1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:08 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন

ডিজিটেল ডেস্কঃ বিটিচি চুক্তিৰ আধাৰত গঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি দ্বিতীয় সমাবৰ্তন অনুষ্ঠিত হয়। উক্ত সমাবৰ্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৪১৭১ জন স্নাতক , স্নাতকত্তোৰ , ডিপ্লোমা আৰু ডক্টৰেট ডিগ্ৰীধাৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰে। উল্লেখ্য যে ২০০৯ চনত স্থাপিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত বৰ্তমান ৫৭ খন কলেজ আৰু read more

সাকাৰ হ’ল লখিমপুৰবাসীৰ সপোনঃ লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতাল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতালৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়- ৫১৪ খন বিচনাৰ লগতে আনুসাংগিক আন্তঃগাঁথনি ,৮০ টা আই চি ইউ, ৭ টা OT ৰ ব্যৱস্থা কৰা হৈছে লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতালত ৷ ৫৮৯ কোটি খৰছ কৰি স্নাতকোত্তৰ মেডিকেল ক’লেজ কৰাৰ সপোন আছিল read more

সংঘাতে জুৰুলা কৰিছে কংগ্ৰেছক! ৰাজীৱ ভৱনত ওলমিল তলা…

ডিজিটেল ডেস্কঃ দলৰ ভিতৰতে চলি থকা সংঘাতৰ যেন কেতিয়াও ওৰ নপৰিব কংগ্ৰেছৰ। শেহতীয়াকৈ পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ইমান চৰম পৰ্যায় পালেগৈ যে,  দলৰ কাৰ্যালয়তে  তলা ওলমালে ক্ষুব্ধ কংগ্ৰেছীয়ে। তেজপুৰত সংঘটিত হৈছে এই ঘটনাটো। কাৰ্যালয়টো কেৱল তলা লগোৱাই নহয় দলীয় কৰ্মীসকলে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিও দিয়ে।  কংগ্ৰেছ নেতা মাধুৰ্য্য গোস্বামী, অপূৰ্ব ভট্টাচাৰ্য মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলা read more

লালুৰ আকৌ জেল যাত্ৰা!

ডিজিটেল ডেস্কঃ পুনৰ কাৰাগাৰলৈ যাব পাৰে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱ৷ জামিনত মুকলি আকাশৰ তলত থাকিলেও লালুৰ পশু খাদ্য কেলেংকাৰী প্ৰসংগ পুনৰ সক্ৰিয় হৈছে৷ লালু প্ৰসাদ যাদৱৰ এই কেলেংকাৰীৰ শাস্তি কি হ’ব সেয়া আদালতে নিৰ্ধাৰণ কৰিব অহা ২১ফেব্ৰুৱাৰীত৷ এই কথা ইতিমধ্যে সদৰি কৰিছে আদালতে৷ উল্লেখ্য যে, ৯৫০ কোটি টকাৰ দেশৰ বহু চৰ্চিত পশুখাদ্য read more

পল্টন বজাৰ ৰে’ল ষ্টেচনত টকাৰ উজান…

ডিজিটেল ডেস্কঃ অপৰাধীলৈ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ মঙলবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন। পল্টন বজাৰ ষ্টেচনত জব্দ কৰা হৈছে ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা। ৰে’ল আৰক্ষীৰ অভিযানত মঙলবাৰে পুৱা জব্দ হয় টকাখিনি। আৰক্ষীয়ে সদৰি কৰা অনুসৰি, তিনিজন যুৱকে তিনিটা বেগত লৈ আনিছিল টকাখিনি। টকাখিনি সোমবাৰে অৰুণাচলৰ পৰা অভিষেক read more

কি কি ক্ষেত্ৰত সকাহ পাব অসমবাসীয়ে? ১৬মাৰ্চত আহি আছে নতুন বাজেট…

ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব৷ ১৪মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই অধিবেশন চলিব ১এপ্ৰিলৰ লৈকে৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ১৬মাৰ্চত বাজেট দাখিলৰো সম্ভাৱনা আছে৷ অৱশ্যে এই বিষয়ক লৈ আনুষ্ঠানিকভাৱো কোনো কথা সদৰি কৰা নাই৷ ইফালে বাজেট দাখিলৰ প্ৰাকক্ষণত বিত্ত মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বস্তৰৰ লোকৰ উপকৃত হ’ব পৰাকৈ read more

মাজুলীত বিজেপিৰ বিৰুদ্ধে চিত্ৰৰঞ্জন বসুমতাৰী…

ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰক্ষেপ কৰিল উমৈহতীয়া প্ৰাৰ্থী৷ অসম জাতীয় পৰিষদৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীক বিজেপিৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিলে দলটোৱে৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্ৰতাৰে চিত্ৰৰঞ্জন বসুমতাৰীৰ নামতে শেষ মোহৰ মাৰে৷ উল্লেখ্য যে, যোৱা সোমবাৰে বিজেপিয়ে ভূৱম গামক বিজেপিৰ প্ৰাৰ্থীৰূপে নাম ঘোষণা কৰিছে৷ উল্লেখ্য যে, মাজুলীত যোৱা ৭মাৰ্চত read more

কংগ্ৰেছ নেতাৰ আজৱ কথাঃ হিজাব নিপিন্ধাৰ বাবেই ভাৰতত হয় বলাৎকাৰ…

ডিজিটেল ডেস্কঃ দেশজুৰি হিজাব বিৰ্তকৰ মাজতে এগৰাকী কংগ্ৰেছ নেতাৰ মন্তব্যই লজ্জিত কৰিছে সকলোকে। কৰ্ণাটকৰ কংগ্ৰেছ নেতা জমিৰ মহম্মদে ভাৰতত ধৰ্ষণ হোৱাৰ কাৰন ব্যাখ্যা কৰিবলৈ গৈ কলে- ভাৰতত মহিলা ধৰ্ষিতা হোৱাৰ প্ৰধান কাৰনটো হৈছে সকলো মহিলাই ইচলাম মহিলাৰ দৰে হিজাব পৰিধান নকৰে। যাৰ বাবে ধৰ্ষণৰ সংখ্যা ভাৰতত বাঢ়িছে। উল্লেখ্য যে, ৪বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ read more

অসমৰ পৰা গৈছেগৈ ক’ভিড! দেওবাৰে আক্ৰান্ত মাত্ৰ ৭৯গৰাকী…

ডিজিটেল ডেস্কঃ অসমত দেওবাৰে কৰোনাত আক্ৰান্ত হৈছে মাত্ৰ ৭৯গৰাকী লোক। ৪গৰাকী ৰোগীৰ দেওবাৰে মৃত্যু হৈছে অসমত। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত দেওবাৰে ৯,৫৩৩গৰাকী লোকক কৰোনাৰ টেষ্ট কৰা হৈছিল। দেওবাৰে কামৰূপ মেট্ৰত ৪৫গৰাকী, লখিমপুৰত ৭গৰাকী, নগাঁৱত ৫গৰাকী আৰু ডিব্ৰুগড়ত ৩গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত। এতিয়ালৈকে কোৰোনাই অসমত ৬হাজাৰ ৬০৫গৰাকী ৰোগীৰ প্ৰাণ read more

কামৰূপ নে তিনিচুকীয়া? কোন জিলাৰ দায়িত্ব ল’ব আনন্দ মিশ্ৰই

ডিজিটেল ডেস্কঃ নগাঁৱৰ পৰা বদলিৰ পাছতে বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে আছে আনন্দ মিশ্ৰ। এনে পৰিস্থিতিৰ মাজতে কেইবাটাও খবৰে চৰ্চা লাভ কৰিছে। নতুনকৈ আনন্দ মিশ্ৰক কি দায়িত্ব অৰ্পন কৰিব তাক লৈ বিভিন্ন চৰ্চা সামাজিক মাধ্যমতো দেখা গৈছে। একাংশই আশংকা প্ৰকাশ কৰিছে যে, কামৰূপ গ্ৰাম্যৰ দায়িত্ব অচিৰেই অৰ্পন কৰা হব মিশ্ৰক। কিন্তু ইয়াৰ বিপৰীতে IPS বিষয়াগৰাকী read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme