মানুহৰ জীৱনটো নানা সমস্যাৰে ভৰা৷ এজন ব্যক্তিয়ে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো এটা সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়৷ যিকোনো ধৰণৰ পৰিৱৰ্তনে শাৰীৰিক, আৱেগিক বা মানসিক চাপৰ সৃষ্টি কৰে৷ মনোযোগ বা কাৰ্য্যৰ প্ৰয়োজন হোৱা যিকোনো বস্তুৰ প্ৰতি শৰীৰে দিয়া সঁহাৰি হ’ল মানসিক চাপ। সাধাৰণতে কম পৰিমাণে মানসিক চাপত ভোগাটো
read more