1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 3:41 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ডাইমণ্ড লীগৰ ফাইনেলত নীৰজ, অংশ ল’ব নোৱাৰিব আৰ্ছাদ নাদীমে

নীৰজ চোপ্ৰাই ডাইমণ্ড লীগ ফাইনেল ২০২৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কিন্তু তাত অংশ ল’ব নোৱাৰিব আৰ্ছাদ নাদীমে। ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ডাইমণ্ড লীগ ২০২৪ৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। ছেপ্টেম্বৰ মাহত বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু পাকিস্তানৰ আৰ্ছাদ নাদীমে এই প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। ১৩ ছেপ্টেম্বৰৰ পৰা ব্ৰাছেলছত অনুষ্ঠিত read more

টেলিভিশ্বন অভিনেত্ৰী হীনা খান পুনৰ আন এক ৰোগত আক্ৰান্ত!

টেলিভিশ্বনৰ বিখ্যাত অভিনেত্ৰী হিনা খানে জীৱনৰ আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। ষ্টেজ থ্ৰী স্তন কেন্সাৰৰ সৈতে যুঁজি আছে হিনা খান। কিন্তু স্তন কেন্সাৰৰ সৈতে যুঁজি থকাৰ মাজতো পুনৰ এক ৰোগে লগ লৈছে হীনা খানৰ। অভিনেত্ৰীগাৰকীয়ে দিয়া ইনষ্টাগ্ৰামৰ পোষ্টটোৰ জৰিয়তে জানিব পৰা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে যে কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াৰ read more

এই ৪ বিধ ফলে বিপদ মাতি আনিব পাৰে ফেটী লিভাৰ থকা ৰোগীসকলৰ বাবে

চৰ্বিযুক্ত যকৃতৰ অৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ সুষম আৰু স্বাস্থ্যসন্মত খাদ্য অতি গুৰুত্বপূৰ্ণ। চেনি আৰু কেলৰি বেছি থকা ফল পৰিহাৰ কৰিলে যকৃতৰ স্বাস্থ্য উন্নত হ’ব পাৰে। চৰ্বিযুক্ত যকৃত এক গুৰুতৰ চিকিৎসাজনিত অৱস্থা। ইয়াত যকৃতত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। আচলতে প্ৰাৰম্ভিক পৰ্যায়ত ইয়াক ঠিক কৰাটো অতি সহজ। কিন্তু যদি ইয়াক বহুদিনলৈ আওকাণ কৰা হয়, তেন্তে ইয়াৰ ফলত read more

বন্ধুত্ব সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰাখিব !

সম্পৰ্ক এটা জীয়াই ৰখা অতি কঠিন! কিয়নো বৰ্তমান সময়ত প্ৰকৃত প্ৰেম, সঁচা বন্ধুত্ব খুবেই দুৰ্লভ। খং, ক্ষোভ, ঈৰ্ষা, বিশ্বাসঘাটকতা আদিৰ মাজত সম্পৰ্ক এটা ৰক্ষা কৰাটো অতি কঠিন। কিন্তু তাৰ মাজতে ধৰি ৰাখিব লাগিব এটা সম্পৰ্ক। প্ৰতিজন ব্যক্তিয়ে এনে সম্পৰ্কত থকাৰ যোগ্য য’ত তেওঁ নিজৰ সংগীৰ পৰা সন্মান, মৰম আৰু বুজাবুজি লাভ কৰে। বন্ধুত্ব সম্পৰ্ক এটা read more

কোনো ঔষধ বা চাহ খাব লগা নহয়, ফ্ৰীজত ৰখা এই বস্তুবিধেই নাইকীয়া কৰিব মূৰৰ বিষ

ৰাতি যদি আপোনাৰ মূৰটো বিষত ফাটিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি ঔষধ বা চাহ খাবলগীয়া নহয়, ইয়াৰ বিপৰীতে আপোনাৰ ফ্ৰীজত ৰখা বিশেষ এবিধ সামগ্ৰীয়েই দূৰ কৰিব মূৰৰ বিষ। আচলতে কোনো সময়ত মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ আৰু চাহৰ প্ৰয়োজন নহয়। তৎক্ষণাত সকাহ পাবলৈ বৰফ লগাব পাৰে। ঘৰতে কেনেকৈ তৎক্ষণাত মূৰৰ বিষ দূৰ কৰিব পাৰিব: মূৰৰ read more

কিয় ১০ দিন পালন কৰে গণেশ চতুৰ্থী, জানি লওঁক ইয়াৰ আঁৰৰ কাৰণ

হিন্দু ধৰ্মত গণেশ চতুৰ্থী (গণেশ চতুৰ্থী ২০২৪) উৎসৱৰ অতি গুৰুত্ব আছে। এই বিশেষ উৎসৱটো ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয়। ভদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱতা শ্ৰী গণেশৰ বাবে ঘটিছিল। কিন্তু এই উৎসৱ আগন্তুক ১০ দিন পালন কৰা হয়। ১০ দিন কিয় গণেশ উৎসৱ পালন কৰা হয়? বিশ্বাস কৰা read more

সমাপ্তিৰ দিশে ৪০ বছৰীয়া বৰ্ণিল কেৰিয়াৰ! হঠাতেই কিয় অৱসৰৰ সিদ্ধান্ত এলভিছৰ

সন্তৰণবিদ এলভিছ আলী হাজৰিকাৰ এক সিদ্ধান্তই আচৰিত কৰিছে সকলোকে, ৪০ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সমাপ্তি কৰিব এলভিছ আলী হাজৰিকাই। অতিশীঘ্ৰেই জলকোঁৱৰ হিচাপে খ্যাত এলভিছ আলী হাজৰিকাই আৰম্ভ কৰিব চাৰিটা নতুন ইভেণ্ট। চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব সন্তৰণবিদগৰাকীয়ে ৪ টাকৈ দুঃসাহসিক অভিযান। ছি লিংকৰ পৰা মুম্বাই গেটলৈ মুঠ ৪৫ কিলোমিটাৰ সাতুৰিব এলভিছ আলী হাজৰিকাই। ইয়াৰ বাবে read more

শৰীৰৰ ভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিব পাৰে জেতুকা…

জেতুকা এবিধ সকলোৰে পৰিচিত উদ্ভিদ। ৰঙালী বিহুত জেতুকা নহলেই নহয়। ৰঙালী বিহুৰ বাহিৰেও বছৰৰ আন আন সময়ত অসমৰ মানুহে ৰং লগাবলৈ বা বিভিন্ন ৰোগৰ ঔষধ হিচাপে জেতুকা ব্যৱহাৰ কৰে। নাচনি বুলিলেই বহাতত জেতুকাৰ বোল। পিছে জেতুকা কেৱল বিহুৰ সময়তে নহয়, আপোনাৰ শৰীৰৰ সৰু সৰু ভিনিন ৰেগৰ বাবে জেতুকা প্ৰয়োজনীয়। . জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি read more

এইসমূহ গুৰুতৰ ৰোগৰ বাবে ম্লান পৰিব পাৰে আপোনাৰ দৃষ্টিশক্তি

চকুৰ বহু ৰোগত পোহৰ সঠিকভাৱে কেন্দ্ৰীভূত হ’ব নোৱাৰে, যাৰ বাবে স্মাৰ্টফোন আৰু লেপটপৰ অত্যধিক ব্যৱহাৰেও দৃষ্টিশক্তি ম্লান হোৱাৰ সমস্যাৰ সৃষ্টি কৰিছে। আজিকালি জীৱনশৈলী ইমানেই বেয়া হৈ পৰিছে যে চকুৰ লগত জড়িত সমস্যা বাঢ়িছে। সৰুৰে পৰা মানুহৰ দৃষ্টিশক্তি ম্লান হ’বলৈ আৰম্ভ কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, চকুৰ বহু ৰোগৰ বাবে স্পষ্টকৈ দেখা নোপোৱাৰ সমস্যা হ’ব পাৰে। কিন্তু read more

৪ দিনৰ বাবে গুৱাহাটী হ’ব একেবাৰেই বেলেগ

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এমাহ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰো উলহ-মালহেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে পূজা উদযাপন সমিতিসমূহ। বিগত বৰ্ষৰ দৰে এইবাৰো ব্যতিক্ৰমী থীমেৰে ভক্তপ্ৰাণ ৰাইজক চমক দিবলৈ সাজু হৈছে মহানগৰীৰ কেইখনমান বিশেষ পূজা। গুৱাহাটীৰ দুৰ্গা পূজা বুলি ক’লে মনলৈ আহে ৰিহাবাৰীৰ বিলপাৰৰ দুৰ্গা পূজাৰ লগতে বেলতলা লক্ষ্মী মন্দিৰ পূজা, পাণ্ডুৰ কালিবাৰী read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme