1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:12 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সিন্ধৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক কিয় দিলে হোলীৰ শুভেচ্ছা?

ডিজিটেল ডেস্কঃ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ ট্ৰলৰ সন্মুখীন হৈছে এগৰাকী মুখ্যমন্ত্ৰী। দেৱালীৰ শুভেচ্ছা দিবলৈ গৈ ভুলবশত হেপ্পি হোলী বুলি নিজা সামাজিক মাধ্যমত পোষ্ট কৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুৰাদ আলি শ্বাহে। মুৰাদ আলি শ্বাহে কৰা পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। একাংশই মুখ্যমন্ত্ৰীগৰাকীক টেগ কৰি সামাজিক মাধ্যমত লিখিছে, “হোমৱৰ্ক সঠিকভাৱে নকৰি চৰ্টকাট লৈ read more

সুধাকণ্ঠবিহীনতাত কেনে আছে সুধাকণ্ঠৰ বাসগৃহ!

ডিজিটেল ডেস্কঃ ৫ নৱেম্বৰ, ড° ভূপেন হাজৰিকাৰ মৃত্যু দিন। ৫ নৱেম্বৰ ২০১১ ত আমাৰ মাজৰ পৰা আতঁৰি গৈছিল সুধাকণ্ঠ। আজি সুধাকণ্ঠৰ দশম মৃত্যু বাৰ্ষিক। সমগ্ৰ ৰাজ্যতে আজি গীতে মাতে সোঁৱৰিছে সুধাকণ্ঠক। নিজৰাপাৰৰ ঘৰলৈও সোঁত বৈছে সুধাকণ্ঠৰ গুণমুগ্ধৰ। সুধাকণ্ঠ নাথাকিলেও নিজৰাপাৰাৰ ঘৰখনলৈ আজিও ঢাপলি মেলে বহু গুণমুগ্ধই। কিন্তু বহুতেই নাজানে সুধাকণ্ঠৰ অন্য এখন বিশেষ ঘৰৰ কথা। read more

পুনৰ অশান্ত জম্মু আৰু কাশ্মীৰ, কূটাঘাতৰ আশংকা কাশ্মীৰত

ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে সমগ্ৰতে তালিবানীৰাজৰ বৰ্বৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। তালিবানে আফগানিস্তানত তালিবানীৰাজক লৈ ৰাষ্ট্ৰসংঘইয়ো নিজা মতামত আগবঢ়াইছিল লগতে বিশ্বৰ সকলো দেশকে আফগানিস্তানৰ সপক্ষে থিয় হোৱাৰ আহ্বান জনাইছিল। সন্ত্ৰাসবাদক আৰু অধিক শিঁপাবলৈ দিব নোৱাৰি বুলিও প্ৰায়সমূহ দেশেই আফগানিস্তানৰ পক্ষত থিয় দিয়ে। তালিবানে আফগানিস্তান দখল কৰাৰ প্ৰায় ৩ মাহ সম্পূৰ্ণ হৈছে। এই read more

উপৰাষ্ট্ৰপতিৰ কাণ্ড, খেলুৱৈক চলালে যৌন নিৰ্যাতন

ডিজিটেল ডেস্কঃ চীনৰ টেনিছ তাৰকাই প্ৰাক্তন উপ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে। চীনা টেনিছ তাৰকা পেং চুই (পেং চুয়াই) চীনৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। ৩৫ বছৰীয়া পেঙে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলি (ঝাং গাওলি)ৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে। পেঙে চীনা সামাজিক মাধ্যমত তেওঁৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে। অৱশ্যে, read more

কেদাৰনাথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ মন্দিৰৰ চৌহদত আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ২০১৩ চনৰ উত্তৰাখণ্ডৰ বানপানীত ধ্বংস হোৱাৰ পিছত আদি শংকৰাচাৰ্যৰ সমাধি পুনৰ নিৰ্মাণ কৰা হৈছে।উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মন্দিৰত ‘আৰতি’ কৰে। প্ৰাৰ্থনা সম্পন্ন কৰি কেদাৰনাথ মন্দিৰ পৰিক্ৰমা কৰে প্ৰধানমন্ত্ৰীজনে। মন্দাকিনী নদীৰ পাৰত অৱস্থিত ‘চাৰ ধাম যাত্ৰা’ বুলি কোৱা চাৰিটা প্ৰাচীন read more

হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বিশেষ অফাৰ

ডিজিটেল ডেস্কঃ হোৱাটছএপে শীঘ্ৰেই ‘সকলোৰে বাবে আগবঢ়াইছে বিশেষ সুবিধা। হোৱাটছএপে সকলোৰে সুবিধাৰ বাবে বৃদ্ধি কৰিছে অল ডিলেটৰ যি সময়সীমা বৃদ্ধি কৰিছে। বৰ্তমানে, এজন ব্যৱহাৰকাৰীয়ে ভুলতে পঠিওৱা কিবা মেছেজ বা বাৰ্তা এটা ডিলেট কৰাৰ বাবে সময় বৃদ্ধি কৰি ৬৮ মিনিট ১৬ ছেকেণ্ড আছিল সেই সময় এতিয়া ৩ মাহলৈকে বৃদ্ধি কৰা হ’ব। হোৱাটছএপে মেছেজিং প্ৰক্ৰিয়াত প্ৰথমে ২০১৭ read more

সমকামিতাৰ পতাকাখন ৰামধেনুবুলীয়া কিয়?

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সমকামিতা অপৰাধ নহয় বুলি ঘোষনা কৰাৰ পিছতেই সমকামীসকলে নিজাকৈ এখন পতাকা পৰিচয় হিচাপে লৈছে। ৰামধেনুৰ ৰঙৰ পতাকাখন এতিয়া হয়তো সকলোৰে পৰিচিত। এই ৰামধেনুবৰণীয়া পতাকাখনে এলজিবিটি সম্প্ৰদায়ৰ বিশেষত্ব দাঙি ধৰে। সমগ্ৰ বিশ্বৰ সমকামী লোকসকলে তেওঁলোকৰ সংহতি দেখুৱাবলৈ এই ৰামধেনু বৰণৰ পতাকাখন ব্যৱহাৰ কৰে।সাম্প্ৰতিক সময়ত বিশ্বত সৰ্বাধিক চৰ্চিত পতাকাসমূহৰ ভিতৰত এখন হৈছে ৰামধেনু read more

পাকিস্তানী সন্ত্ৰাসবাদীৰ লক্ষ্য এতিয়া সীমামূৰীয়া কাশ্মীৰ, কিন্তু কিয়?

ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত সমগ্ৰতে তালিবানৰ কু-কৃতিৰ চৰ্চা অব্যাহত আছে।কিন্তু কেৱল আফগানিস্তান দখলতে তালিবান শান্ত হৈ নাথাকি এইবাৰ পাকিস্তানক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে এটা তালিবানী সংগঠনে। পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণ ৪ বছৰত সৰ্বাধিক হোৱা বুলি পাকিস্তানৰ এখন আগশাৰীৰ কাকতে উল্লেখ কৰিছে। তালিবানৰ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) শেহতীয়া আফগানিস্তানৰ ঘটনাৱলীৰ পৰা উৎসাহিত হৈ read more

বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা ঘোষণা

গুৱাহাটীঃ অৱশেষত ৰাজ্য চৰকাৰে আজি ঘোষণা কৰে  বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা। এই অনুযায়ী GMDAৰ অধ্যক্ষ পদত নাৰায়ণ ডেকা, গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গুৰুজ্যোতি দাসক। একেদৰে ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত read more

ভৱানীপুৰত অভিলেখ সৃষ্টি কৰি ফণী তালুকদাৰৰ জয়

ভৱানীপুৰঃ অভিলেখ সৃষ্টি কৰি ভৱানীপুৰ সমষ্টিত বিজয় হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে। আজি ঘোষিত উপ-নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। তালুকদাৰে লাভ কৰে মুঠ ৬৩, ৩৫৫ টা ভোট। বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ। সেইবাৰ তেওঁ লাভ কৰিছিল ৫৫,৯৭৫টা ভোট। উক্ত নিৰ্বাচনত তালুকদাৰৰ read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme