1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 5:20 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

পুটিন আৰু জেলেনস্কীলৈ ৰূপজ্যোতি কুৰ্মীৰ আহ্বানঃ যুদ্ধ বন্ধ কৰক…

ডিজিটেল ডেস্কঃ বেলেগতকৈ কিছু বেলেগ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কেতিয়াবা কথাৰ বাবে, কেতিয়াবা কামৰ বাবে সদায়ে চৰ্চাত থাকে মৰিয়নীৰ বিধায়কগৰাকী। মাজতে কেইবা মাহো চৰ্চাৰ পৰা আতৰত থকা কুৰ্মী পুনৰ এবাৰ আহিছে চৰ্চালৈ। এইবাৰ তেওঁ চৰ্চালৈ আহিছে এটা বিশেষ কাৰনত। প্ৰায় ১২দিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ কুৰ্মীয়ে কৰিছে এক বিশেষ মন্তব্য। এই যুদ্ধ সমাপ্ত read more

এই ছবিখন এবাৰ ওলোটাই চাই লওঁক আৰু আপোনাৰ মোবাইলতে চাওঁক যাদু…

ডিজিটেল ডেস্কঃ কিছুমান ছবি কেৱল চাবলেই নহয়, ভাৱিবলৈও তোলা বা অকাঁ হয়। তেনে বহু ছবি সময়ে সময়ে ভাইৰেল হৈ থাকে ছচিয়েল মিডিয়াত। বিগত কেইটামান দিনৰ পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে এখন বিশেষ ছবি। এই ছবিখন সাধাৰণভাৱে চালে বেলেগ দেখি যদিও ওলোটাই চালে হয়গৈ বেলেগ কিবা এটা। চাওঁক এই ফটোখন-    চালেনে। কি দেখিলে । read more

ভৱিষ্যতবাণীঃ পঞ্জাৱত কেজৰিৱাল, উত্তৰ প্ৰদেশত পুনৰ যোগীয়েই ৰজা…

ডিজিটেল ডেস্কঃ অন্ত পৰিল উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ আৰম্ভ হৈছে EXIT POLL-ৰ সমীক্ষা৷ অপেক্ষা ১০ মাৰ্চলৈ৷ কাৰ দখলত থাকিব উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, মণিপুৰ আৰু পঞ্জাৱ ? ৫ খন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ আতাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে যথেষ্ট চৰ্চাত আছিল উত্তৰ প্ৰদেশ৷ একেদৰে পঞ্জাবতো বলিছিল নিৰ্বাচনৰ গৰম বতাহ৷ EXIT POLL-ৰ read more

জুবিন গাৰ্গেহে ভুলকৈ বুজিলে নেকি? দিপলীনাই ক’লে- CM চাৰৰ কথা ভুলকৈ বুজি আছে সকলোৱে…

ডিজিটেল ডেস্কঃ বিহুক লৈ ব্যাপক বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে এইবাৰ এই প্ৰসংগক লৈ মুখ খুলিলে দীপলিনা ডেকাই।  বিহু কেইদিনীয়াকৈ পাতিব তাক লৈ তীব্ৰ বিৰ্তক অব্যাহত থকাৰ মাজতে কন্ঠশিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি কয়- তেওঁৰ মন্তব্য আচলতে ভুল ব্যাখ্যা কৰা হৈছে। মাননীয় চি এম চাৰে কৰা মন্তব্যটো মই চাইছো। তেওঁ তাত বিহু ৭দিনীয়াকৈ পাতিব লাগিব read more

ভয়ংকৰ VIDEO- ওমলি থকা এজনী কণমাণিক এটা বিষাক্ত সাপে ধৰিলে মেৰিয়াই!

ডিজিটেল ডেস্কঃ এনেই চিন্তা কৰকচোন। এজনী কণমাণিয়ে খেলি থাকোতে হঠাতে যদি এডাল সাপে মেৰিয়াই ধৰেহি।  কি হব বাৰু! আমি ভাৱিবলৈয়ে ভয় কৰা এই ঘটনা সংঘটিত হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ। ভিডিঅটোত দেখা গৈছে এডাল বিষাক্ত সাপে খেলি থকা এজনী কণমাণিক মেৰিয়াই ধৰিছেহি। কণমাণি জনীয়ে গাৰ পৰা সাপটোক এৰুৱাবলৈ যত্ন কৰিছে যদিও read more

উত্তৰ পূবৰ মণিপুৰো বিজেপিৰেই! সমীক্ষাই কি কয়?

ডিজিটেল ডেস্কঃ ১০ মাৰ্চত ঘোষণা হ’ব ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। উত্তৰ পূবৰো মনিপুৰতো অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন৷ ৬০খন আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ সমীক্ষা প্ৰকাশ হৈছে৷ এক্সিট পুলে বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ সোমবাৰে দেশৰ বহুকেইটা আগশাৰীৰ সমীক্ষাই প্ৰকাশ কৰিছে এই কথা৷ শনিবাৰে অন্ত পৰিছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ read more

পৌৰসভা নিৰ্বাচনঃ ৭০শতাংশ ভোটদানেৰে অন্ত পৰিল ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ অন্ত পৰিল ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথমবাৰৰ বাবে পৌৰসভাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকৰ ভাগ্য বন্দী হল ই ভি এমত।  ৰাজ্যৰ ৮০টা পৌৰসভাত ৭০শতাংশ ভোটদান সম্পন্ন হয়।  মুঠ ৩৬খন নিৰ্বাচনী জিলাৰ ৯৭৭টা ৱাৰ্ডত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। দেওবাৰে মুঠ ২হাজাৰ ৫৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হৈছিল। ২৫৩২গৰাকী প্ৰাৰ্থীয়ে  প্ৰতিদ্বন্দ্বিতা কৰিছিল এই নিৰ্বাচনত। ৫৭গৰাকী প্ৰাৰ্থী বিনা read more

কেনেকৈ থাকিব, কি কৰিব! ৮দিনৰ বাবে চৰকাৰে কৰ্তন কৰিব ইন্টাৰনেট সেৱা…

ডিজিটেল ডেস্কঃ কেনেকৈ কৰিব কাম! এদিন দুদিন নহয়, ৮দিনৰ বাবে বন্ধ হব ইন্টাৰনেট সেৱা। শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক ৭ৰ পৰা ৭মাৰ্চ, ১১ৰ পৰা ১২মাৰ্চ আৰু ১৫ৰ পৰা ১৬মাৰ্চ পৰ্যন্ত নাথাকে ইন্টাৰনেট সেৱা।  পুৱা ১১বজাৰ পৰা ৩.১৫বজালৈকে এই ৮দিনত বন্ধ থাকিব ইন্টাৰনেট সেৱা।  দেওবাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি read more

শ্বেন ৱাৰ্নক হত্যা কৰা হ’ল নেকি? ৰূমত আৰক্ষীয়ে পাইছে তেজৰ দাগ…

ডিজিটেল ডেস্কঃ ৫২বছৰ বয়সত থাইলেণ্ডত হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্নে।  সমগ্ৰ বিশ্ব এই খবৰক লৈ শোকসাগৰত ডুবি থকাৰ মাজতেই আন এক খবৰে সকলোকে আচৰিত কৰি তুলিছে। শেহতীয়াকৈ থাইলেণ্ড আৰক্ষীয়ে সদৰি কৰিছে যে, শ্বেন ৱাৰ্নৰ  কোঠাৰ মজিয়া আৰু গা ধোৱা টাৱেলত পোৱা গৈছে তেজৰ দাগ।  ইতিমধ্যে আৰক্ষী উক্ত কোঠাটোত উপস্থিত read more

তোমাৰ মা নাই নহয়, আজিৰ পৰা ময়েই তোমাৰ মাঃ দুচকুৰে চকুপানী বৈ আহিল লুৰীণজ্যোতি গগৈৰ…

ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃয়ে ইহলীলা সম্বৰণ কৰা প্ৰায়ে এটা বছৰে হল। কিন্তু মাজুলীত আকৌ এগৰাকী মাতৃক বিচাৰি পালে লুৰীণজ্যোতিয়ে। কেইদিনমানৰ আগেয়ে ফেচবুকত ভাইৰেল হৈছিল মাজুলীৰ এগৰাকী মহিলাৰ ভিডিঅ। এই ভিডিঅটোত লুৰীণজ্যোতিৰ পোষ্টাৰ আগত লৈ তেওঁক বহুত ভাল পোৱাৰ কথা ব্যক্ত কৰিছিল মহিলাগৰাকীয়ে। দেওবাৰে সেই মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল লুৰীণজ্যোতি গগৈ। read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme