ডিজিটেল ডেস্কঃ নিবনুৱাসকলৰ বাবে ভাল খবৰ, অসম আৰক্ষীত বৃহৎ নিযুক্তি। কনিষ্টবল পদৰ বাবে ৪৭০ টা পদ মুকলি, আজিৰে পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। প্ৰাৰ্থীসকলে অনলাইনযোগে কৰিব লাগিব আবেদন, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন। https://police.assam.gov.in অথবা https://apcap.in/reg-inst/page জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ১৭ মাৰ্চ ২০২২। পদসমূহৰ সবিশেষ তলত দিয়া
read more