1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 12:36 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

‘গংগুবাঈ’ৰ অভিলেখ…

ডিজিটেল ডেস্কঃ  মুক্তিৰ দিনাই হিন্দী ছবি গংগুবাঈয়ে ৰচিলে অভিলেখ৷ মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰে ১০.৫কোটি টকা৷  সঞ্জয় লীলা ভঞ্চালীৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভট্টে (Alia Bhatt)৷ গংগুৱাই কাঠিয়াবাড়ী ছবিখনৰ বাবে বহুতেই পূৰ্বতেই টিকট বুক কৰি ৰাখিছিল। প্ৰায় ৩ কোটি টকাৰ টিকট বিক্ৰী হৈছিল ছবি মুক্তিৰ read more

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ ৰাচিয়া আৰু ইউক্ৰেইন ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলনস্কিয়ে যুদ্ধৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হ’ল৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে টুইট কৰি তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিছে। উল্লেখ্যে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘত ভাৰতে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতৰ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইফালে ৰাষ্ট্ৰসংঘত ভাৰতৰ এই read more

যুদ্ধ আৰম্ভ, মোদীয়েই শেষ ভৰষা ইউক্ৰেইনৰ…

ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। বিভিন্ন দেশে দিয়া বাধাক নেওচি ৰাছিয়াই আক্ৰমণ কৰিছে ইউক্ৰেইনক। যুদ্ধৰ প্ৰথম দিনটোতেই ইউক্ৰেইনৰ ওপৰত উপৰ্যুপৰি মিছাইল আক্ৰমণকে ধৰি আকাশমাৰ্গেৰে চলাইছে আক্ৰমণ। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি এই আক্ৰমণত ইউক্ৰেইনৰ সেনাকে ধৰি ৫০ৰো অধিক সাধাৰণ নাগৰিক নিহত হৈছে। যুদ্ধকলৈ শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। তাৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত উপস্থিত read more

নিৰ্বাচনৰ অন্ত, AVBP-ৰ দখলত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়…

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীয়ে আটাইকেইটা পদতে জয়লাভ কৰে। সৰ্বমুঠ ১২টা পদৰ ১২ টাতে জয়লাভ কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। বৃহস্পতিবাৰে অনুষ্ঠিত নিৰ্বাচনত সভাপতিৰ পদত কল্পজ্যোতি চৌধুৰী, সাধাৰণ সম্পাদক পদত হীৰকজ্যোতি তালুকদাৰ, উপ সভাপতি পদত মামনি বড়ো, সহ-সাধাৰণ সম্পাদকৰ read more

মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ ক্ৰিকেট নহয়, নেহৰু ষ্টেডিয়ামত ফুটবলক অধিক প্ৰাধান্য দিয়ক…

ডিজিটেল ডেস্কঃ অৱশেষত ফুটবলৰ জয় হ’ল৷ ফুটবলৰ বাবে নেহৰু ষ্টেডিয়াম ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ বৃহস্পতিবাৰে এই নিৰ্দেশ প্ৰদান কৰি শৰ্মাই কয়- ৰঞ্জী ট্ৰফীৰ বাবে অসম ক্ৰিকেট সন্থাই ১৫দিনৰ বাবে নেহৰু ষ্টেডিয়ামখন লৈছে। ৰাষ্ট্ৰীয় খেল আহিলে এনে প্ৰক্ৰিয়াৰেই খেলপথাৰ ব্যৱহাৰ হ’ব লাগেষ ৷ কিন্তু মই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছো যাতে read more

DuckyLuck Casino Review Bonuses, Payouts & Player Ratings

Content Ten Times Wins (Rival Gaming) The Top 10 Slots to Play at Duckyluck Casino Online Best Slots at DuckyLuck Casino Right Now Delays of over a week have been reported, especially for non-crypto methods. While some users have completed withdrawals, many report delays tied to verification and a lack of responsive support. Games load read more

শিৱসাগৰৰ ৰাস্তা-পদূলিৰ সমস্যা অখিল গগৈয়ে দূৰ কৰিব নোৱাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ আগন্তুক পৌৰসভা নিৰ্বাচনক লৈ ব্যস্ত নেতা-মন্ত্ৰী সকলো৷ অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকাই শিৱসাগৰ নগৰৰ কেইবাটাও ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত ভাগ লয়৷ বিধায়ক সুশান্ত বৰগোহাঁইৰ সৈতে একেলগে নিৰ্বাচনী অভিযানত মন্ত্ৰীগৰাকীয়ে বহুকেইটা ৱাৰ্ডত প্ৰচাৰ চলায়৷ মন্ত্ৰীগৰাকীয়ে বুধবাৰে ৩, ৪, ৫, ৭, ৮, ১০, read more

মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অভিযোগ মানি লৈ ভূপেন বৰাই ক’লেঃ এই ভুলৰ বাবে পত্নীক শাস্তি দিব পাৰে…

ডিজিটেল ডেস্কঃ ভুল হৈছে স্বীকাৰ কৰিছো। এই ভুলৰ বাবে শাস্তি দিলে পত্নীক শাস্তি দিব পাৰে- পত্নীয়ে নিবনুৱা হিচাপে পৰিচয় দি হাউচিঙৰ ফ্লেট লোৱা বিষয়টোত নিজৰ ভুল স্বীকাৰ কৰি ভূপেন বৰাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই অভিযোগৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় , হাউচিঙৰ ফ্লেটতো মোৰ নামত নাই, পত্নীৰ নামত হে আছে। তেওঁক শাস্তি দিলে দিব পাৰে। read more

‘স্বাধীনতাৰ প্ৰস্তাৱ-যুগে যুগে’ পৰাগ দাস মেমৰীয়েল ট্ৰাষ্টৰ বক্তৃতানুষ্ঠান প্ৰতিযোগিতা…

ডিজিটেল ডেস্কঃ অসমৰ সংবাদ ইতিহাসৰ অন্যতম নক্ষত্ৰই হৈছে পৰাগ কুমাৰ দাস৷ সংবাদজগতখনকেই অন্য মাত্ৰা প্ৰদান কৰা পৰাগ কুমাৰ দাসৰ কলমৰ ধাৰে ভীতিগ্ৰস্থ কৰিছিল বহুজনক৷ কলমেৰেই উদঙাই দিছিল এটাৰ পিছত আনটো ক’লা অধ্যায়ক৷ পৰাগ দাসৰ নিৰ্ভীকতালৈ খুবেই ভয় হৈছিল বহুতৰে, যাৰ বাবে অকালতেই মোহাৰি পেলোৱা হৈছিল এই সম্ভাৱনাক৷ পৰাগ দাস আঁতৰি গ’লেও তেওঁৰ একাংশ সূহৃদে জীয়াই read more

বোকাখাতত দুই পুত্ৰৰ সৈতে মাতৃক মহতিয়াই নিলে ট্ৰাকে…

ডিজিটেল ডেস্কঃ দেওবাৰে বোকাখাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা৷ বোকখাতৰ বি ডি এম ৰোডত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। দুই পুত্ৰসহ বোকাখাতৰ মাতৃ গৃহলৈ স্কুটীৰে আহি থকা অৱস্থাত ট্ৰাকৰ খুন্দাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি। এই পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা গৰাকী খুমটাইৰ মিনু গগৈ ৷ দুৰ্ঘটনাটোত মহিলা গৰাকীৰ দুই read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme