1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:28 am

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ৫০লাখ টকাৰ অনুদান সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ…

  • Update Time : Friday, September 30, 2022

 

  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ৫০লাখ টকাৰ অনুদান ঘোষণা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ।
  • সাংসদ পুঁজিৰ পৰা বিশ্ববিদ্যালয়খনৰ উন্নয়ণৰ বাবে পঞ্চাছ লাখ টকাৰ অনুদান ঘোষণা কৰে সাংসদগৰাকীয়ে।
  • ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত নৱাগত আদৰণি সভাত মুখ্য অতিথিৰূপে অংশ লৈ এই ঘোষণা কৰে তেওঁ।
  • শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ধন্যবাদ জনায় সাংসদ মাৰ্ঘেৰিটাক।
  • আজিৰ নৱাগত আদৰণি অনুষ্ঠানত যুৱ-ছাত্ৰ সমাজৰ সৈতে আলোচনাতো মিলিত হয় মাৰ্ঘেৰিটা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme