1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 7:39 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

দ্বিতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত…

ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰলৈ কৰোনাত আক্ৰান্ত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত। শেহতীয়াকৈ আৰটি-পিচিআৰ টেষ্ট মহন্তৰ ৰিজাল্ট আহিছে পজিটিভ।  জি এম চি এইচ কৰ্তৃপক্ষই শেহতীয়াকৈ আনুষ্ঠানিকভাৱে সদৰি কৰিছে এই তথ্য। ইয়াৰ পূৰ্বেও ২০২০চনৰ ২৫ আগষ্টত প্ৰফুল্ল কুমাৰ মহন্ত আক্ৰান্ত হৈছিল কোৰোনাত। ইফালে ৰাজ্যতো বিগত ২৪ঘন্টাত অসমত কৰোনাত আক্ৰান্ত হৈছে ১৯৫১গৰাকী লোক। আজিৰ দিনটোত ১৯হাজাৰ ৮০৩গৰাকী read more

ভুপেন বৰা পানী নথকা ফায়াৰ ব্ৰিগ্ৰেডঃ কবিতাক লৈ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ প্ৰত্যুত্তৰ…

ডিজিটেল ডেস্কঃ  ২৬জানুৱাৰীৰ পুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই সংবাদ মাধ্যমযোগে এটা কবিতা গালে। কবিতাটোৰ নাম আছিল- মই ফায়াৰ ব্ৰিগ্ৰেড। কবিতাটোক লৈ দিনজোৰা ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া হোৱাৰ পাছতে সন্ধিয়াভাগলৈ উক্ত কবিতাটোক লৈ কটাক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই। ভুপেন বৰাৰ কবিতাটোক লৈ মন্ত্ৰীগৰাকীয়ে কলে- ভুপেন বৰা গৈছে পানী নথকা ফায়াৰ ব্ৰিগ্ৰেড।  তেওঁৰ ফায়াৰ ব্ৰিগেডত পানী থাকিলেহে জুই নুমুৱাব।” read more

২দিন খোলা নাছিল ৰূমৰ দৰ্জা, অৱশেষত উদ্ধাৰ মৃতদেহঃ গুৱাহাটী IITত সংঘটিত এই ঘটনা…

ডিজিটেল ডেস্কঃ আই আই টি গুৱাহাটীত এগৰাকী গৱেষক ছাত্ৰৰ মৃত্যুয়ে তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে। প্ৰায় দুদিন ধৰি গৱেষক ছাত্ৰ গৰাকীয়ে নিজৰ ৰূমৰ দৰ্জা খোলা নাছিল আৰু অৱশেষত নিৰাপত্তাৰক্ষীয়ে ৰূমৰ দৰ্জা ভাঙি ৰূমত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। read more

দেওবাৰে অসমত ১৩গৰাকীৰ প্ৰাণ কাঢ়িলে কৰোনাই…

ডিজিটেল ডেস্কঃ অসমত দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২হাজাৰ ২২৭গৰাকী। ১৩গৰাকী ৰোগীৰ মৃত্যু হৈছে দেওবাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা সদৰি কৰিছে। টুইটত উল্লেখ থকা অনুসৰি ৰাজ্যত বৰ্তমান পজিটিভিটিৰ হাৰ হৈছে ১২.৫৭শতাংশ। অসমৰ বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯২.৫৭শতাংশ। ইফালে মহাৰাষ্ট্ৰত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক অৱনতি ঘটিছে। ২৪ঘন্টাত মহাৰাষ্ট্ৰত মহাৰাষ্ট্ৰত ৪০হাজাৰো অধিক read more

OdiBet Free bet offer Claim your OdiBets Kenya & Ghana offer!

Content Odibet: Registration, Deposits, Betting, and More What is the OdiBets New Customer Offer? Free Bet Send “W#Amount” to for easy withdrawals in crash game withdrawals Odibets. For withdrawals, there are two methods a bettor can go through. This can be done by navigating to the «withdrawal» section on the website. Bettors will then be read more

বাদশ্বাহ শ্বাহৰুখেৰে প্ৰিয়ংকা চোপ্ৰাৰ গোপন বিয়া… কিয় চলিছে এই চৰ্চা?

ডিজিটেল ডেস্কঃ কন্যাসন্তানৰ মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা। নিক-প্ৰিয়ংকাৰ জীৱনলৈ ন’ আলহীৰ আগমনৰ কথা ইনষ্টাগ্ৰাম যোগে নিজেই প্ৰকাশ কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ইফালে প্ৰিয়ংকা-নিকৰ মাজত চলি থকা পাৰিবাৰিক সংঘাত ইয়াতেই যতি পৰিল বুলিও একাংশই সামাজিক মাধ্যমত চৰ্চা কৰিছে। কিন্তু তাৰ মাজতেই চৰ্চা হৈছে অন্য এক বিষয়হে। প্ৰিয়ংকা-নিকৰ সংসাৰত দূৰত্ব অহাৰ কাৰণ শ্বাহৰুখহে। কিয়নো বহুতৰে মতে নিকৰ read more

বিৰাটে কৰিলে নাৰাজ! শূণ্য ৰানতে পেভিলিয়নমুখী…

ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগী বিৰাটৰ প্ৰৰ্দশনক লৈ নাৰাজ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা ভাৰতৰ দ্বিতীয়খন এদিনীয়াত শূণ্য ৰানতে পেভিলিয়নমুখী হয় প্ৰাক্তন অধিনায়কগৰাকী।  কোটি কোটি অনুৰাগীয়ে বিৰাটৰ এই খেলখনত ৭১সংখ্যক শতকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। দক্ষিণ আফ্ৰিকাৰ বলাৰ কেশৱ মহাৰাজৰ বলত কেটছ আউট হয় বিৰাট কোহলী। খেলখনত টছত জিকি ভাৰতে প্ৰথমে বেটিঙৰ সিদ্ধান্ত read more

#BREAKING- প্ৰসংগ-বাজেটঃ ৩১জানুৱাৰীত সৰ্বদলীয় বৈঠক…

ডিজিটেল ডেস্কঃ বাজেটক লৈ অহা ৩১জানুৱাৰীত কেন্দ্ৰই আয়োজন কৰিছে সৰ্বদলীয় বৈঠকৰ। এই কথা ইতিমধ্যে কেন্দ্ৰই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। দেশৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি উক্ত বৈঠকলৈ নিমন্ত্ৰণ জনাব কেন্দ্ৰই। উল্লেখ কৰা প্ৰয়োজন যে,  ৩১জানুৱাৰীৰ দিনৰ ৩বজাৰ পৰা আৰম্ভ হব এই বৈঠক। read more

জোখত খালে মদ হৈ পৰে ঔষধঃ কোনে ক’লে এই কথা…

ডিজিটেল ডেস্কঃ   সুৰা সেৱন কৰিলে কোনো অপকাৰ নকৰে। বৰঞ্চ নিয়ন্ত্ৰিতভাৱে সুৰা সেৱন শৰীৰৰ বাবে উপকাৰী। কেতিয়াবা এনে সুৰাই আমাৰ শৰীৰৰ বাবে ঔষধৰ কাম কৰে। – বিভিন্ন সমীক্ষা তথা পৰীক্ষাত এনে তথ্য প্ৰায়ে পোহৰলৈ আহে। কিন্তু এইবাৰ এনে তথ্য সমীক্ষাত নহয় এগৰাকী বিজেপি সাংসদে কৰিছে এই মন্তব্য। বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে এনে মন্তব্য কৰিছে। এই মন্তব্যক read more

উভতি নাহে শ্বেৰমান! আদৰিবলৈ সাজু AIUDF…

ডিজিটেল ডেস্কঃ কংগ্ৰেছে বান্ধি দিয়া চৰ্ত মানি পুনৰ যেন দললৈ ঘূৰি নাহিব শ্বেৰমান আলীয়ে। সমষ্টিবাসীক সুধি কংগ্ৰেছৰ চূড়ান্ত সিদ্ধান্ত জনাম বুলি কলেও ভিতৰি এ আই ইউ ডি এফৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছিল এক সূত্ৰই। শেহতীয়াকৈ এই সন্দেহেই কিছু সচাঁ প্ৰমাণিত কৰি AIUDFৰ বিধায়ক ৰফিকুল ইছলামে আওপকীয়াকৈ কলে যে- সমাজৰ বাবে কাম কৰা read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme