ইচ্ছামৃত্যু বা আত্মহত্যা। দিনকদিনে মানুহৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। আমাৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতেই কেৱল এই প্ৰৱণতা বৃদ্ধি হৈছে এনে নহয়। উন্নত দেশসমূহতো এই প্ৰৱণতা বৃদ্ধি হৈছে। ইংলেণ্ড, আমেৰিকা, চুইজাৰলেণ্ড আদিত ইচ্ছা মৃত্যুৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেই চুইজাৰলেণ্ডৰ একাংশ বিজ্ঞানীয়ে সাজি উলিয়াইছে ইচ্ছামৃত্যুৰ এটা মেচিন। য’ত অকণো কষ্ট নোপোৱাকৈ মৃত্যুবৰণ কৰিব পাৰিব
read more