ডিজিটেল ডেস্কঃ দুবছৰীয়া হ’ল কা’ আন্দোলন। ২০১৯ চনৰ ১১ ডিচেম্বৰ অসমবাসীৰ বাবে স্মৰণীয় দিন। আজিৰ দিনটোতে সমগ্ৰ অসমজুৰি উচ্চাৰিত হৈছিল এটাই শব্দ কা’ আমাক নালাগে। কি কলেজ, কি বিদ্যালয়, কি সাহিত্যিক, কি শিল্পী সকলো ওলাই আহিছিল ৰাজপথলৈ। দাবী একেটাই কা’ নালাগে। আইৰ মুখৰ মাতষাৰ পুনৰ এবাৰ হেৰুৱাব নোৱাৰি। অসমতে অসমীয়া সংখ্যাগৰিষ্ঠ হ’ব নোৱাৰি। অসমৰ ভিন্ন
read more