1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 24, 2025, 2:43 am

Categories

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

মৰিগাঁৱৰ এটা ই ৰিস্কা ডিলাৰৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

অচিনাকি পংকজৰ সৈতে বিয়াত বহিছিল কৰিনা! মা-হালধিৰ গোন্ধ নাযাওতেই কৰিনাৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বিয়া পতা মাত্ৰ দুমাহ হৈছিলহে। গাৰ পৰা মা-হালধিৰ গোন্ধ যোৱাই নাছিল। গোলাঘাট জিলাৰ লোণপুৰীয়া গাঁৱৰ ১৯ বছৰীয়া যুৱতী কৰিনা বৰুৱাৰ মৃতদেহ এতিয়া পৰি আছে তামিলনাডুৰ তিৰুপুৰৰ এখন চিকিৎসালয়ৰ মৰ্গত। বিয়াৰ পিছতে স্বামী পংকজ শইকীয়াই কৰ্মস্থলী তামিলনাডুৰ তিৰুপুৰলৈ লৈ গৈছিল কৰিনাক। আৰু কিছুদিনৰ পিছতে আহিল এই খবৰটো। অভিযোগ অনুসৰি, বিগত কিছুদিন ধৰি কৰিনাই ফোনযোগে read more

ৰাতি আন্ধাৰক ভয় খোৱা কণমাণি অনুষ্কাই এতিয়া আন্ধাৰকে ভাল পোৱা হ’ল…

ডিজিটেল ডেস্কঃ কণমাণি অভিনেতাবোৰ যেতিয়া চকুৰ পচাৰতে ডাঙৰ হয়, তেতিয়া কিবা আচৰিত যেন লাগে। সৰুতে বিভিন্ন জনপ্ৰিয় ধাৰাবাহিকত দেখা শিশু অভিনেতাবোৰৰ হঠাতে ভাইৰেল হোৱা ছবিবোৰে সকলোকে আচৰিত কৰি তোলে।   ওপৰৰ ফটোখনত দেখা কণমাণি অভিনেত্ৰীজনীক মনত আছেনে আপোনাৰ। শিশু ধাৰাবাহিক বালবীৰৰ জৰিয়তে জনপ্ৰিয় হৈ উঠা এই অভিনেত্ৰীগৰাকী নাম অনুষ্কা সেন। শেহতীয়াকৈ অনুষ্কাৰ কেইখনমান ফটো ভাইৰেল হৈছে। read more

ৰাজ্য সভাৰ সাংসদ হোৱাৰ মন কপিল শৰ্মাৰ! সেয়েহে কৰিছে এই কাম…

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ হোৱাৰ মন মেলিছে নেকি কমেডিয়ান কপিল শৰ্মাই ! বিগত দিনকেইটাত প্ৰতিটো দিনতে নতুন নতুন বিৰ্তকত নাম সাঙুৰ খোৱা কপিল শৰ্মাক এইবাৰ টুইটাৰত আন এটা কথাত লক্ষ্য কৰি ললে নেটিজেন সকলে। পঞ্জাৱৰ নৱাগত মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এটা ভিডিঅ কপিল শৰ্মাই শ্বেয়াৰ কৰাক লৈ এই নতুন বিৰ্তকৰ সূচনা হৈছে। দৰাচলতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখন read more

দাম শুনিয়ে মূৰ ঘূৰাব আপোনাৰ! আধা লিটাৰ গাখীৰৰ দাম ৮০০টকা…

ডিজিটেল ডেস্কঃ ১ কেজি চাউলৰ মূল্য ৫০০ টকা। মাত্ৰ ৪০০ গ্ৰাম গাখীৰৰ মূল্য ৭৯০ টকা। বৰ বেছি চিন্তা নকৰিব এই অৱস্থা আমাৰ দেশৰ নহয়৷ ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ এই অৱস্থা। প্ৰচণ্ড বিত্তীয় সংকটত ভোগা শ্ৰীলংকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে৷ ভাৰতলৈ আগমণ ঘটা এই শৰনাৰ্থীসকলে প্ৰকাশ কৰা মতে শ্ৰীলংকাত এতিয়া প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য ৫০০ read more

এয়াই ভাগ্য! এটুকুৰা শিলে এগৰাকী খেতিয়কক কৰিলে কোটিপতি…

ডিজিটেল ডেস্কঃ ভাগ্য কেতিয়া সলনি হয় কোনেও নাজানে।  কোন কেতিয়া কোটিপতি হয় আৰু কোন কেতিয়া কোটিপতিৰ পৰা ভিক্ষাৰীত পৰিণত হয় সেই কথা কোনেও নাজানে। তেনে এটা ঘটনাই শেহতীয়াকৈ  সংঘটিত হল। খেতিপথাৰলৈ গৈ এগৰাকী খেতিয়কে হেৰাই পালে এটুকুৰা বিশেষ শিল। আজৱ এই শিলটুকুৰা দেখি ঘৰলৈ আনি কেইবাজনো লোকক দেখুওৱাত পোহৰলৈ আহিল যে এই শিলটুকুৰাৰ মূল্য কেইবাকোটি টকা। read more

১৫০০টকা জেপত লৈ ধৰ্মপাল গুলাটীয়ে আৰম্ভ কৰা MDH মচলাৰ কোম্পানীয়ে এতিয়া বছৰি উপাৰ্জন কৰে ১৫হাজাৰ কোটি টকা…

ডিজিটেল ডেস্কঃলাগি থাকিলে মাগি নাখায়। কোনো কাম একাণপতিয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। উদ্যমী মন আৰু কৰ্মস্পৃহাৰ গৰাকী প্ৰতিগৰাকী লোকেই বাধাৰ প্ৰাচীৰ ভাঙি আজুৰি আনে সফলতা। উদ্যমী আৰু কঠোৰ পৰিশ্ৰমী তেনে এগৰাকী ব্যক্তি আছিল যোৱা বছৰত  দেহাৱসান ঘটা ‘মচলাৰ ৰজা’ খ্যাত  মহাশয় ধৰ্মপাল গুলাটী। এক কথাত কবলৈ হলে বিশ্বৰ read more

পুনৰ আলফাত যোগদান কৰিলে যোৰহাটৰ যুৱকে…

ডিজিটেল ডেস্কঃ এজন এজনকৈ আলফা স্বাধীনলৈ ধাৱমান হৈছে যুৱ প্ৰজন্মৰ বহু যুৱক-যুৱতী। বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে ২২০ গৰাকীতকৈ অধিক যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে৷ মঙলবাৰে বৰপেটাৰ ধনজিৎ দাস, বাক্সাৰ উদ্ধৱ দাস, কুমাৰীকাটাৰ নিৰঞ্জন ডেকা, গুৱাহাটীৰ নাৰেংগীৰ যুগল শৰ্মাই আলফা নেতা আইচেং অসমৰ তত্বাবধানত আলফাত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে৷ কেৱল যুৱক-যুৱতীয়ে নহয়, অসম read more

সুৰাপায়ী আৰক্ষীৰ এক নিৰ্লজ্জ কাণ্ড…

ডিজিটেল ডেস্কঃ লাহৰীঘাটৰ পিছতে গোলাঘাটত আৰক্ষীৰ বৰ্বৰ কাণ্ড৷ সুৰাপান কৰি আৰক্ষীয়ে এইবাৰ প্ৰহাৰ কৰিলে গোলাঘাটৰ এটা পৰিয়ালক৷ নিশা সুৰাপান কৰি পৰিয়ালটিত প্ৰৱেশ কৰিছিল আৰক্ষীৰ এটা দল৷ পিছে শেহতীয়াতৈ আৰক্ষীৰ এনেধৰণৰ কু-কাণ্ডক লৈ এতিয়া উত্থাপন হৈছে বহু প্ৰশ্ন! অসম আৰক্ষীৰ বৰ্বৰতা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। হোলীৰ দিনটোত এগৰাকী পল্টনবজাৰ যানবাহন আৰক্ষীয়ে সন্তান আৰু পত্নীৰ সন্মুখতে এগৰাকী read more

২০২৪ চনৰ পূৰ্বে ভাৰতবৰ্ষৰ পথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰে নিৰ্মাণ হ’ব…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে লোকসভাত টোলগেটৰ ওপৰত বৃহৎ ঘোষণা কৰাৰ লগতে আন এক ঘোষণা কৰে। গাডকাৰীয়ে জনাই যে, ২০২৪ চনৰ পূৰ্বে দেশৰ সকলো পথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰে নিৰ্মাণ কৰা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰস্তাৱ অনুসৰি ” ভাৰতবৰ্ষক স্বাৱলম্বী হোৱাৰ বাবে দেশখনক সুখী, সমৃদ্ধ আৰু শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে সদনত দৃঢ় read more

সাৱধান, আহিছে আন এক মাৰাত্মক ভাইৰাছ…

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ এতিয়ালৈকে অন্ত পৰা নাই৷ বিশ্বব্যাপী বিয়পি পৰিছে কৰ’না সংক্ৰমণ৷ ইয়াৰ মাজতে আকৌ আহি পৰিছে দু-খবৰ৷ আকৌ উদ্ভৱ হৈছে এক নতুন ভাইৰাছৰ৷ জৰ্জিয়াৰ এমোৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে জনোৱা অনুসৰি নতুনকৈ উদ্ভৱ হোৱা ‘‘হাৰ্টলেণ্ড ভাইৰাছ’’ অতি মাৰাত্মক৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছয়খন ৰাজ্যত বিয়পি পৰিছে হাৰ্টলেণ্ড ভাইৰাছৰ সংক্ৰমণ। এতিয়ালৈকে ভাইৰাছৰ বিধৰ কোনো প্ৰতিষেধক সৃষ্টি কৰিব read more

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

সাধাৰণ বুলি আওকান কৰি থকা ডিঙিৰ বিষে কেতিয়াবা ধাৰণ কৰিব মাৰাত্মক ৰূপ, জানি লওঁক সবিশেষ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

পুৰীত অশৰীৰ আত্মাৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যি আত্মাই ক’ব বিচাৰিছিল তেওঁক বহু কথা

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

‘মোদীক লগ পাই ভাল লাগিল…’, দ্বিপাক্ষিক আলোচনাত ভ্লাদিমিৰ পুটিনৰ এই মন্তব্য

টোপনিৰ সমস্যাক মানসিক চাপৰ ফল বুলি গণ্য কৰাটো ভুল, কোনটো ভিটামিনৰ অভাৱত টোপনি বেয়া হয় জানো আহক..

ফটোগ্ৰাফীৰ সৈতে জড়িত এগৰাকী সাংবাদিকে ঘৰতে গঢ়ি তুলিলে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ

আপুনিও বাৰু নিশা ৩-৫ বজাৰ ভিতৰত সঘনাই সাৰ পাই নেকি? তেন্তে জানি ইয়াৰ আঁৰৰ কাৰণ

© All rights reserved © Current Trend Assam
Customized By BlogTheme