1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:54 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

যন্ত্ৰণাত ছটফটাই থকা ছোৱালীজনী হাঁহিবলৈ লওঁতেই নিয়তিয়ে কাঢ়ি নিলে প্ৰাণ

ডিজিটেল ডেস্কঃ সমগ্ৰ অসমবাসীয়ে তাইৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। বহুতে তাইৰ কুশল কামনা কৰি জ্বলাইছিল চাকি। বহুতে পাৰ্যমানে তাইক সহায়ো কৰিছিল। কিন্তু সকলো বিফল হল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে শিৱসাগৰৰ হাঁহচৰা বোকানগৰ মৈয়ামৰা সন্দিকৈ গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী ৰিতুমণি হাজৰিকাই। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰিতুমণিৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যত read more

টুইটাৰত সৰ্বশক্তিমান ৰাজনৈতিক নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিন্তু তেওঁৰ আগতো আছে এজন ব্যক্তি

ডিজিটেল ডেস্কঃ বিশ্বৰ ডিজিটেল ক্ষেত্ৰখনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আছে এক বিশেষ প্ৰভাৱ। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামকে ধৰি ছচিয়েল মিডিয়াৰ সকলো চাইটতে প্ৰধানমন্ত্ৰী মোদীৰ আছে কোটি কোটি অনুৰাগী।  শেহতীয়াকৈ টুইটাৰে প্ৰকাশ কৰা বিশ্বৰ সৰ্বাধিক অনুৰাগী থকা ৫০গৰাকী ব্যক্তিৰ ভিতৰত দ্বিতীয় স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক অনুৰাগী থকা একমাত্ৰ read more

কভিডতকৈও মাৰাত্মক ‘জিকা’ ভাইৰাছ! ৰাজ্যসমূহলৈ কেন্দ্ৰৰ বিশেষ নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ হ্ৰাস হোৱা নাই ক’ৰণা মহামাৰীৰ ভয়াৱহতা। ক’ৰণাৰ ভয়াৱহতাৰ মাজতে ভাৰতত বৃদ্ধি হৈছে অন্য এবিধ ভাইৰাছৰ আতংক৷ ডেংগুৰ লগতে জিকা ভাইৰাছৰ সংক্ৰমণে এতিয়া চিন্তিত কৰিছে দেশবাসীক৷ ভাৰতৰ বহুকেইখন ৰাজ্যত ‘জিকা’ আৰু ডেংগুৰ ভয়াৱহ হাৰত সংক্ৰমণ হোৱাৰ বাবেই হাই এলাৰ্ট জাৰি কৰা হৈছে৷ উত্তৰ ভাৰতত জিকা ভাইৰাছৰ প্ৰকোপ অত্যাধিক৷ যাৰ বাবে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত জিকাক read more

মদাহী মডেল ৰাজকন্যাই মহতিওৱা শ্ৰমিক যোছেফে অৱশেষত হাৰ মানিলে মৃত্যুৰে

ডিজিটেল ডেস্কঃ এটা পথ ভয়ংকৰ দূৰ্ঘটনা৷ গুৱাহাটীৰ ৰাজপথত মদাহী মডেল ৰাজকন্যা বৰুৱাই মহতিয়াই নিছিল ৮ গৰাকীকৈ লোকক৷ ১ অক্টোবৰৰ নিশা ১ বজাত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাত দুখনকৈ ভৰি হেৰুৱাইছিল যোছেফ মাৰাক নামৰ এজন শ্ৰমিকেও৷ ভৰি হেৰুওৱা শ্ৰমিক গৰাকীক তৎকালীনভাৱে জিএমছিএইছত ভৰ্তি কৰোৱা হয়৷ জিএমছিএইছত পূৰ্ণগতিত চলিছিল মাৰাকৰ চিকিৎসা৷ শেহতীয়াভাৱে চিকিৎসকসকলে মাৰাকক দুখন কৃত্ৰিম ভৰি read more

পাকিস্তানৰ ৰাজধানীত নাই নেকি হিন্দু মন্দিৰ?

ডিজিটেল ডেস্কঃ মুছলমানৰ আগ্ৰাসন চলিছে সমগ্ৰ পৃথিৱীত৷ এই কথা মিছা আখ্যা দি খোদ মুছলমান অধ্যুষিত দেশতেই নিৰ্মাণ হ’ব হিন্দু মন্দিৰ৷ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এটা হিন্দু মন্দিৰৰ৷ পাকিস্তানৰ ৰাজধানীত প্ৰথমটো হিন্দু মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত কিয় লৈছে প্ৰধানমন্ত্ৰী ইমৰাণ খানে? এই বিষয়টোৱে এতিয়া সমগ্ৰতে চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷ পাকিস্তানৰ ৰাজধানীত কিয় নিৰ্মাণ read more

অসমীয়া ছবিয়ে জিনিছে জগত…অস্কাৰৰ দৌৰত চামিল প্ৰথমখন অসমীয়া ছবি ‘ব্ৰিজ’

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতৰ বাবে সুখবৰ। অসমীয়া ছবিয়ে জিনিছে জগত। প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ অস্কাৰৰ দৌৰত চামিল হৈছে অসমীয়া ছবি। অসমীয়া ছবি ‘ব্ৰিজে’ ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা লাভ লাভ কৰিবলৈ সক্ষম হৈছে৷ চিনেমা খনে শেহতীয়াকৈ ৫-৯ নবেম্বৰ ২০২১ লৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and read more

ফ্লাই অভাৰত বাৰ্থ ডে পাৰ্টী! মঙলবাৰৰ দিনটোত অসমত সৰ্বাধিক চৰ্চিত ফটোখন…

ডিজিটেল ডেস্কঃ খুবেই ধুনীয়া! নিৰ্মাণ হোৱা দিনাৰে পৰা দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেতুখনক লৈ ভিন্ন চৰ্চা। এগৰাকী অসমীয়া ঠিকাদাৰে ২২মাহৰ কাম ১৪মাহতে শেষ কৰাৰ পৰা আৰম্ভ কৰি সেতুখনত শেহতীয়াকৈ অসমৰ লোক-সংস্কৃতি প্ৰতিফলিত হোৱালৈকে হাজাৰ ৰকমৰ চৰ্চা ছচিয়েল মিডিয়াত। চৰ্চাৰ মাজতে দীপাৱলীৰ দিনাই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে এই সেতুখন আৰু কলে- অসমৰ ভিতৰতে এইখন এখন লেখত লবলগীয়া উৰণীয়া read more

ৰাজনীতি এনেকুৱাই হ’ব লাগে… তৰুণ গগৈলৈ পদ্মভূষণ

ডিজিটেল ডেস্কঃ সোমবাৰে মৰণোত্তৰভাৱে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক৷ ঘোৰ কংগ্ৰেছী আছিল প্ৰয়াত গগৈ৷ একেৰাহে ১৫ টাকৈ কাৰ্যকালৰ বাবে অসমত চৰকাৰ চলাইছিল এইগৰাকী কংগ্ৰেছ নেতাই৷ অসম আন্দোলনৰ পিছৰে পৰা অসমৰ ৰাজনীতিত একপ্ৰকাৰ অস্পৃশ্য হৈ পৰিছিল কংগ্ৰেছ দল৷ তেনে সময়ত অসমত তেতিয়াৰ প্ৰতাপী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক গাদীচ্যুত কৰি তৰুণ গগৈৰ read more

তৰুণ গগৈলৈ পদ্মভূষণঃ পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসমৰ ৮ব্যক্তি কোন কোন

ডিজিটেল ডেস্কঃ পদ্ম সন্মান। দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান এইবাৰ প্ৰদান কৰা হয় দেশৰ ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট লোকক। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে এই বটাঁসমূহ। এইবেলি  ৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। এইবাৰ অসমৰো কেইবাগৰাকী বিশিষ্ট লোকক প্ৰদান কৰা হৈছে পদ্ম সন্মান। read more

আছে বহু অসুবিধা! বিয়াৰ দিন পিছুৱালে ৰণবীৰ-আলিয়াই

ডিজিটেল ডেস্কঃ বলিউদত এতিয়া চলিছে কেৱল বিয়াৰ চৰ্চা। আগন্তুক ২০২২ত কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক দিব অন্য এক ৰূপ। বৰ্তমান চৰ্চাত থকা কেটৰিণা আৰু বিকিৰ বিয়াখনো ২০২২তে সম্পন্ন বুলি সকলোৱে ধাৰণা কৰিছে। ইফালে সুদৰ্শন অভিনেতা ৰাজকুমাৰ ৰাৱ আৰু পত্ৰলেখাৰ বিয়াও অচিৰেই সম্পন্ন হব। এনেবোৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত থকা ৰণবীৰ আৰু read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme