1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 30, 2025, 5:27 pm

Categories

একাধিক ৰাজহুৱা সভা, মন্ত্রী-বিধায়কৰে বৈঠকত উজনি অসমৰ উন্নয়ন-বিকাশৰ দিশত গুৰুত্ব প্রদান ড° হিমন্ত বিশ্ব শৰ্মাৰ

মূৰৰ বিষ-পেটৰ বিষ হ’লেই খাই নেকি বিষ নিৰাময়ৰ ঔষধ, তেন্তে আজিয়এই জানি লওঁক এই কথা

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে ওলাই আহিছে শিৱসাগৰৰ ভংগীমা কলা কেন্দ্ৰ

চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস

ভাল খবৰ, কাজিৰঙাত দেখিবলৈ পোৱা গ’ল, নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত পাকৈত ৰাংকুকুৰ…

গৰমৰ দিনত কিছু খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত অন্যথা শৰীৰত পৰিব পাৰে বেয়া প্ৰভাৱ

বিশ্বত চলিব চীনৰ ৰাজত্ব! অত্যাধুনিক মিছাইলেৰে আক্ৰমণৰ পৰিকল্পনা চীনৰ…

ডিজিটেল ডেস্কঃ চীনে যিকোনো সময়তে কৰিব পাৰে আক্ৰমণ৷ গোপনে বহুকেইখন দেশক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে চীনে৷ এক ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে চিন্তিত হৈ পৰিছে চুবুৰীয়া দেশসমূহ৷ চীনে গোপনে বিশেষ প্ৰকাৰৰ মিছাইল তৈয়াৰ কৰি আছে আৰু সেই মিছাইল শিপিং কণ্টেইনাৰত (জাহাজৰ পাত্ৰত) লুকুৱাই ৰাখিছে। বন্দৰেৰে পৃথিৱীৰ যিকোনো দেশলৈ নিয়াত সহায়ক হ’ব বাবেই জাহাজত লুকুৱাই ৰখা read more

অটুত সাতভনীৰ বান্ধোন, নাগালেণ্ডৰ নিহতৰ কফিনত গামোচা

ডিজিটেল ডেস্কঃ সাতভনীৰ বান্ধোন আজিও অটুত আছে। শেহতীয়াকৈ শনিবাৰে নাগালেণ্ডত সেনাৰ গুলীত নিহত হ’ল ১৫ গৰাকী নিৰীহ লোক। নিহতসকলৰ শেষকৃত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হ’ল। ৰাজহুৱা শেষকৃত অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি বহুকেইজন নেতাও। উল্লেখ্য যে এই শেষকৃত অনুষ্ঠানটোত দেখা গৈছে অন্য এখন বিশেষ ছবি। মৃত লোককেইজনৰ কফিনত পৰম্পৰাগত বস্ত্ৰৰ উপৰিও দেখা গৈছে অসমীয়াৰ স্বভীমানৰ read more

আত্মহত্যাৰ বাবেও মেচিন… কষ্টহীন মৃত্যু কেনেদৰে?

ডিজিটেল ডেস্কঃ ইচ্ছামৃত্যু বা আত্মহত্যা। দিনকদিনে মানুহৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। আমাৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতেই কেৱল এই প্ৰৱণতা বৃদ্ধি হৈছে এনে নহয়। উন্নত দেশসমূহতো এই প্ৰৱণতা বৃদ্ধি হৈছে। ইংলেণ্ড, আমেৰিকা, চুইজাৰলেণ্ড আদিত ইচ্ছা মৃত্যুৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেই চুইজাৰলেণ্ডৰ একাংশ বিজ্ঞানীয়ে সাজি উলিয়াইছে ইচ্ছামৃত্যুৰ এটা মেচিন। য’ত অকণো কষ্ট নোপোৱাকৈ মৃত্যুবৰণ কৰিব পাৰিব read more

শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ লংকেশ্বৰ দাস স্মৃতি ন‍্যাসৰ উদ‍্যোগত হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত বিগত দুটা বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ। আগন্তুক নববৰ্ষৰ প্ৰথম ভাগতে সদৌ অসম ভিত্তিত শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা খন অনুষ্ঠিত হ’ব। উদ‍্যোক্তা সকলে জানিবলৈ দিয়া মতে ২০২২ read more

বিশিষ্ট কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঁঞিৰ ওপজা দিন

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঁঞিৰ আজি ওপজা দিন। সাহিত্যিক গৰাকীৰ অনুপস্থিতিটো আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। একাধাৰে সাংবাদিক, সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক হোমেন বৰগোহাঁঞিৰ জন্ম হৈছিল ১৯৩২ চনত লক্ষীমপুৰৰ ঢকুৱাখানাত। ৯০ সংখ্যক জন্মদিনটোত যদিও তেওঁ আমাৰ মাজত নাই তথাপিও অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰকাৰীভাৱেও পালন কৰা হ’ব সাহিত্যিকগৰাকীৰ ওপজাদিনটোক। read more

মুকলি আকাশৰ তললৈ বিধায়ক শ্বেৰমান আলী

ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ শ্বেৰমান আলী। জাতীয় শ্বহীদক অপমানসূচক মন্তব্য কৰি আটক হৈছিল শ্বেৰমান। সোমবাৰে শ্বেৰমানৰ বিৰুদ্ধে থকা তিনিওটা গোচৰত জামিন প্ৰদান কৰে চিজেএম আদালতে। সময়ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবেই আদালতে জামিন প্ৰদান কৰে বাঘবৰৰ বিধায়ক শ্বেৰমানক। আদালতে জামিন প্ৰদান কৰাৰ পিছতেই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছিল শ্বেৰমানৰ। উল্লেখ্য যে, মঙ্গলবাৰে read more

খাব নেকি FIRE ফুচকা…

ডিজিটেল ডেস্কঃ আপুনি ফায়াৰ পান দেখিছে নাইবা কেতিয়াবা হয়তো খাইছে। কিন্তু কেতিয়াবা ভাৱিছিলেনে যে এদিন ফায়াৰ ফুচকাও বজাৰলৈ আহিব। আপুনি ভাৱক বা নাথাকক বজাৰলৈ কিন্তু আহিল ফায়াৰ ফুচকা। এই ফায়াৰ ফুচকাৰ ভিডিঅ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এগৰাকী যুৱতীয়ে খাই থকা ফায়াৰ ফুচকাৰ এই ভিডিঅটো চাই লওঁক এই লিংকত- https://www.instagram.com/reel/CWveFgfoMf8/?utm_source=ig_web_copy_link   ফায়াৰ ফুচকাৰ এই read more

৫বছৰৰ আৰক্ষীৰ মূৰৰ কামোৰণি ‘ইফু’লৈ আনন্দ মিশ্ৰ বাহিনীৰ গুলী…

ডিজিটেল ডেস্কঃ একশ্যন মুডত অসম আৰক্ষী। অপৰাধীয়ে পলাবলৈ চেষ্টা কৰিলেই অসম আৰক্ষীয়ে গুলী চলোৱাতো শেহতীয়াকৈ এক নিয়মত পৰিণত হৈছে। শেহতীয়াকৈ কেইবাশ অপৰাধীক পলাবলৈ লওতেই গুলীয়াই পুনৰ কৰায়ত্ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। সোমবাৰে নগাঁৱত পুনৰ কুখ্যাত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াক গুলীয়াই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট গুলীবিদ্ধ read more

কাৰোবাৰ গাত ভগৱান, কোনোবাই দিলে গালিঃ ভেকচিনৰ নামত চলা সেই নাটক আৰু দেখিবলৈ নাপায়…

ডিজিটেল ডেস্কঃ মাত্ৰ ৭দিন। এই ৭দিনত ৰাজ্যবাসীয়ে কিমান যে কি নাটক দেখিলে তাৰ সীমা-সংখ্যা নাই। ভেকচিন নলওঁ বুলি কোনোবা যদি পথাৰলৈ দৌৰিছে, কোনোবা আকৌ বিচনা তলত সোমাইছে। কোনেবাই দম দিছে, কোনোবাই গুলীয়াই দিয়ক তথাপিও বেজি নলওঁ বুলি কৈছে। মুঠৰ ওপৰত নাটকৰ শেষ নাই। ভয়-শংকাৰ দোমোজাত কিছুমানৰ গাত ভগৱানো লম্ভিল। কিন্তু সেই নাটকৰ যৱণিকা পৰিল। ৰাজ্যবাসীক read more

প্ৰথম দেখাতেই কাৰোবাৰ সৈতে প্ৰেম কিয় হয়? জানেনে আপুনি…?

ডিজিটেল ডেস্কঃ প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়! কেতিয়া, ক’ত, কাৰ সৈতে প্ৰেম হব সেয়া কোনেও নাজানে। কেতিয়াবা এনে হয় কাৰোবাক দেখিলেই এনে লাগে যেন সেইজন ব্যক্তি আপোনাৰ বহুদিনৰে চিনাকি। তেওঁৰ চাল-চলন, তেওঁৰ কথা-বতৰা, ব্যক্তিত্ব, কাম-কাজ আপোনাৰ খুবেই ভালে। জানেনে প্ৰেম প্ৰেম লগা প্ৰথম এই অনুভূতি আপোনাৰ মনত কিয় থিতাপি লয়। ইয়াৰ আঁৰতো আছে বৈজ্ঞানিক read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme