1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:23 am

হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বিশেষ অফাৰ

ডিজিটেল ডেস্কঃ হোৱাটছএপে শীঘ্ৰেই ‘সকলোৰে বাবে আগবঢ়াইছে বিশেষ সুবিধা। হোৱাটছএপে সকলোৰে সুবিধাৰ বাবে বৃদ্ধি কৰিছে অল ডিলেটৰ যি সময়সীমা বৃদ্ধি কৰিছে। বৰ্তমানে, এজন ব্যৱহাৰকাৰীয়ে ভুলতে পঠিওৱা কিবা মেছেজ বা বাৰ্তা এটা ডিলেট কৰাৰ বাবে সময় বৃদ্ধি কৰি ৬৮ মিনিট ১৬ ছেকেণ্ড আছিল সেই সময় এতিয়া ৩ মাহলৈকে বৃদ্ধি কৰা হ’ব। হোৱাটছএপে মেছেজিং প্ৰক্ৰিয়াত প্ৰথমে ২০১৭ read more

সমকামিতাৰ পতাকাখন ৰামধেনুবুলীয়া কিয়?

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সমকামিতা অপৰাধ নহয় বুলি ঘোষনা কৰাৰ পিছতেই সমকামীসকলে নিজাকৈ এখন পতাকা পৰিচয় হিচাপে লৈছে। ৰামধেনুৰ ৰঙৰ পতাকাখন এতিয়া হয়তো সকলোৰে পৰিচিত। এই ৰামধেনুবৰণীয়া পতাকাখনে এলজিবিটি সম্প্ৰদায়ৰ বিশেষত্ব দাঙি ধৰে। সমগ্ৰ বিশ্বৰ সমকামী লোকসকলে তেওঁলোকৰ সংহতি দেখুৱাবলৈ এই ৰামধেনু বৰণৰ পতাকাখন ব্যৱহাৰ কৰে।সাম্প্ৰতিক সময়ত বিশ্বত সৰ্বাধিক চৰ্চিত পতাকাসমূহৰ ভিতৰত এখন হৈছে ৰামধেনু read more

পাকিস্তানী সন্ত্ৰাসবাদীৰ লক্ষ্য এতিয়া সীমামূৰীয়া কাশ্মীৰ, কিন্তু কিয়?

ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত সমগ্ৰতে তালিবানৰ কু-কৃতিৰ চৰ্চা অব্যাহত আছে।কিন্তু কেৱল আফগানিস্তান দখলতে তালিবান শান্ত হৈ নাথাকি এইবাৰ পাকিস্তানক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে এটা তালিবানী সংগঠনে। পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণ ৪ বছৰত সৰ্বাধিক হোৱা বুলি পাকিস্তানৰ এখন আগশাৰীৰ কাকতে উল্লেখ কৰিছে। তালিবানৰ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) শেহতীয়া আফগানিস্তানৰ ঘটনাৱলীৰ পৰা উৎসাহিত হৈ read more

বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা ঘোষণা

গুৱাহাটীঃ অৱশেষত ৰাজ্য চৰকাৰে আজি ঘোষণা কৰে  বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা। এই অনুযায়ী GMDAৰ অধ্যক্ষ পদত নাৰায়ণ ডেকা, গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গুৰুজ্যোতি দাসক। একেদৰে ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত read more

ভৱানীপুৰত অভিলেখ সৃষ্টি কৰি ফণী তালুকদাৰৰ জয়

ভৱানীপুৰঃ অভিলেখ সৃষ্টি কৰি ভৱানীপুৰ সমষ্টিত বিজয় হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে। আজি ঘোষিত উপ-নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। তালুকদাৰে লাভ কৰে মুঠ ৬৩, ৩৫৫ টা ভোট। বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ। সেইবাৰ তেওঁ লাভ কৰিছিল ৫৫,৯৭৫টা ভোট। উক্ত নিৰ্বাচনত তালুকদাৰৰ read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme