কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ চ’ছিয়েল মিডিয়াত ‘Ghibli’-ৰ খলকনি ৷ চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ বাবে নতুন উন্মাদনা৷ ছ’চিয়েল মিডিয়াত ‘Ghibli ধুমুহাৰ পিছত, এনে লাগিছে যে আমি এতিয়া ‘Ghibli’ ৰ পৃথিৱীৰ বাসিন্দা হৈ পৰিছো , Open AI-ৰ GPT-4o-ৰ নব্য মডেল ‘Ghibli’৷ বৰ্তমান ‘Ghibli’ৰ উন্মাদনাই প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ শলাগ লোৱা প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰশংসা কৰিছে৷ যিকোনো চলচ্চিত্ৰখনৰ চিৰ পৰিচিত দৃশ্য, ট্ৰেজেডী,
read more