ডিজিটেল ডেস্কঃ কথাটো ঘুনুক-ঘানাকৈ ওলায়ে আছিল। একেবাৰে ওচৰৰ বন্ধুসকলেও কথাটো জানে। কিন্তু কোনেও কোনোদিন প্ৰকাশ কৰা নাই। কিন্তু প্ৰকাশ নকৰিলেও জুই জ্বলিয়ে ধোৱা কোনেও ঢাকি ৰাখি নোৱাৰে। এতিয়া পৰিস্থিতি তেনেকুৱাই। শেহতীয়াকৈ দুয়োগৰাকী প্ৰেমিক যুগলক একেলেগে ৰেষ্টুৰেন্টত সাংবাদিকে দেখাৰ পাছত এতিয়া চৰ্চা আৰু তীব্ৰতৰ হৈছে। চৰ্চা গৈ এনে পৰ্যায় পাইছেগৈ যে, অচিৰেই দুয়ো আৱদ্ধ হব বিবাহপাশত।
read more