1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 12:29 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

চিৰাঙত শিলাবৃষ্টিঃ ঘৰৰ মূধচ হৈ পৰিল চালনী…

ডিজিটেল ডেস্কঃ প্ৰচণ্ড শিলাবৃষ্টি। ঘৰৰ মূধচ ফুটি যোৱা এই শিলাবৃষ্টি সোমবাৰে বিয়লি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত সংঘটিত হয়। এই শিলাবৃষ্টিত কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবাখনো গাঁৱৰ লোকৰ ঘৰ ভাগি পৰে। বেংলত ৰাজহচক্ৰৰ অন্তৰ্গত টুক্ৰাঝাৰ, বালাঝাৰ, ২ নং শালবাৰী, শান্তিপুৰ, দেউশ্ৰী আদি কৰি বিভিন্ন গাঁৱত প্ৰচণ্ড ধুমুহাইও জোকাৰি যায় গাওঁবাসীক। ৰাইজে প্ৰশাসনক read more

অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰীৰ সহায়ৰ হাত…

ডিজিটেল ডেস্কঃ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰী পুজিৰ পৰা আগবঢ়ালে ২.৫লাখ টকা। ইতিমধ্যে হেলথ চিটী হস্পাতালত উপস্থিত হৈ এই ধনৰাশি প্ৰদান কৰে অভিনেতাগৰাকীৰ পৰিয়ালক। ইফালে অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ তৰফৰ পৰাও অভিনেতাগৰাকীলৈ ১লাখ আগবঢ়োৱা হৈছে। অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনে তেওঁলৈ আৰ্থিক অনুদান আগবঢ়াইছে। শিল্পী জুবিন গাৰ্গে তেওঁৰ read more

কাইলৈৰ পৰা গাখীৰ কিনিবলৈ যাওতে জেপত ২টকা বেছিকৈ নিয়ক…

ডিজিটেল ডেস্কঃ ১মাৰ্চৰ পৰা গাখীৰ কিনিবলৈ যাওতে জেপত ২টকা বেছিকৈ লৈ যাওক। কিয়নো ১মাৰ্চৰ পৰা বাঢ়িব আমুল গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰত ২টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আমূলে। GCMMFয়ে ১মাৰ্চৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰিছে। সমগ্ৰ দেশত এই নতুন নিৰিখ প্ৰযোজ্য হব। বিগত কেইবাবছৰ ধৰি আমূলে প্ৰতি বছৰে প্ৰতিলিটাৰত ২টকাকৈ দাম read more

শিৱৰাত্ৰীত এইকেইটা গীত শুনিলে আপুনিও ডুব যাব ভক্তিত…

ডিজিটেল ডেস্কঃ কাইলৈ শিৱৰাত্ৰী। ভগৱান শিৱৰ উপাসনাৰে মুখৰিত হ’ব দেশ।শিৱৰাত্ৰীৰ প্ৰাকক্ষণত আপুনি কেনেদৰে কটাব বা শিৱৰাত্ৰীৰ অনুষ্ঠানত কেনেধৰণৰ গীত শুনিব এই লৈ চিন্তিত বহুজন। মহাদেৱক আৰাধনামূলক বহু গীত আছে যদিও সকলো গীততেই আধ্যাত্নিকতা ফুটি নুঠে। কোনসমূহ গীত শুনিলে মন শাঁত পৰিব বা আধ্যাত্মিক ভাৱত আপুনি একাত্ম হ’ব। এইকেইটা গীতে শ্ৰোতাক পোনপটীয়াকৈ ঈশ্বৰৰ সৈতে সংযোগ কৰাব read more

অন্ত পৰিল যুদ্ধ! বেলাৰুছত আৰম্ভ হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰতিনিধি বৈঠক…

ডিজিটেল ডেস্কঃ অৱশেষত যেন ক্ষাম কাটিছে যুদ্ধৰ। সোমবাৰে বিয়লি ৩-৩০ মিনিটৰ পৰা আৰম্ভ হৈছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ বৈঠক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যদিও পোনতে বেলাৰুছত আলোচনাত বহিবলৈ অস্বীকাৰ কৰিছিল শেষলৈ ইউক্ৰেনিয়ানবাসীৰ নিৰাপত্তাৰ স্বাৰ্থতেই মস্কোৰ এই দাবী মানি মিলিত হৈছে আলোচনাত। বৈঠকৰ বাবে বেলাৰুছত উপস্থিত হৈছে ইউক্ৰেইনৰ প্ৰতিনিধি দলটো। ৰাছিয়াৰ প্ৰতিনিধিৰ সৈতে ইউক্ৰেইনৰ প্ৰতিনিধিৰে আৰম্ভ হৈছে বৈঠক। দুয়োখন read more

নিক-প্ৰিয়ংকাৰ সন্তানৰ কি নাম ৰাখিলে, জনালে মধু চোপ্ৰাই…

ডিজিটেল ডেস্কঃ এই বৰ্ষৰে জানুৱাৰী মাহত পিতৃ-মাতৃ হৈছে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। চেৰগেট পদ্ধতিৰে কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল নিক-প্ৰিয়ংকা। কন্যা সন্তানটো পৃথিৱীলৈ অহাৰ পিছতেই জল্পনা-কল্পনা সকলোৰে। কি নাম দিয়া হ’ব প্ৰিয়ংকা-নিকৰ কন্যাৰ! ভাৰতীয় নাম হ’বনে আমেৰিকান নাম ৰখা হ’ব তেওঁলোকৰ সন্তানটোৰ। মুম্বাইৰ এক অনুষ্ঠানত ভাগ লোৱাৰ সময়ত নিক-প্ৰিয়ংকাৰ কন্যাৰ নামৰ প্ৰসংগত সংবাদ মাধ্যমৰ লোকসকলে read more

দেশ আগত! ৰেম্পত নহয় বিউটি কুইন “মিছ গ্ৰেণ্ড ইউক্ৰেইন” নামিল যুদ্ধক্ষেত্ৰত…

ডিজিটেল ডেস্কঃ ৰেম্প ৱাক এৰি হাতত অস্ত্ৰ তুলি লৈছে ইউক্ৰেইনৰ এগৰাকী মডেলে৷ দেশ মাতৃক ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে যুৱতী গৰাকী৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত, ইউক্ৰেইনৰ সাধাৰণ লোকসকলে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ হাতত অস্ত্ৰ তুলি লৈছে। অভিনেতা, খেলুৱৈ আৰু সাধাৰণ জনতাৰ লগতে ইউক্ৰেইনৰ বিউটি কুইন “মিছ গ্ৰেণ্ড ইউক্ৰেইন” আনাস্তাচিয়া লেনাও নামি পৰিছে যুদ্ধক্ষেত্ৰত। লেনাই ইউক্ৰেইনৰ সামৰিক বাহিনীত read more

মহাযুদ্ধ! কি হ’ব ইউক্ৰেইনৰ…খোদ নাগৰিকেই সাজিছে ন’ অস্ত্ৰ-শস্ত্ৰ

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ জনতাৰ হাতত এক নতুন অস্ত্ৰ৷ অস্ত্ৰ বনোৱাত ব্যস্ত হৈ পৰিছে ইউক্ৰেইনৰ যুৱক-যুৱতী৷ ৰুছ সেনাক ৰুধিবলৈ পেট্ৰল আৰু কাঁচৰে তৈয়াৰ কৰিছে মলটভ৷ কেৱল মাত্ৰ ৰাজধানী কিয়েভতেই নহয়, সমগ্ৰ ইউক্ৰেইনত লৈ ফুৰিছে এই ককটেল৷ বটলৰ ভিতৰত পেট্ৰল ভৰাই, বটলৰ সাফৰত শলিতা লগাই ব্যৱহাৰ কৰা হয় এই মলটভ৷ শলিতাত জুই জ্বলাই শত্ৰু পক্ষলৈ দলিয়াই দিয়া read more

ভাৰতীয় কিশোৰেও কিলি প’লৰ দৰে ভাৰতীয় ভাষাক ভাইৰেল কৰক- প্ৰধানমন্ত্ৰী মোদী

ডিজিটেল ডেস্কঃ ‘পাৰ্যমানে কিলিৰ ধৰণেৰে ভিডিঅ বনাওক। ভাৰতীয় ভাষাক বিশ্বৰ প্ৰেক্ষাপটত তুলি ধৰিবলৈ হ’লে সকলোৱে এই ব্যৱস্থা গ্ৰহণ কৰক।’ প্ৰধানমন্ত্ৰী মোদীয়ে আফ্ৰিকান টিকটকাৰ কিলি পলে ভাৰতীয় গীতত ভিডিঅ ভাইৰেল কৰোৱাৰ পদক্ষেপক শলাগি প্ৰদান কৰিছে এই মন্তব্য। সামাজিক মাধ্যমত প্ৰায় প্ৰতিদিনেই ভাইৰেল হয় কিলিৰ ভিডিঅ। দিনদিয়েক পূৰ্বে আন্তৰ্জাতিক স্তৰত ভাৰতীয় সংস্কৃতিক তুলি ধৰাৰ বাবেই কিলিক জনোৱা read more

‘গংগুবাঈ’ৰ অভিলেখ…

ডিজিটেল ডেস্কঃ  মুক্তিৰ দিনাই হিন্দী ছবি গংগুবাঈয়ে ৰচিলে অভিলেখ৷ মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰে ১০.৫কোটি টকা৷  সঞ্জয় লীলা ভঞ্চালীৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভট্টে (Alia Bhatt)৷ গংগুৱাই কাঠিয়াবাড়ী ছবিখনৰ বাবে বহুতেই পূৰ্বতেই টিকট বুক কৰি ৰাখিছিল। প্ৰায় ৩ কোটি টকাৰ টিকট বিক্ৰী হৈছিল ছবি মুক্তিৰ read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme