1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 1:30 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

ধাৰাবাহিক সাফল্য! ISRO লৈ অলকেশ কলিতা…

ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো সাফল্য ৰাজ্যলৈ। মহাকাশ বিজ্ঞানত অসম সন্তানে ধাৰাবাহিক কৃতিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ অলকেশ কলিতা। নগাঁওৰ যুৱতী নাজনীন ইয়াছমিনৰ সফলতাৰ পিছতেই এইবাৰ তিতাবৰৰ যুৱক অলকেশে সাফল্য কঢ়িয়াই অনাটোৱে সুখী কৰি তুলিছে ৰাজ্যবাসীৰ লগতে তিতাবৰবাসী read more

হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ… নাথাকিব মধ্যভোগী!

ডিজিটেল ডেস্কঃ ৰাজ্যত নাইকিয়া হ’ব মধ্যভোগী। দালালৰ পিছতেই এইবাৰ মধ্যভোগীক লৈ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মধ্যভোগীৰ গ্ৰাসত পৰি প্ৰকৃত কৃষকে উৎপাদিত ফচলৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে যাৰ বাবে এই বিষয়টোক লৈ সৰৱ হৈছে এইবাৰ মুখ্যমন্ত্ৰীও৷ মধ্যভোগীৰ বিষয়টো উত্থাপন কৰাৰ পাছতে এই বিষয়টোত গুৰুত্ব প্ৰদানৰ বাবে সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব read more

ISRO-ৰ বিজ্ঞানী অসম কন্যা নাজনীন ইয়াছমিন

ডিজিটেল ডেস্কঃ ৰাজ্যলৈ অন্য এক সুখবৰ। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনিছে অসম নগাঁওৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম কন্যা নাজনীন ইয়াছমিন। নগাঁও জিলাৰ জুৰিয়াৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নিজ কন্যা ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হোৱাটোৱে সুখী কৰি তুলিছে পিতৃ-মাতৃক। সমগ্ৰ নগাঁওবাসীয়ে নাজনীনক read more

গুৱাহাটীত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমত উপস্থিত হৈছে পোনতেই কামাখ্যা ধামলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী। দেশত তৃণমূল কংগ্ৰেছৰ বিস্তাৰৰ বাবেই বিভিন্ন ৰাজ্যলৈ যাত্ৰা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াভাৱে সোমবাৰে অসমত উপস্থিত হোৱা মমতাই অসমৰ ৰাজ্যিক দলটোৰ সৈতে মিলিত হ’ব বৈঠকত। আনহাতে ত্ৰিপুৰাকে আদি কৰি ভাৰতৰ ভালেমান ৰাজ্যত তৃণমূল কংগ্ৰেছৰ আগ্ৰাসনে প্ৰায়সংখ্যক লোকৰে দৃষ্টি আকৰ্ষণ কৰাও read more

দেশৰ ১২খন ৰাজ্যত অমিক্ৰণ! শীৰ্ষত কোন?

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্য়া। দেশৰ ১২খন ৰাজ্যত এতিয়ালৈকে অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছ। ইয়াৰ ভিতৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ৫৪গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ইফালে দিল্লীত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২২গৰাকী, তেলেংগানাত ২০গৰাকী, কৰ্ণাটকত ১৪গৰাকী, গুজৰাটত ৯গৰাকী, কেৰালাত ১১গৰাকী, উত্তৰ প্ৰদেশত ২গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ইয়াৰ উপৰিও বংগ, চণ্ডীগড়, তামিলনাডু, read more

আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিলেনে? আজি চৰকাৰে কৰিব এই কাম…

ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিলেনে! যদিহে কৰা নাই পলম নকৰিব, কিয়নো এই সন্দৰ্ভত সোমবাৰে সদনৰ মজিয়াত বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰই।  লোকসভাৰ মজিয়াত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে এই বিধেয়কখনক লৈ হব আলোচনা। উল্লেখ্য যে, বিগত বুধবাৰৰ পৰাই এই বিধেয়ক উত্থাপনৰ বাবে যোজা চলাইছিল কেন্দ্ৰই। ইল্লেখ্য যে, ভুৱা ভোটাৰ কাৰ্ডৰ জৰিয়তে একাংশ read more

বতৰ কেন্দ্ৰৰ বতৰাঃ অহা ৩দিনত বৃদ্ধি পাব ঠাণ্ডাৰ প্ৰকোপ…

ডিজিটেল ডেস্কঃ ভীষণ ঠাণ্ডা।  দিল্লী, গুৱাহাটী, ডিব্ৰুগড়কে ধৰি কেইবাখনো চহৰত  ঠেটুৱৈ ধৰা ঠাণ্ডাই কপাঁইছে জনতাক। এনে সময়তে বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে যে, উত্তৰ-পূব ভাৰতত অহা তিনিদিনত আৰু বৃদ্ধি পাব শীতৰ প্ৰকোপ। দিল্লীতো অতিপাত বৃদ্ধি পাব শীত। এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগে সদৰি কৰা তথ্য অনুসৰি, হিমাচল প্ৰদেশ, read more

ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী… আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে শিৱসাগৰ উপায়ুক্তই

ডিজিটেল ডেস্কঃ সাহিত্যিক, কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান। শনিবাৰে কথাশিল্পী গৰাকীৰ শিৱসাগৰৰ ধাইআলিস্থিত বাসগৃহত প্ৰদান কৰা হৈছে এই বঁটা। শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘনিধি দাহালে উপস্থিত হৈ এই সন্মান প্ৰদান কৰে বিশিষ্ট সাহিত্যিকগৰাকীক। শাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাছিল ইমৰাণ শ্বাহে। এই বঁটালাভ কৰি যথেষ্ট read more

মাতৃৰ অবৈধ প্ৰেমিকৰ হাতত প্ৰাণ গ’ল ১৪বছৰীয়া কন্যাৰ…

ডিজিটেল ডেস্কঃ মাতৃৰ অবৈধ সম্পৰ্কৰ বাবেই প্ৰাণ গল ১৪বছৰীয়া এগৰাকী কিশোৰীৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কৌৱত্তৰত। মাতৃৰ সৈতে অবৈধ সম্পৰ্ক ৰখা এগৰাকী লোকে ১৪বছৰীয়া কন্যাক প্ৰথমে ধৰ্ষণ আৰু পিছত ডিঙি চেপি হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। টাইমছ নাওঁত প্ৰকাশিত খবৰ অনুসৰি অভিযুক্ত গৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ৰাজহুৱা read more

অসম চৰকাৰৰ কেবিনেটঃ সুলভ মূল্য দোকানৰ লগতে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে  অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা ফৰেনছিক বিভাগত নতুন নিযুক্তি, অতিথি শিক্ষকৰ নিয়োগ, খুচুৰা বিক্রেতাৰ অনুজ্ঞা পত্র, অসম আন্দোলনৰ ভুক্তভোগীসকলৰ কল্যাণার্থে গঠিত ন্যাস সমিতিত নতুন সদস্য অন্তর্ভুক্তিকে আদি কৰি  বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। আজিৰ কেবিনেটে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ  ১,৩৯১টা পদৰ বাবে অনুমোদন  প্ৰদান কৰে। ইয়াৰ লগতে  read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme