1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:57 am

সাংসদ আছাদ্দুদিন ওৱেছিৰ বাহনলৈ গুলীচালনা কৰা দুজন যুৱকক গ্ৰেপ্তাৰ

  • Update Time : Friday, February 4, 2022

ডিজিটেল ডেস্কঃ সাংসদ আছাদ্দুদিন ওৱেছিৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী যুৱকৰ ভিডিঅ ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছে যুৱকদুজনক। উল্লেখ্য যে, মিৰাটৰ পৰা প্ৰচাৰ সভাত ভাগ লৈ উভতাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল।

যোৱা বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ওৱেছিৰ বাহনলৈ প্ৰায় ৩-৪জাই গুলী বৰ্ষণ কৰিছিল যুৱককেইজনে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme