1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:50 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

বুলেট পাওক-নাপাওক ভাগিনে স্কুটি পাবই…

ডিজিটেল ডেস্কঃ ২০২২-২৩ ৰ বাজেটত শিক্ষাৰ্থী সকলৰ বাবে আছে সু-খবৰ৷ প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব বহু সা-সুবিধা৷ বিগত দুটা বছৰৰ অধিক সময়ে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল। তেনে ক্ষেত্ৰত ক’ভিড-১৯ ৰ ফলত শৈক্ষিক ক্ষেত্ৰখনত হোৱা ক্ষতি পূৰণৰ বাবে বিশেষ সিদ্ধান্ত লোৱা হৈছে বাজেটত৷ বাজেটত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদানৰ বাবে সিদ্ধান্ত read more

বাজেটত এইবাৰ চাকৰিয়েই চাকৰি, কি কি বিভাগত হ’ব চাকৰি…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে ২০২২-২৩ বাজেটে কঢ়িয়াইছে সু-খবৰ৷ কৰ’নাসৃষ্ট পৰিবেশৰ সময়ত যুৱক-যুৱতী সকলে নিয়োগ সুবিধাৰ ক্ষেত্ৰত বহু ক্ষতিগ্ৰস্ত হৈছে৷ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা পূৰ্ণাংগ বাজেটত নতুনকৈ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে৷ কি কি বিভাগত পষ্ট খালী হৈছে? read more

QR কোড! সুৰাৰ বটলক লৈ বাজেটত কি বৃহৎ ঘোষণা

গুৱাহাটীঃ মদৰ বটলক লৈ বাজেটত বিশেষ ঘোষণা। অচিৰেই ৰাজ্যৰ ৱাইন শ্বপসমূহত দেখিবলৈ পোৱা যাব নতুন ধৰণৰ সুৰাৰ বটল। ৰাজ্যখনত সুৰাৰ বিপণীসমূহত প্ৰথমবাৰৰ বাবে উপলব্ধ হ’ব QR কোডৰ সৈতে নষ্ট কৰিব নোৱৰা উচ্চ সুৰক্ষাযুক্ত হোলোগ্ৰাম থকা সুৰাৰ বটল। ইয়াৰ ফলত গ্ৰাহকসকলে উৎপাদিত সুৰাৰ প্ৰস্তুতৰ উৎস আৰু আন তথ্যৰ বিষয়ে বিতঙকৈ জানিবলৈ পাব। ৰাজ্যত ভেজাল সুৰাৰ বিক্ৰী read more

বাজেট ভাষণ LIVE… কি আছে এইবাৰৰ বাজেটত?

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেৰে বাজেট ভাষণ আৰম্ভ বিত্তমন্ত্ৰী অজন্তা নেওগৰ। ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নতি সাধনৰ উদ্দেশ্য এই বাজেট বুলি মন্তব্য নেওঁগৰ। ৩কোটি ৩০লাখ জনতাৰ কথা ভাৱি আৰু উন্নয়নৰ গতি তুৰাম্বিত কৰাৰ উদ্দেশ্য এই বাজেট। মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি বাজেট ভাষণ আৰম্ভ বিত্তমন্ত্ৰীৰ। বিনিয়োগত অধিক গুৰুত্ব দি বাজেট প্ৰস্তুত। ৰাজ্যিক ঘৰুৱা উৎপাদন ৪,৩৩৯২৫ কোটি হোৱাৰ লক্ষ্য। read more

সলনি নহয় গোৱা-মণিপুৰৰ মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশত কি হ’ব?

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পাঁচ ৰাজ্যৰ ভিতৰত ৪ খনেই দখল কৰিছে বিজেপিয়ে। উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা, উত্তৰাখণ্ড পুনৰবাৰ বিজেপিৰ হাতলৈ। পঞ্জাৱ আপৰ দখললৈ যোৱাৰ পিছতেই পঞ্জাৱত সলনি হ’ল মুখ্যমন্ত্ৰী। ৪ ৰাজ্যত পুনৰবাৰ বিজেপিয়েই জয়লাভ কৰিছে গতিকে সলনি হ’বনে মুখ্যমন্ত্ৰী? এই বিষয়টোৱে চৰ্চা লাভ কৰাৰ সময়তে read more

গোলাঘাটত স্কুটী-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ, আহত এজন…

ডিজিটেল ডেস্কঃ মঙলবাৰে সন্ধিয়া গোলাঘাট ৰঙাজান তিনিআলিত সংঘটিত স্কুটী-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত গুৰুত্বৰ ভাবে আহত স্কুটী চালক। আহত ব্যক্তি জনক স্থানীয় ৰাইজৰ সহায়ত ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। জানিব পৰা মতে সন্ধিয়া গোলাঘাটৰ ৰঙাজান তিনিআলিত মৰঙী সাৰগাঁৱত মুনিন্দ্ৰ বৰা নামৰ লোক জনে স্কুটীৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ read more

কেইটা গুলী লাগি মৰিল ধৰ্ষণকাৰী বিকি আলী?

ডিজিটেল ডেস্কঃ মহানগৰীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলী নিহত। আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে ধৰ্ষণৰ মূল অভিযুক্ত বিকি। নিহত বিকিৰ দেহত ৪টাকৈ গুলীৰ আঘাতৰ চিন থকা বুলি প্ৰকাশ কৰিছে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই। শৰ্মাই কয় যে বিকিৰ দেহৰ ৪ টা স্থানত আঘাতৰ চিন আছে। তিনিটা আঘাত দেহৰ পিছফালে আৰু এটা সন্মুখৰ ফালে বুলি read more

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰঃ বাঢ়িব দৰমহা…

ডিজিটেল ডেস্কঃ চৰকাৰী কৰ্মচাৰীসকলক অচিৰেই ভাল খবৰ দিব পাৰে চৰকাৰে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই দৰমহা বাঢ়িব চৰকাৰী কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ ডি এ বৃদ্ধিৰ লগতে বিভিন্ন বিষয়ৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে চৰকাৰ। ১৬ মাৰ্চত অনুষ্ঠিত হব লগা কেবিনেট বৈঠকত কৰ্মচাৰী সকলৰ ৩শতাংশ ডি এ বৃদ্ধিৰ সিদ্ধান্তত মোহৰ লাগিব পাৰে। উল্লেখ কৰা read more

চেল্যুট পূৰ্ণিমাঃ মাতৃয়ে চফা কৰে গুৱাহাটীৰ ৰাস্তা-ঘাট, তিনি পুত্ৰ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ…

ডিজিটেল ডেস্কঃ আৰ্থিক অৱস্থা সুচল নহলেও ৩ সন্তানৰ ৰুচিৰ ওপৰত সুক্ষ্মভাৱে পৰ্যালোচনা কৰি ভৱিষ্যত গঢ় দিয়াৰ বাবে এগৰাকী মাতৃয়ে কৰা কামক আপোনাৰো দিবলৈ মন যাব চেল্যুট। তেওঁৰ নাম পূৰ্ণিমা মণ্ডল, ঘৰ গুৱাহাটীত। জি এম ডিৰ চাফাই কৰ্মী হিচাপে নিয়োজিত এইগৰাকী পূৰ্ণিমা মণ্ডলে নিজৰ ৩ সন্তানক ক্ৰীড়া ক্ষেত্ৰৰ জড়িত কৰাই একো একো গৰাকী সফল খেলুৱৈ হিচাপে read more

কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ পাথৰঘাটত ভূ-মাফিয়াৰ দাদাগিৰি…

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ চহৰৰ বহু বিতৰ্কিত ব্যৱসায়ী, ভূ-মাফিয়া চন্দন পালে ধনৰ জোৰত বিশাল চৰকাৰী ভূমি বেদখল কৰাৰ পিছত আজি বেদখল স্থানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰ ফুকন সহিত আন বিষয়া কৰ্মচাৰীসকল উপস্থিত হৈ চৰমজিন তদন্ত কৰে। কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাটৰ মুল ৰাস্তাৰ লগতে লাগি থকা বিশাল চৰকাৰী ভূমি দখল কৰি read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme