1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 11:53 pm

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

শেষ হ’ল কৰ’না, আহিছে নতুন প্ৰজাতি…

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ শেষ কেতিয়া? এই উত্তৰটো আজিও বিশ্ববাসী অজ্ঞাত। কৰ’না মহামাৰীয়ে বিগত দুটা বছৰ ধৰি সমগ্ৰ বিশ্বকে স্তব্ধ কৰি ৰাখিছে। ২০১৯ বৰ্ষত চীনৰ ইউহান চহৰত পোন প্ৰথমবাৰৰ বাবে কৰ’না ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছিল, লক্ষাধিক লোক আক্ৰান্ত হৈছিল এই ভাইৰাছত । চীনৰ পৰাই আৰম্ভ হৈছিল এই ভয়ংকৰ মহামাৰীৰ। প্ৰথম অৱস্থাত এই ভাইৰাছৰ কোনো প্ৰতিষেধক read more

গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন এজনক গ্ৰেপ্তাৰ…

ডিজেটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীক এনকাউন্টাৰ কৰাৰ পিছতে ধৰ্ষণকাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ। শুকুৰবাৰে অভিজিৎ মজুমদাৰ নামৰ আন এজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে৷ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ লগত জড়িত অভিজিৎ মজুমদাৰ OYO-ৰ অধীনস্থ ব্ৰক্ষ্মপুত্ৰ গেষ্ট হাউচৰ এগৰাকী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল৷ ধৰ্ষণ কাণ্ডৰ লগত read more

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামেৰে নামকৰণ অসমৰ চাহ…

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে অসমীয়া যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ বীৰত্ব আৰু সাহসৰ সন্মান জনাই মুকলি কৰে এটা নতুন চাহ ব্ৰেণ্ড। অসমৰ এটা ষ্টাৰ্টআপ সংস্থাই জেলেনস্কি নামৰ চাহ ব্ৰেণ্ডৰ সম্প্ৰতি মুকলি কৰিছে। এৰোমেটিক টিৰ সঞ্চালক ৰঞ্জিত বৰুৱাই জনোৱা অনুসৰি বুধবাৰে অসম চিটিচিৰ শক্তিশালী চাহ ‘জেলেনস্কি’ চাহ ব্ৰেণ্ডটো মুকলি কৰে। এই চাহ read more

২৫ বছৰ কম বয়সৰ যুৱতীৰ সৈতে প্ৰেম এগৰাকী ফুটবল খেলুৱৈৰ…

ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ অৱসৰপ্ৰাপ্ত এগৰাকী ফুটবল খেলুৱৈ, নাম ৰোমাৰিঅ৷ শেহতীয়াকৈ খেলুৱৈগৰাকীৰ প্ৰেম কাহিনীয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ৫৬ বছৰ বয়সীয়া এইগৰাকী ফুটবল খেলুৱৈয়ে তেওঁতকৈ ২৫ বছৰ কম বয়সৰ মাৰ্চেল চিওলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছে৷ মাৰ্চেলে ডিজিটেল ইনফ্লুয়েন্সাৰ হিচাপে কৰ্মৰত৷ শেহতীয়াকৈ প্ৰেমিক-প্ৰেমিকা হালে ৰুছ ফেষ্টিভেলত উঠা ফটো ভাইৰেল হৈ পৰিছে৷ ইয়াৰ পূৰ্বতেও বিবাহ পাশত আৱদ্ধ read more

১০ হাজাৰ জৰিমনাৰ কথা শুনিয়েই গোসাঁইগাঁৱত ই-ৰিক্সা চালকৰ মৃত্যু!

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াৰ নেতৃত্বত আজি গোসাঁইগাঁও সদৰ চহৰত চলাচল কৰা ই -ৰিক্সাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। ই- ৰিক্সাৰ পঞ্জীয়ন নম্বৰ, বীমা আৰু চালকৰ লাইচেন্স বিচাৰি উক্ত অভিযান চলাই প্ৰায় ৭০ খন ই- ৰিক্সা জব্দ কৰে। ই- ৰিক্সাৰ চালকসকলে পৰিবহণ আইন ভংগ কৰা বুলি ই-ৰিক্সা সমূহক আটক কৰে আৰু নথি-পত্ৰ বিহীন ই-ৰিক্সাসমূহ আটক কৰি read more

কুৰুক্ষেত্ৰ ৰণত ব্যৱহাৰ হৈছিল পাৰমাণৱিক অস্ত্ৰ…

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ো অতিক্ৰম কৰিছে। ১৮ দিন ধৰি চলিছিল মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণ। এই ১৮ দিনজোৰা ভয়াৱহ অভিজ্ঞতাৰ বৰ্ণনাৰে বেদব্যাসে লিখা কথাবোৰে আজিও গৱেষণাত নামিবলৈ বাধ্য কৰে প্ৰত্যেককে। কুৰুক্ষেত্ৰৰ সেই যুদ্ধই আধুনিক পৃথিৱীত বৰ্তমান চলিত যুদ্ধবোৰকো চেৰ পেলাই। অগণন মানুহৰ মৃত্যু, বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ, বিপুল সম্পত্তিৰ বিনাশ ইত্যাদিক সাৱলীলভাৱে বেদব্যাসে দাঙি ধৰিছিল। read more

৮০০ বাৰ কুকুৰে কামোৰাৰ পিছতো জীয়াই থকা ছোৱালীজনী…

ডিজিটেল ডেস্কঃ সমাজত প্ৰচলিত আছে এটা উক্তি, “কুকুৰ প্ৰভুভক্ত”৷ বৰ্তমান সময়ত আভিজাত্যৰ প্ৰতীক হৈ পৰিছে এটা কুকুৰ, বজাৰো দখল কৰিছে নানা প্ৰজাতিৰ কুকুৰে৷ কিন্তু কেতিয়াবা ভাবিছেনে আপোনাৰ মৰমৰ পোহনীয়া কুকুৰটো আপোনাৰ বাবে ভয়ংকৰ হৈ পৰিব! কুকৰ প্ৰাণী বিধক আমি বহুতেই ঘৰত ৰক্ষণাবেক্ষণ দিও যদিও কুকুৰ এবিধ অতি ভয়ংকৰ প্ৰাণী। কুকুৰে এবাৰ মানুহক কামুৰিলে ল’ব লাগে read more

হঠাৎ টুইটাৰত নিজৰ নাম সলনি কৰিছে এলন মাস্কে, কিন্তু কিয়?

ডিজিটেল ডেস্কঃ টুইটাৰত নিজৰ নাম সলনি কৰিছে এলন মাস্কে। এলন মাস্কৰ সলনি টুইটাৰত এলোনা মাস্ক কৰিছে নিজা নাম। কিন্তু কিয় হঠাতে নাম সলনি কৰিলে এলন মাস্কে তাৰ আঁৰত আছে গুৰুত্বপূৰ্ণ কাৰণ। বিশেষ কাৰণটোৰ বাবেই নিজৰ নাম সলনি কৰিছে SpaceX-ৰ CEO- এলেনে। হঠাৎ কোনো কাৰণ নোহোৱাকৈ এই সিদ্ধান্ত লোৱা নাই এলেনে। নাম সলনিৰ আঁৰত আছে পুটিনলৈ read more

নিগনিলৈ কিয় ভয় পুটিনৰ, নিগনিৰ ভয়ত লুকাই থাকে ভ্লাদিমিৰ পুটিন…

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ বিশ্বৰ ৰাজনীতি আৰু কূটনীতিয়ে যাক চাৰিওফালৰ পাৰ আৱৰি ৰাখিছে। তেওঁৰ প্ৰতিটো কাময়েই বিশ্বৰ সকলো দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ দৃষ্টিগোচৰ। যাৰ শক্তি সমগ্ৰ বিশ্বতে প্ৰচলিত। আপুনি জানি আচৰিত হ’ব কোনো এখন দেশকে ভয় নকৰা ৰাষ্ট্ৰপতি গৰাকীয়ে ভয় কৰে এটা সৰু নিগনিক। সেই ব্যক্তিগৰাকীয়েই হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন৷ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ read more

কমলা হেৰিছ আমেৰিকাৰ ফাৰ্ষ্ট লেডী! ঘোষণা ৰাষ্ট্ৰপতি জ’ বাইডেনৰ…

ডিজিটেল ডেস্কঃ কমলা হেৰিছ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি। কমলা হেৰিচেই প্ৰথমগৰাকী ভাৰতীয়মূলীয় উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা ইকুৱেল পে ডে সভাত আয়োজন কৰা বক্তৃতানুষ্ঠানৰ এখন সভাত, ৰাষ্ট্ৰপতি জ’ বাইডেনে কমলাক ফাৰ্ষ্ট লেডী বুলি সম্বোধন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ ইতিমধ্যেই সমগ্ৰতে ভাইৰেল হৈ পৰিছে। কমলাৰ স্বামী ডগ হেমহফ কভিডত আক্ৰান্ত হৈ থকাৰ বাবে এই বিশেষ অনুষ্ঠানত কমলা উপস্থিত read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme