1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 24, 2025, 1:38 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

টোলগেট সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা…

ডিজিটেল ডেস্কঃ টোলগেট সমীপৰ লোক সকলৰ বাবে সু-খবৰ৷ টোলগেট সমীপৰ লোক সকলে পৰিষোধ কৰিব নালাগে কোনো ধৰণৰ ধনৰাশি৷ সেই স্থানৰ লোক সকলৰ বাবে চৰকাৰে দিব বিশেষ পাচ৷ আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব এই বিশেষ পাচ সমূহ৷ লোকসভাত ঘোষণা কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ লগতে ৬০ কিলোমিটাৰ ব্যৱধানত থাকিব নোৱাৰিব দুখনকৈ টোলগেট৷ দুখনকৈ টোলগেট থাকিলে read more

জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক…

ডিজিটেল ডেস্কঃ জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক, Zomato ৰ খাদ্য বিতৰণ কৰি জীৱন নিৰ্বাহ কৰে যুৱকগৰাকীয়ে৷ নিজৰ লগতে ভনীয়েকৰ সপোন সাৰ্থক কৰিবলৈ নিজকে কৰ্মত সমৰ্পন কৰিছে যুৱকগৰাকীয়ে ? বিহাৰৰ বৈশালী জিলাৰ যুৱকজনৰ নাম মুকেশ কুমাৰ৷ যুৱকজনৰ জীৱন কাহিনীয়ে আপোনাক মুগ্ধ কৰি তুলিব৷ মুকেশে বিদ্যালয়ত পঢ়ি থকা দিনতে দৌৰৰ বাবে চাৰিবাৰকৈ সোণৰ পদক লাভ কৰে৷ read more

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা…

ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰতি নিশাই সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা৷ গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউন্টাৰৰ পিছতে পুনৰ পশ্চিম কাৰ্বি আংলঙত সংঘটিত হয় আন এক এনকাউণ্টাৰৰ ঘটনা। অভিযুক্ত হৰেন্দ্ৰ ৰাম নামৰ লোকজনৰ বিৰুদ্ধে ৮ আৰু ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ আছিল । ধৃত হৰেন্দ্ৰ ৰামে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলীচালনা কৰে। যাৰ ফলত বাওঁ ভৰিত read more

দক্ষিণাত্যৰ কানাড়া ছবিত জিলিকিল অসম কন্যাৰ নাম…

ডিজিটেল ডেস্কঃ এইবাৰ দক্ষিণাত্যৰ কানাড়া ছবিত জিলিকিল অসম কন্যাৰ নাম। ২০১৮ চনৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰা বহুচৰ্চিত ছবি “KGF chapter 1”-এ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে বোলছবিখনে হিন্দী ভাষাটো বক্স-অফিচত খলকনি তুলিবলৈ সক্ষম হৈছিল। পৰিচালক উলিয়ায় প্ৰশান্ত নীলৰ পৰিচালনাত ছবিখন ২০১৮ বৰ্ষৰ এখন বহুল চৰ্চিত বোলছবি হিচাৰে পৰিগণিত হৈছিল। ছবিখনৰ মূখ্য read more

সৰু মানুহ নহয় ভূৱন বাদ্যকৰ , সাজি উলিওৱা হ’ল প্ৰতিমূৰ্তি…

ডিজিটেল ডেস্কঃ এটা গীতৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে এগৰাকী ব্যক্তি৷ কাঁচা বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা এইগৰাকী ব্যক্তি হৈছে ভূৱন বাদ্যকৰ৷ তেওঁ বাদাম বিক্ৰী কৰাৰ সময়ত এটা স্ব-ৰচিত গীত “বাদাম বাদাম দাদা কাঁচা বাদাম” পৰিৱেশন কৰিছিল৷ যি গীতৰ জৰিয়তে এতিয়া ভাগ্য সলনি হৈছে ভূৱন বাদ্যকৰৰ৷ আপুনি চেলিব্ৰেটী হওঁক বা নহওঁক, শিশুৰ পৰা read more

খুচখবৰী! গৰ্ভৱতী হ’ল অভিনেত্ৰী সোনম কাপুৰ…

ডিজিটেল ডেস্কঃ বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী সোনম কাপুৰ৷ ২০১৮ চনৰ মে মাহত আনন্দ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী সোনম কাপুৰ৷ বলিউডৰ আগশাৰীৰ বহু তাৰকাৰ সৈতে বিভিন্ন ছবিত দেখা পোৱা গৈছিল এই গৰাকী অভিনেত্ৰীগৰাকীক৷ অভিনেতা অনিল কাপুৰ আৰু সুনীতা কাপুৰৰ জ্যেষ্ঠ কন্যা সোনম। শেহতীয়াকৈ সোনম কাপুৰে ২০১৯ চনত মুক্তি লাভ কৰা “দ্য জয়া ফেক্টৰত” অভিনয় read more

যুদ্ধক্ষেত্ৰৰ কৰুণ ছবি, ৯ বছৰীয়া চাশহাই কিদৰে হেৰুৱালে নিজৰ হাত…

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধত মৃত্যু হৈছে বহু নিৰীহ লোকৰ৷ তাৰ মাজতে ৰুছসেনাৰ গুলীত এখন হাত হেৰুৱালে ৯ বছৰীয়া কণমানি চাশহাই৷ ৰাছিয়াই ইউক্ৰেইনৰ সমগ্ৰ অঞ্চল আৱৰি ৰাখিছে, কোনো ঠাইত যদি ৰকেটেৰে আক্ৰমণ, আন কোনো ঠাইত সেনাৰ গুলিত নিহত নিৰীহ লোক৷ সেশাৰ পিতৃ নিজ পত্নীসহ দুই কন্যাক নিৰাপদ স্থানলৈ লৈ যোৱাৰ সময়তে ঘটিছে এই অঘটন৷ read more

চীনৰ যাত্ৰীবাহী বিমান বয়িং ৭৩৭ দুৰ্ঘটনাগ্ৰস্ত…

ডিজিটেল ডেস্কঃ চীনৰ এখন যাত্ৰীবাহী বিমান বয়িং ৭৩৭ দুৰ্ঘটনাগ্ৰস্ত হয়। কুনমিঙৰ পৰা গুৱাংচি অভিমুখী যাত্ৰা কৰিছিল বিমানখন। চিচিটিভিয়ে জনোৱা অনুসৰি এই দুৰ্ঘটনাত ১৩৩ জন লোক নিৰুদ্দেশ হৈ আছে। এই ঘটনাটো চীনৰ গুয়াংছি অঞ্চলৰ ৱুঝৌ চহৰৰ গ্ৰাম্য অঞ্চলত সংঘটিত হয় আৰু পাহাৰত সৰি পৰি জুই লাগে। চিচিটিভিৰ সম্প্ৰচাৰ অনুসৰি ঘটনাস্থলীলৈ উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰা read more

বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন তনুশ্ৰী দত্তৰ…

ডিজিটেল ডেস্কঃ বলিউদৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী৷ অভিনেত্ৰীগৰাকীক আপোনালোকৰ নিশ্চয় মনত আছে! অভিনেত্ৰী গৰাকীয়ে ‘আশীক বনায়া আপনে’ গীতটোত যৌন আবেদনময়ী অভিনয়ৰে সকলোৰে ওচৰত এখন চিনাকী মূখ হৈ পৰিছিল। পূৰ্বতে নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিশায্য‌ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ “The Kashmir Files” বোলছবিখনে মুক্তি লাভ কৰাৰ পাছৰে পৰা এক আলোড়ণৰ সৃষ্টি কৰিছে৷ তাৰ মাজতেই “The read more

সাৱধান! খুচুৰাত বিক্ৰী এচিড, পুনৰ মহিলাৰ ওপৰত এচিড আক্ৰমণ…

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ বাৰুইপুৰৰ মল্লিকপুৰত সংঘটিত হয় এক অমানৱীয় ঘটনা৷ এগৰাকী মহিলাক বিবাহিত সম্পৰ্কৰ পৰা ওলাই আহিবলৈ কয় মহিলাগৰাকীৰ প্ৰেমিকে৷ আৰক্ষীয়ে জনোৱা অনুসৰি, এই বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মহিলাগৰাকীয়ে এই সম্পৰ্কৰ পৰা বাহিৰলৈ আহিবলৈ চেষ্টা কৰি আছিল৷ যাৰ ফলত দুয়োগৰাকীৰ মাজত বিবাদৰো সৃষ্টি হয়৷ শুকুৰবাৰে বাৰুইপুৰ আদালতৰ ওচৰত শাজাহানে মহিলা গৰাকীৰ ওপৰত এচিড নিক্ষেপ read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme