1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 3:09 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

নৱবৰ্ষৰ পহিলা দিনটোতে দুখবৰ, জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ দেহাৱসান

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ দেহাৱসান। দৈনিক অসম কাকতত ডিব্ৰুগড়ৰ পৰা জেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত আছিল শইকীয়া। দীৰ্ঘদিন ধৰি লিভাৰৰ ৰোগত আক্ৰান্ত হৈ আছিল বৰুৱা। জানুৱাৰীৰ পহিলা দিনটোতেই শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই। শইকীয়াৰ মৃত্যুত সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছাঁ read more

এজন দৰা হেৰাইছে! বাতৰি কাকততো ওলাল বিজ্ঞাপন…

ডিজিটেল ডেস্কঃ দৰা হেৰাইছে- বাতৰি কাকতত এটা আজৱ বিজ্ঞাপন। দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত এই বিজ্ঞাপন দেখি সকলো অবাক। ছচিয়েল মিডিয়াতো বনজুইৰ দৰে বিয়পি পৰিল বিজ্ঞাপনটো। বিজ্ঞাপনটো আছিল এইটো- বিজ্ঞাপনটো প্ৰকাশ পাইছিল দ্য টেলিগ্ৰাফ কাকতখনত। আগশাৰীৰ এই কাকতখনত ২৬ডিচেম্বৰ ২০২১ত প্ৰকাশ পাইছিল এই বিজ্ঞাপনটো। দেশৰ আগশাৰীৰ কাকতখনে কিয় এনে বিজ্ঞাপন প্ৰকাশ কৰিলে বুলি অধিক চৰ্চা read more

নৱবৰ্ষত সকলো আৰক্ষী জোৱানৰ ছুটী কৰ্তন…

ডিজিটেল ডেস্কঃ নৱবৰ্ষত সন্ত্ৰাসবাদী সংগঠনে মুম্বাইত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱা সংস্থাৰ এই তথ্যৰ পাছতে সষ্টম হৈছে মুম্বাই আৰক্ষী। নৱবৰ্ষৰ প্ৰাকক্ষণত এই তথ্য লাভ কৰাৰ পাছতে সকলো আৰক্ষী বিষয়া-জোৱানৰ ছুটী কৰ্তন কৰিছে প্ৰশাসনে। চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি, নৱবৰ্ষৰ বিভিন্ন অনুষ্ঠানত খালিস্তানী সন্ত্ৰাসবাদীয়ে এই পৰিকল্পনা কৰিছে। মুম্বাইৰ সকলো ৰে’লৱে ষ্টেচনত বৃদ্ধি কৰা হৈছে read more

২০২১ বৰ্ষৰ হাঁহি উঠা ঘটনাসমূহ কি কি আছিল জানেনে?

ডিজিটেল ডেস্কঃ মাজতনো আৰু কিমান সময়! এটা দিনৰ পিছতেই মেলানি মাগিব ২০২১ বছৰটোৱে। বৰ্ষটো আমাৰ মনত ৰৈ যাব মাথো পোৱা নোপোৱাৰ খাতিয়ান সামৰা এখিলা স্মৃতি হৈ। বছৰটোৰ শেষ সময়খিনিত আমি সকলোৱে ৰোমন্থন কৰিছো কেনেকৈনো পাৰ হ’ল বছৰটো। ভাল-বেয়াৰ হিচাপৰ মাজতেই এটা কথা সমগ্ৰতে চৰ্চা হৈছে সেয়া হৈছে এই বছৰটোত সৰ্বাধিক ধেমেলীয়া কথা বা কাহিনী। ২০২১ read more

২০২১-ত ফেশ্বনৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন… কোন ডিজাইনাৰ শীৰ্ষত এইবাৰ?

ডিজিটেল ডেস্কঃ ২০২০ বছৰটো ঘৰতেই পাৰ কৰিলে সকলোৱে। ফেশ্ব্যনৰ জগতখনলৈ নামি আহিছিল অন্ধকাৰ। কিয়নো ঘৰতে আবদ্ধ হৈ পৰাৰ বাবে পোছাক-পৰিচ্ছদৰ প্ৰতি গুৰুত্ব কমি আহিছিল দেশবাসীৰ। কিন্তু ২০২১ বৰ্ষত কিছু পৰিবৰ্তন আহিল। কভিডৰ দ্বিতীয় ঢৌ আহিল যদিও সকলো ৰাজ্যতে লকডাউন নহ’ল। বিয়া-বাৰুও ২০২০ বৰ্ষতকৈ বাঢ়িল। ফেশ্ব্যনৰ জগতখনলৈ অকণমান উশাহ যেন ঘূৰি আহিল। ডিজাইনাৰসকলেও কাম–কাজত নামি পৰিল। read more

২০২১ বৰ্ষৰ শ্ৰেষ্ঠ স্মৰণীয় ছবি কেইখন কি কি? জানেনে…

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ স্মৰণীয় ফটোৰ তালিকাত প্ৰথম স্থান লাভ কৰা ছবিখন আমেৰিকাৰ। ফটোখন ৬ জানুৱাৰীৰ অৰ্থাৎ আমেৰিকাৰ নিৰ্বাচনৰ সময়ত তোলা ফটো। আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ ৰাজত্ব কাল শেষ হৈ এতিয়া জ’ বাইডেনে দেশকনৰ ৰাষ্ট্ৰপতিৰ দায়িত্বত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তে এজন ডনাল্ড ট্ৰাম্প বিৰোধী প্ৰতিবাদকাৰীয়ে কেপিটল হিল ভৱনৰ পৰা ভাষণ দিয়া স্পীকাৰটোকে দাঙি লৈ যোৱাৰ read more

আহি আছে কি? শ্বাহৰুখ খানৰ সৈতে অসমৰ দিগন্ত হাজৰিকা…

ডিজিটেল ডেস্কঃ অসমৰ বাবে এটা ভাল খবৰ। বলিউদ বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনীত ছবিত একেলগে অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছে অসমৰ দিগন্ত হাজৰিকাই। অসমীয়া ছবিজগতৰ এটি চিনাকি নাম দিগন্ত হাজৰিকাই শেহতীয়াকৈ ছচিয়েল মিডিয়াত শ্বাহৰুখৰ সৈতে শ্বেয়াৰ কৰিছে এখন  বিশেষ ফটো।   উল্লেখ কৰা প্ৰয়োজন যে, শ্বাহৰুখৰ আহিবলগীয়া ছবি পাঠানত দেখা যাব দিগন্ত হাজৰিকাক। ইয়াৰ পূৰ্বে ঋতিক read more

ঠেঙাল কছাৰী নিৰ্বাচনৰ বাবে সাজু বিজেপিঃ ৫গৰাকী মহিলাৰে ২২জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

ডিজিটেল ডেস্কঃ সমাগত ঠেঙাল কছাৰী স্বায়ত্ব শাসন পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে বহুদিনৰে পৰা প্ৰস্তুতি চলাই থকা শাসকীয় বিজেপি দলে শেহতীয়াকৈ প্ৰকাশ কৰিছে প্ৰাৰ্থিত্বৰ তালিকা। ২২জনীয়া এই প্ৰাৰ্থীৰ তালিকা শেহতীয়াকৈ প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। বিজেপিয়ে প্ৰকাশ কৰা তালিকা অনুসৰি, প্ৰাৰ্থীত্ব লাভ কৰা সকল হৈছে বিপুল কছাৰী, প্ৰতাপ কছাৰী, প্ৰকাশ শইকীয়া, বন্তি শইকীয়া, পুলক কছাৰী, কুমুদ read more

কৰ’নাত আক্ৰান্ত BCCI-ৰ সভাপতি সৌৰভ গাংগুলী…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে কৰ’নাত। কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই গাংগুলীক আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ পৰা সংক্ৰমণৰ হাৰ ১৯.৫ শতাংশ বুলি চিকিৎসকে প্ৰকাশ কৰিছে। বিগত দেওবাৰৰ পৰা গাংগুলীৰ চৰ্দী-জ্বৰত আক্ৰান্ত হৈ আছিল। তেওঁৰ ব্যক্তিগত চিকিৎসক ডাঃ সপ্তৰ্ষী বসুৱে গাংগুলীক কৰ’না পৰীক্ষাৰ পৰামৰ্শ দিয়ে। ডাঃ সপ্তৰ্ষীৰ read more

৫০টকাকৈ জমা কৰি লাভ কৰক ৩৫লাখ টকাঃ জানি লওঁক ডাকঘৰৰ কি এই লাভজনক আচঁনি…

ডিজিটেল ডেস্কঃ ধন জমা কৰাৰ বাবে ডাকঘৰেই সবাতোকৈ সুৰক্ষিত স্থান বুূলি প্ৰায়সকল গ্ৰাহকৰেই এক বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ আঁত ধৰিয়েই শেহতীয়াকৈ ডাকঘৰে গ্ৰাহকসকলৰ বাবে লৈ আহিছে এক বিশেষ স্কীম। এই স্কীমৰ জৰিয়তে গ্ৰাহকে ৫০টকাকৈ জমা কৰি লাভ কৰিব ৩০-৩৫লাখ টকা। শেহতীয়াকৈ ডাকঘৰে সদৰি কৰিছে এই নতুন স্কীমটোৰ বিষয়ে। কেনেকৈ জমা কৰিব এই আচঁনি, আৰু read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme