1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:27 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এডাল কাঠপেঞ্চিলৰ বাবে আমেৰিকাত হাহাকাৰ…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ মনত পৰিছে ভাৰতলৈ। মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কিয় মনত পেলালে ভাৰতক। শক্তিশালী যুক্তৰাষ্ট্ৰখনতো আৰম্ভ হৈছে নেকি অৰ্থনৈতিক সংকট। কভিডে কঁকাল ভাঙিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰো। খ্ৰীষ্টমাছৰ পূৰ্বে সামগ্ৰীৰ দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাইছে আমেৰিকাতো। যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সহায়ৰ বাবে মনত পেলাইছে ভাৰত আৰু ব্ৰাজিলক। কি হৈছে আমেৰিকাত? আমেৰিকা যদিওবা মহাশক্তিধৰ দেশ read more

বিজেপিৰ দিনত কমিছেহে! কংগ্ৰেছৰ শাসন কালত বাঢ়িছিল চিলিণ্ডাৰৰ দামঃ তথ্যত প্ৰকাশ

ডিজিটেল ডেস্কঃ কৰোনাকেন্দ্ৰিক পৰিৱেশত দেশত ইন্ধনৰ পৰা আদি কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। মূল্যবৃদ্ধিক লৈ সকলোৱে কঠোৰভাৱে কটাক্ষ কৰিছে শাসকীয় মোডী নেতৃত্বাধীন চৰকাৰক। ৰাজনৈতিক বিৰোধী দলসমূহেও মূল্যবৃদ্ধিক লৈ সৰৱ হোৱা পৰিলক্ষিত হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছেও পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ কঠোৰ হৈছে। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় read more

বেংকৰ পৰা আপোনাৰ একাউন্টতো সোমাব পাৰে ১কোটি টকা! কিন্তু, সাৱধান

ডিজিটেল ডেস্কঃ   ১কোটি টকা! বহুতৰ বাবে সপোন সপোন লগা এটা বৃহত ধনৰাশি। বহুতে কিজানি এইটোও নাজানে যে কিমানটা শূণ্য হলে হয় এক কোটি। কিন্তু এগৰাকী ব্যক্তিৰ জীৱনৰ আহিল ১কোটিৰ সৌভাগ্য। এগৰাকী মধ্যবিত্ত লোকৰ একাউন্টত এদিন হঠাত সোমাল ১কোটি টকা। নিজৰ একাউন্টত ইমান বিশাল ধনৰাশি দেখি অবাক হল লোকজন। তাৰ পাছতে বেংকৰ সৈতে যোগাযোগ কৰিলে। লোকজনক read more

এই বিয়া গ্ৰহণযোগ্য নহয়! মালালাই ইংৰাজক বিয়া কৰাব লাগিছিল…

ডিজিটেল ডেস্কঃ মালালা ইউছুফজাই বিয়াত বহাৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম৷ ভিন্নজনে জনাইছে শুভেচ্ছা৷ নবেল বিজয়ী মালালাৰ বিবাহৰ খবৰকলৈ হৈ চৈ লাগি থকাৰ সময়তে লেখিকা তছলীমা নাছৰিণৰ এটা টুইটে আচম্বিত কৰি তুলিছে সকলোকে৷ কিয় তছলীমাই বিৰোধ কৰিছে এই বিবাহক? পাকিস্তানীক মালালাই বিয়া কৰোৱাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে! শান্তিৰ নবেল বিজয়ী মালালা ইউচুফজাই বিশ্বৰে এটা চিনাকী নাম৷ read more

অৱশেষত কেটৰিণাৰ বিবাহ! কেনেদৰে সাজু হৈছে বিকী কৌশাল…

ডিজিটেল ডেস্কঃ বিবাহত বহিব বলীউডৰ বহুকেইটা হেভিৱেট যুটি৷ বলিউডত এখন পিছত আনখন হেভীৱেট বিয়া৷ শেহতীয়াকৈ সমগ্ৰতে চৰ্চা চলিছে এখন বিশেষ বিবাহৰ৷ অভিনেত্ৰী কেটৰিণা কাইফ আৰু অভিনেতা বিকী কৌশলৰ বিবাহ৷ কম সময়তে বহু লোকৰ জনপ্ৰিয় যুটি হৈ পৰিছে বিকী-কেটৰ যুটি৷ বিকী-কেটৰ বিবাহৰ খবৰে খলকনি তুলিছে সমগ্ৰ দেশতে৷ বিকী-কেটৰ বিবাহৰ খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে read more

মুম্বাইত বিধায়কৰ প্ৰশিক্ষণ, ৰাজ্যত এইবাৰ পূৰ্ণগতিত হ’ব উন্নয়ন

ডিজিটেল ডেস্কঃ ৰাজ্যত নাই বিজেপি দলৰ বিধায়ক! কলৈ গৈছে শাসিত দলৰ বিধায়কসকল? অসম এৰি ৰাওনা হৈছে ইজনৰ পিছত সিজন বিধায়ক৷ বৃহস্পতিবাৰে ৰাজ্যত নাই সৰহসংখ্যক বিধায়কে৷ সমষ্টিৰ বুজ লবলৈ ১৪ তাৰিখলৈ অসমত নাথাকে বিজেপিৰ বিধায়কে৷ ১২, ১৩ আৰু ১৪ নৱেম্বৰত সমগ্ৰ দেশৰ বিজেপি বিধায়কসকলে অংশগ্ৰহণ কৰিব তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰত৷ দলৰ বিচাৰ ধাৰা, দলৰ আদৰ্শৰ লগতে read more

ষট পূজাৰ আনন্দৰ মাজতে অঘটন… ভয়াৱহ পথ দুৰ্ঘটনাই কাঢ়িলে ১০ জনৰ প্ৰাণ 

ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন অটোৰিক্সা আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১০ জন লোক নিহত হোৱাৰ লগতে এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷ ষট পূজাৰ পৰা উভতি অহাৰ সময়তে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনাটো। এ এছ-১০ এ চি ৫৭৮২ নম্বৰৰ অটোৰিক্সাখনৰ এনএল ০১ কিউ ০০৮৮ নম্বৰৰ read more

চাৰিওফালৰ পৰা তিৰষ্কাৰ-সমালোচনা! তাৰ মাজতো আজি শান্তিত শুব বিৰাট-অনুষ্কা

ডিজিটেল ডেস্কঃ খেলত পৰাজয়, বিভিন্ন তিৰষ্কাৰ-সমালোচনাৰ অন্তঃত আজিহে হয়তো কিছু শান্তিত শুব পাৰিব বিৰাট অনুষ্কাই। বিৰাটৰ কেৰিয়াৰত চলি থকা দুঃসময়ে পৰিয়ালটোকো যথেষ্ট চিন্তাত পেলাইছে। বিশেষকৈ বিৰাট কেপ্তেইন হিচাপে শেষৰখন চিৰিজ তথা টি-২০ বিশ্বকাপত অপ্ৰত্যাশিত পৰাজয়ৰ পাছত সকলো পক্ষৰ পৰাই কটু সমালোচনাৰ সন্মুখীন হৈছে। চলিত বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে পৰাজয় বৰণ কৰাৰ পাছত বিৰাট-অনুষ্কাৰৰ ১০মহীয়া কণমাণি কন্যাক read more

SBIত অৰাঁ হৈছে জাননীঃ বোৰ্খা পিন্ধা মহিলাৰ প্ৰৱেশ নিষেধ!

ডিজিটেল ডেস্কঃ বোৰ্খা পিন্ধা মহিলা বেংকত প্ৰৱেশ নিষেধ। ষ্টেট বেংকৰ এটা শাখাত ওলমি আছিল এনে নিৰ্দেশ প্ৰদান কৰা এখন জাননী। ইয়াৰ পিছতে চাৰিওফালে লাগিল হুৱা-দুৱা। কিয় বেংক কৰ্তৃপক্ষই এনে জাননী আঁৰিলে সেই প্ৰশ্ন কৰিবলৈও বেংকত উপস্থিত হল কেইবাটাও সংগঠনৰ নেতা-কৰ্মী। সমগ্ৰ দেশতে সংবাদ শিৰোনাম দখল কৰা এই কাণ্ড সংঘটিত হৈছে মুম্বাইৰ নেহৰু নগৰৰ বেংক শাখাত। read more

৫দিনত ১০০কোটি! অক্ষয়ৰ ছবিলৈ ধনৰ বৰষুণ

ডিজিটেল ডেস্কঃ খিলাড়ী কুমাৰৰ ছবি মানেই ছুপাৰহিট। তাতে যদি ছবিখনৰ পৰিচালনা কৰে ৰোহিত চেট্টীৰ দৰে পৰিচালকে তেন্তেতো কথাই নাই। আৰু অভূতপূৰ্ব এক সোৱাদ দৰ্শকে পোৱাৰ বাবেই Sooryavanshiয়ে এতিয়া প্ৰতিটো দিনাই ভাঙিছে ৰেকৰ্ড। শেহতীয়াকৈ ৫টা দিনত ১০০কোটিৰ ক্লাৱত প্ৰৱেশ কৰিছে ছবিখনে। এই কথা শেহতীয়াকৈ ৰাজহুৱা কৰিছে ছবি বিশ্লেষক তৰুণ আদৰ্শই। বৰ্তমানলৈকে ছবিখনে উপাৰ্জন কৰিছে ১০২.৮১কোটি টকা। read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme