1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:15 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ছালৰ উজ্বলতাৰ বাবে নেমু পানী খাওঁক!

নেমুৰ পানী এনে এক পানীয় যিটো ভাৰতৰ বেছিভাগ ঠাইতে জনপ্ৰিয়, কিন্তু আপুনি জানেনে যে প্ৰতিদিনে ৰাতিপুৱা নেমুৰ পানী খালে আপোনাৰ মেদবহুলতা হ্ৰাস পোৱাই নহয় বহু ৰোগৰ পৰাও আঁতৰি থাকিব , নেমুৰ পানী সেৱনে আপোনাৰ আপোনাৰ চেহেৰা বৃদ্ধি কৰে । স্বাস্থ্যৰ ওপৰত নেমুৰ পানীৰ আটাইতকৈ ডাঙৰ উপকাৰ হ’ল ই বৃক্কৰ পাথৰৰ পৰা সকাহ দিয়ে কাৰণ পাথৰে read more

অতি সহজে ঘৰতে কেক বনাবলৈ শিকোঁ আহক!

কেক খাই ভাল পাই নে আপুনি? নিশ্চয় পায় নহয় নে? পিছে কেক বনাবলৈ ইমান সামগ্ৰী লাগে আৰু ইমান সময় লাগে যে বনাই খাবলৈ মন নোযোৱা হৈ পৰে৷ পিছে আজি আপোনালোক এটি অতি সহজ উপায় দিম যাৰ জৰিয়তে ঘৰতে কেক বনাব পাৰিব. প্ৰথমে আপুননি এটা মেৰিগল্ড বিস্কুটৰ পেকেট আনি বিস্কুট খিনি এটা পাত্ৰত লৈ লওঁক তাৰ read more

অত্যাধিক আনাৰস খালে হ’ব পাৰে সমস্যা

যিসকলে আনাৰস বেছিকৈ খায় তেওঁলোকে সাৱধান হওক! আনাৰস বেছিকৈ খালে এই ৪ টা বেয়া প্ৰভাৱ শৰীৰত পৰিব পাৰে, অনাৰসত ভিটামিন চি, মেংগানিজ আৰু পাচন এনজাইম আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰে। অৱশ্যে অনাৰস খোৱাৰ কিছু সমস্যাও আছে, যিবোৰৰ বিষয়ে আপুনি জনাটো উচিত। . আনাৰসত প্ৰচুৰ পৰিমাণে গ্লুক’জ আৰু চুক্ৰ’জ পোৱা read more

নহৰুৰ কিছুমান গুণাগুণ সম্পৰ্কে!!

নহৰু ব্যৱহাৰ কৰি চৰ্দি, কাহৰ পৰা ৰক্ষা পাব পাৰি। আপুনি যদি সদায় ফিট হৈ থাকিব বিচাৰে তেন্তে পুৱাই খালী পেটত ৪টাকৈ নহৰু খাবলৈ লওঁক। নহৰুৱে হজম বৃদ্ধিত সহায় কৰে। মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভজা নহৰু পিহি দাঁতত লগাওঁক। লগতে জানক গাখীৰৰ সৈতে নহৰু মিহলাই খালে কি হয়? . গাখীৰৰ সৈতে নহৰু মিহলাই খালে read more

খালী পেটত সেৱন কৰক কুহুমীয়া পানীৰ লগত এচামুচ ঘিউ এসপ্তাহৰ ভিতৰতে দেখিব ফল

অতীজৰে পৰা জনা গৈছে যে ঘিউ খোৱাৰ অনেক উপকাৰিতা আছে। কিন্তু আজিকালি মানুহে ডায়েটিঙৰ বাবে ঘিউ নাখায়। কেতিয়াবা ঘিউৰ লগত ৰোটি খোৱা আৰু কেতিয়াবা ঘিৰ লগত দালি আৰু ভাত খোৱাৰ বহু উপকাৰ পোৱা যায়। কিন্তু আপুনি জানেনে যে প্ৰতিদিনে খালী পেটত এগিলাচ ঘিউ মিহলি কুহুমীয়া পানী খাব লাগে। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ খাদ্যাভ্যাসৰ read more

আপুনি সদায়েই সুখী হৈ থাকিবৰ বাবে মাত্ৰ এই ৫টা অভ্যাস গঢ়ি তোলক!

প্ৰায় লোকেই ঘৰ আৰু অফিচৰ চিন্তা ইমান বেছি কৰিবলৈ লয় যে সুখী হবলৈ পাহৰিয়েই যায় তেওঁলোক। এনে সময়ত আপুনি কেইটামান টিপছ মানি চলক দেখিব আপুনি চিৰজীৱন সুখী হৈ পৰিছে. . আপোনাৰ জীৱনত য়ি বেয়া হৈ গৈছে তাক মনত পেলাই দুখ কৰি নাথাকিব। নিজৰ জীৱনলৈ পজিটিভ সলনি আনক। . নিজৰ ফেমিলি, প্ৰিয়জনৰ ওপৰত গুৰুত্ব দিয়ক। . read more

– গৰমত লৰা-ঢপৰা কৰি আহি ফ্ৰিজৰ শীতল পানী পান নকৰিব!

গৰমত লৰা-ঢপৰা কৰি আহি ফ্ৰিজৰ শীতল পানী পান কৰাটো আপোনাৰ অভ্যাস নেকি? যদিহে অধিক শীতল পানী খোৱাৰ অভ্যাস গঢ়ি তুলিছে, তেতিয়াহ’লে ইয়ে আপোনাৰ শৰীৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে। শৰীৰ চৰ্চা বা কাম কৰাৰ পিছতো অধিক শীতল পানী খোৱা উচিত নহয়। কাৰণ শৰীৰ চৰ্চাৰ পিছত দেহৰ তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ বেছি পৰিমাণে বৃদ্ধি পায়। এই সময়ত ঠাণ্ডা read more

মাত্ৰ ৪৮বছৰতে মৃত্যুক আকোৱালি ল’ব লগা হয় অভিনেতা বিকাশ শেঠীয়ে

মাত্ৰ ৪৮বছৰ বয়সতে মৃত্যুক আকোৱালি ল’লে অভিনেতা বিকাশ শেঠীয়ে। হাৰ্টএটেক হোৱাৰ বাবে মৃত্যু হয় অভিনেতা গৰাকীৰ। kahin toh hoga, kasoti jindegi ki এনেধৰণৰ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে কভী খুসী কভী গম ছবিখনটো অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। মৃত্যু সময়ত বিকাশ শেঠীয়ে পত্নী জাহ্ণৱী শেঠী আৰু দুটি যমজ সন্তানক এৰি read more

চকলেটৰ পৰা কি কি সমস্যা হ’ব পাৰে?

চকলেট আপোনাৰ প্ৰিয় নিশ্চয়। পিছে জানেনে অত্যাধিক পৰিমাণে চকলেট খালে কি কি সমস্যা হ’ব পাৰে? . হাড় দুৰ্বল হ’ব পাৰে: বেছিকৈ চকলেট খালে হাড় দুৰ্বল হ’ব পাৰে। এক প্ৰতিবেদন অনুসৰি চকলেটৰ ফলত অষ্টিঅ’পৰ’ছিছ হ’ব পাৰে। সীমিত পৰিমাণৰ চকলেট খালে বেয়া নহয় . চকলেট খালে ওজন বৃদ্ধি হব পাৰে। বেছিকৈ চকলেট খালে মোটা হ’ব পাৰে। শৰীৰৰ read more

সামাজিক মাধ্যমৰ আতৰি থাকিলে ই কিদৰে প্ৰভাৱ পেলাব আপোনাৰ জীৱনত?

আমাৰ বেছিভাগৰে বাবে ছ’চিয়েল মিডিয়া এই যুগৰ আটাইতকৈ ডাঙৰ নিচা। একাংশ লোক বহু ঘন্টা ধৰি ছ’চিয়েল মিডিয়াৰ কবলত আবদ্ধ হৈ থাকে আৰু কোনোবাই যিকোনো কাম কৰিবলৈ পাহৰি যায়। ইয়াৰ দ্বাৰা কিছু তথ্য পোৱা যায় যদিও যদি ইয়াক অভ্যাসত পৰিণত কৰা হয়, তেন্তে ইয়াৰ বহু অসুবিধাও আছে। পৰিস্থিতি ইমানেই বেয়া হৈছে যে কিছুমান ধনী দেশত আনকি read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme