ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী বিবাহ, সমগ্ৰ দেশতে এতিয়া চৰ্চা লাভ কৰিছে এই বিবাহে৷ সাধাৰণতে দৰাই কইনা আনিবলৈ গাড়ী, ঘোঁৰা বা হাতীত উঠি যায়, কিন্তু কেতিয়াবা দৰাই কইনা আনিবলৈ এম্বুলেন্সত যোৱা শুনিছেনে? হয়টো নাইশুনা ,মুঠতে দৰাই বিয়া পাতিবই, কইনাক নিবলৈ এম্বুলেন্সেৰে আহিল দৰা, হোমৰ গুৰিলৈ আহিল ষ্ট্ৰেচ্ছাৰত উঠি, দৰা জন হৈছে ৰাহুল৷ ৰাজস্থানৰ উদয়পুৰত সম্পন্ন এই
read more