ডিজিটেল ডেস্কঃ নতুন বছৰৰ চৰকাৰী বন্ধৰ তালিকাখন পাইছেনে? গোটেই বছৰটোত চৰকাৰী কৰ্মচাৰী সকলে বাৰু কেইদিন বন্ধ পাব? জানুৱাৰী মাহটোতেই কৰ্মচাৰীসকলে লাভ কৰিব ৬ দিন বন্ধ। প্ৰথমেই ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা। ২৩ জানুৱাৰীত নেতাজীৰ জন্মজয়ন্তী, ২৫ জানুৱাৰীত বাথৌ পূজা, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মেফি। ফেব্ৰুৱাৰী মাহত মাত্ৰ এদিন বন্ধ
read more