1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:26 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিজেপি শাসিত ত্ৰিপুৰাত আক্ৰমণৰ সন্মুখীন প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়…

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত অব্যাহত নিৰ্বাচনী হিংসা৷ তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি দলৰ কৰ্মীসকলে৷ এই অভিযোগ আনিছে প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়ই৷ শনিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত বিজেপি কৰ্মীয়ে আক্ৰমনৰ লক্ষ্য কৰি লৈছে বাবুল সুপ্ৰিয়ক বুলি অভিযোগ আনিছে তৃণমূলৰ হেভিৱেট নেতাগৰাকীয়ে৷ আগৰতলাৰ ৰামনগৰত তৃণমূলৰ হৈ প্ৰচাৰ অভিযান চলাই থাকোতে বাবুল সুপ্ৰিয়ৰ গাড়ীক লক্ষ্য read more

এনিশাতে অসম আৰক্ষীৰ ৩টা এনকাউন্টাৰ…

ডিজিটেল ডেস্কঃ এনিশাত তিনিটা এনকাউন্টাৰ। অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ এই এনকাউন্টাৰ। শুকুৰবাৰে নিশা অসমৰ তিনিস্থানত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা। লামডিং, ডবকাৰ লগতে আমিনগাঁৱত  নিশা আৰক্ষীৰ এই এনকাউন্টাৰে কপাঁই গৈছে সমগ্ৰ অসম। আমিনগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী কৰাৰ লগতে ডবকা আৰু লামডিঙত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে।  শুকুৰবাৰৰ অভিযান কালত ৪কোটি টকাৰ read more

আহা সখী আহা বাই বৃন্দাবনে যাওঁ… ৰাজ্যত ৰাসৰ উল্লাস

ডিজিটেল ডেস্কঃ শৰতৰ স্নিগ্ধ ৰাতিত খোল তাল বাঁহীৰ শব্দত মুখৰিত সমগ্ৰ অসম। কিয়নো এইয়া যে ৰাসৰ সময়। ৰাস পূৰ্ণিমাৰ নিশা কৃষ্ণৰ লগত মতলীয়া গোপীগণ। ৰাজ্যজুৰি অব্যাহত কৃষ্ণবন্দনা। বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ লগতে অসমৰ প্ৰায়কেইখন জিলাই। বিশেষভাৱে ৰাসৰ কথা মনলৈ আহিলেই পোনতেই মনলৈ আহে এটকা মহন্তৰ স্থান মাজুলীৰ কথা। কৃষ্ণৰ বাঁহীৰ সুৰত প্ৰত্যেক বছৰৰ read more

অৱশেষত কৃষকৰ বিজয়…সেও মানিলে প্ৰধানমন্ত্ৰী মোদীয়ে!

ডিজিটেল ডেস্কঃ প্ৰায় এবছৰ ধৰি তিনিখনকৈ কৃষি আইন বাতিলৰ বাবে কৃষকে যি আন্দোলন অব্যাহত ৰাখিছিল সেই আন্দোলনে অৱশেষত সহাঁৰি পালে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দোলনৰ প্ৰতি সহাঁৰি জনাই বাতিল কৰিলে তিনিখনকৈ কৃষি আইন। চৰকাৰে জাপি দিয়া তিনিখনকৈ কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে তিনিখনকৈ আইন উঠাই ল’ব বুলি কোৱাৰ পিছতেই দেশৰ প্ৰায়কেইটা read more

আৰ্শীবাদ কৰক- ‘বাবলী’ মাতৃ হল…

ডিজিটেল ডেস্কঃ বলিউদৰ বাবলী মাতৃ হল। যমজ সন্তানৰ মাতৃ হোৱাৰ পিছত প্ৰীতি জিন্টাই অনুৰাগীক নিজে জনালে এই সুখবৰ। প্ৰীতিয়ে লিখিছে যে- মই আজি আপোনালোকক আমাৰ জীৱনৰ এটা খুব ধুনীয়া খবৰ দিব বিচাৰিছোঁ। মই আৰু মোৰ স্বামী জেনে আজি বহুত সুখী। আমাৰ হৃদয় মৰম আৰু কৃতজ্ঞতাৰে ভৰি আছে, কিয়নো আমাৰ ঘৰত দুটা যমজ সন্তান জয় জিণ্টা read more

নবহে, অলপো নলয় জিৰণিঃ মাজুলীত ইটোৰ পিছত সিটো অনুষ্ঠানত মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ ৰাসৰ বতৰ, এনেও উদুলি-মুদুলি সত্ৰনগৰী মাজুলী। তাতে বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।পুৱাই যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত দুৰ্ভাগ্যজনক নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিঃস্বাৰ্থভাৱে পীড়িতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাসকলৰ সাহসিকতাক অভিবাদন জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃতজ্ঞতাৰ চিনস্বৰূপে মাজুলীত এনে ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে অসম চৰকাৰৰ তৰফৰ পৰা। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে read more

স্পৰ্শই নিৰ্যাতন নহয়… বোম্বে হাইকৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়

ডিজিটেল ডেস্কঃ প্ৰতিদিনে দেশত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা৷ যৌন নিৰ্যাতন ৰোধৰ বাবে বহু আইন প্ৰণয়ন কৰা হৈছে যদিও এই আইনবোৰে কোনো সুফল দিয়া নাই৷ এই যৌন নিৰ্যাতনক লৈ উচ্চতম ন্যায়লয়ে প্ৰদান কৰিছে এক নতুন ৰায়৷ এই আইন অনুসৰি, যৌন নিৰ্যাতনৰ অপৰাধৰ ক্ষেত্ৰত শাৰিৰীক স্পৰ্শ জৰুৰী নহয়৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়লয়ে যৌন উৎপীড়ন প্ৰতিৰোধ আইন(পকচো ) read more

পুৰুষে শাৰী পিন্ধা ভাৰতৰে এখন ঠাই… এইয়া স্বকীয়তা নে পৰম্পৰা?

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত হিন্দু ধৰ্মৰ নিয়মেৰে ইশ্বৰক উপাসনা কৰা পৰম্পৰা বেলেগ-বেলেগ৷ এই পৰম্পৰাসমূহ পালন কৰি অতীজৰে পৰা মানুহে ইশ্বৰক পূজা-অৰ্চনা কৰি আছে৷ ইয়াৰে কিছুসংখ্যক পৰম্পৰা অতি আশ্চৰ্যকৰ৷ এই আশ্চাৰ্যকৰ নিয়ম পালন কৰিয়ে যুগ-যুগান্তৰৰ পৰা মানুহে ভগৱানক পূজা-অৰ্চনা কৰি আহিছে৷ কিন্তু কেতিয়াবা এনে আচৰিত পৰম্পৰাৰ কথা শুনিছেনে! যত দেৱীক পূজা-অৰ্চনা কৰাৰ বাবে পুৰুষে পৰিধান কৰে মহিলাৰ read more

শোচনীয় আমেৰিকাৰ অৰ্থনীতি! বিশ্বৰ প্ৰথমখন ধনী দেশলৈ পৰ্যবাসিত চীন…

ডিজিটেল ডেস্কঃ বিশ্বৰ ধনী-শক্তিবান দেশৰ কথা ক’লেই পোনতেই আমাৰ মনলৈ আহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা। কিন্তু এতিয়াৰে পৰা এই অভ্যাস সলনি কৰিব লাগিব আপুনিও। বিশ্বৰ প্ৰথমখন ধনী দেশৰ পৰা আমেৰিকাৰ স্থান তললৈ নামিল। বিশ্বৰ আটাইতকৈ ধনী দেশৰ স্থান লাভ কৰিছে চীনে। বিশ্ৱৰ ভিতৰতে ধনাঢ্য দেশত পৰিগণিত হৈছে চীন। ভাৰতৰ চুবুৰীয়া দেশ চীনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ধনী দেশৰ read more

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমীয়া ছবি ‘তুমি মালালাʼ…

ডিজিটেল ডেস্কঃ ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈ পৰিচালিত আৰু সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত সাতখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে ছবিখন। ‘তুমি মালালা’ই পাঁচখন আন্তৰাষ্ট্ৰীয় মহোৎসৱতে খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে। গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰাৰ উপৰিও read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme