ডিজিটেল ডেস্কঃ ৫৩সংখ্যক জন্মদিনত দেশ-বিদেশৰ পৰা শুভেচ্ছা বাৰ্তা আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তথা আন নেতাসকলে শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও
read more