1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 3:10 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

দেওবাৰে এই বিশেষ চাৰিটা ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ…

ডিজিটেল ডেস্কঃ দেওবাৰে বিশেষ চাৰিটা ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ। জ্যোতিষ শাস্ত্ৰৰ মতে দেওবাৰে (৬/৩/২০২২) মেঘ ৰাশিৰ লোকে দেওবাৰে লাভ কৰিব ভাল খবৰ।   মেঘ ৰাশিৰ লোকে দেওবাৰে নিজৰ কথাৰে ওচৰৰ লোকক প্ৰভাৱিত কৰাৰ লগতে পেছাগত জীৱনতো সফলতা লাভ কৰিব। এই ৰাশিৰ লোকসকলৰ বাবে দেওবাৰৰ দিনটো যথেষ্ট শুভ হব, বহুদিনৰে পৰা ৰৈ থকা কাম এই read more

একেজন পুৰুষৰ সৈতে বিয়া হ’ল ৩গৰাকী ভগ্নী…

ডিজিটেল ডেক্সঃ এজন পুৰুষৰ সৈতে বিয়া হ’ল ৩গৰাকী ভগ্নী ‘আমি সকলো বস্তু শ্বেয়াৰ কৰিয়েই চলো’- মন্তব্য ৩ভগ্নীৰ, একেজন স্বামীৰে সৈতে সুখী তিনিগৰাকী নাৰী৷ বিবাহ হৈছে দুটি আত্মাৰ মিলন, এজন পুৰুষ আৰু এগৰাকী নাৰী মাজত গঢ়ি উঠা পবিত্ৰ সম্বন্ধই বিবাহ৷ এই পবিত্ৰ সম্বন্ধক নতুন ৰূপ দিলে তিনিগৰাকী ভগ্নীয়ে, একেজন পুৰুষৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত ল’লে ৩ভগ্নীয়ে৷ read more

অভিভাৱকসকল সাৱধান, ৰাজ্যত ভুৱা শিক্ষানুষ্ঠানৰ দৌৰাত্ম্য…

ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালী খেলিছে একাংশ শিক্ষানুষ্ঠানে৷ ভুৱা শিক্ষা প্ৰতিষ্ঠান খুলি শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি দিছে AJ Group of Institute শিক্ষানুষ্ঠানটোৱে৷ গুৱাবাটী মহানগৰী ধাৰাপুৰত অবস্থিত AJ Group of Institute ৰ স্বত্বাধিকাৰী আব্দুল জব্বৰ ওপৰত ভুৱা শিক্ষা প্ৰতিষ্ঠান খুলি ছাত্ৰ ছাত্ৰীৰ জীৱন অন্ধকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ মৰ্মে মহানগৰ আৰক্ষীয়ে জব্বৰৰ বিৰুদ্ধে তদন্ত read more

যুদ্ধৰ বিৰোধিতা কৰি পদত্যাগ সাংবাদিকৰ…

ডিজিটেল ডেস্কঃ আমাক যুদ্ধ নালাগে! যুদ্ধৰ বিৰোধিতা কৰি চাকৰিৰ পৰা পদত্যাগ ৰাছিয়াৰ এটা সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত দেখা দিয়া বিভিন্ন সমস্যাৰ মাজতে শান্তিৰ বাবে বিভিন্ন দেশৰ মাজত আৰম্ভ হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ৷ এই প্ৰতিক্ৰিয়াৰ মাজতে ৰাছিয়াৰ এটা সংবাদগোষ্ঠীৰ অভিনৱ পদক্ষেপ৷ সংবাদগোষ্ঠীটোৰ পৰা সকলো কৰ্মচাৰীয়ে পদত্যাগ কৰি ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ বাবে কৰ্মচাৰীসকলৰ এই পদক্ষেপ৷ read more

শনিবাৰে অন্ত পৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ!

ডিজিটেল ডেস্কঃ শনিবাৰে অন্ত পৰিব পাৰে ইউক্ৰেইন ৰাচিয়াৰ যুদ্ধ। সমাধানৰ সূত্ৰ ওলাব পাৰে দুয়োখন দেশৰ মাজত। কিয়নো শনিবাৰে তৃতীয় লানি বৈঠকত বহিব দুয়োখন দেশৰ প্ৰতিনিধি। ইতিমধ্যে ইউক্ৰেইনে আহ্বান জনাইছে যে, দেশখনৰ পৰা ৰুছ সেনা প্ৰত্যাহাৰ কৰা হওঁক। কিয়নো ইউক্ৰেইনে কেৱল শান্তি বিচাৰে। ইফালে বিগত দিনকেইটাত দুবাৰকৈ বৈঠকত মিলিত হৈছে ইউক্ৰেইন আৰু ৰাছিয়া। এই বৈঠক দুখনত read more

বীৰৰ দৰে যুঁজি থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি দেশ এৰি পালেগৈ পোলেণ্ড!

ডিজিটেল ডেস্কঃ মহাপ্ৰতাপী ৰাছিয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক সকলোৱে কৰিছে প্ৰশংসা। এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ ৰাছিয়া সংসদৰ স্পীকাৰ তথা অধ্যক্ষই দাবী কৰিছে যে, দেশৰ এৰি শুকুৰবাৰে পলায়ন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ দাবী কৰিছে যে, ৰাষ্ট্ৰপতিগৰাকী পোলেণ্ডলৈ পলায়ন কৰিছে। তেওঁ লগতে দাবী কৰিছে যে, কিভত ভয়ংকৰ আক্ৰমণৰ উমান পায়ে পলায়ন কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। সদনৰ অধ্যক্ষগৰাকীয়ে read more

বিদায়ঃ ভাৰতীয় ক্ৰিকেটৰ সৈতে মধুৰ সম্পৰ্ক থকা শ্বেন ৱাৰ্নে দিছিল ৩টা বিশেষ পৰামৰ্শ…

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ একালৰ কিংবদন্তি লেগস্পিনাৰ শ্বেন ৱাৰ্নৰ মৃত্যুৰ খবৰে সকলোকে শোকবিহ্বল কৰি তুলিছে। প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীয়ে আজি সোৱৰিছে লেগস্পিনাৰ গৰাকীৰ বেট-বলৰ সেই যাদু। ৫২বছৰ বয়সত হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা শ্বেন ৱাৰ্ন ভাৰতীয় ক্ৰিকেটৰ সৈতেও ওতপোতভাৱে জড়িত হৈ আছিল। ৰাজস্থান ৰয়েলছৰ মেন্টৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৱাৰ্নে। স্পীনাৰ শ্বেন ৱাৰ্নে নিজৰ ক্ৰিকেটৰ জীৱনত read more

মাজুলীত মোবাইল হেৰাল মুখ্যমন্ত্ৰীৰ….

ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনৰ প্ৰচাৰ চলাই থাকোতেই মোবাইল হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মোবাইল হেৰুৱাৰ খবৰ বিয়পি পৰাৰ পাছতে সভাস্থলীত লাগে হুৱা-দুৱা। সকলো দলীয় কৰ্মী মঞ্চৰ প্ৰতিটো প্ৰান্তত মোবাইল বিচৰাত ব্যস্ত হৈ পৰে। দলীয় কৰ্মীসকলৰ প্ৰচেষ্টাত প্ৰায় ১ঘন্টাৰ পিছত বিচাৰি পায় মোবাইলটো। উল্লেখ কৰা প্ৰয়োজন যে, মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ read more

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ভূমিভাগতেই নহয় পৃথিৱীৰ কক্ষপথতো ৰাছিয়াই চলাব যুদ্ধ। কি ক’লে ৰুছ মহাকাশ সংস্থাই…

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেৱল পৃথিৱীৰ ভূমিভাগতেই হৈছে এনে নহয়। বৃ-পৃষ্ঠৰ পৰা ৪০০ কিঃমিঃ ওপৰলৈকে চলিছে এই যুদ্ধ। পৃথিৱীৰ কক্ষপথলৈ বিয়পিছে যুদ্ধৰ প্ৰভাৱ। মহাকাশতো যুদ্ধ বিশ্বত প্ৰথমবাৰলৈ এই অসম্ভৱকো সম্ভৱ কৰি তুলিলে ৰাছিয়াই। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতো বাজিছে যুদ্ধৰ দামামা। মহাকাশ ষ্টেচনত আমেৰিকাৰ লগতে ৰাছিয়াৰো আছিল নিজা মডিউল। মহাকাশত ভৰশূণ্যভাৱে ৰাছিয়াই জাৰ্মানীৰে মিলি চলাই আছিল মহাকাশ read more

যুদ্ধৰ সমাপ্তি কেতিয়া? যুদ্ধত প্ৰাণ দিলে ইউক্ৰেইনৰ মহিলা জেট পাইলটেও…

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে দেশৰ বাবে প্ৰাণ আহুতি দিলে এগৰাকী ইউক্ৰেনিয়ান মহিলাই৷ ইউক্ৰেইনৰ জেট পাইলট নাটাশা পেৰাকোৱে যুদ্ধতে প্ৰাণ হেৰুওৱাৰ খবৰ ভাইকেল এতিয়া সমগ্ৰতে৷ ২৮ বছৰ বয়সত দেশৰ বাবে যুঁজি মৃত্যু হয় নাতাশাৰ৷ বিগত ৮ দিন ধৰি চলি আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধক্ষেত্ৰত৷ সামাজিক মাধ্যমত read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme