ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব উত্তৰপ্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে বহুখিনি দিশ নিৰ্ণয় কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে। উল্লেখ্য যে, পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব আটাইকেইখন ৰাজ্যৰে ভোট গণনা। এইবাৰ নিৰ্বাচনী ফলাফল
read more