1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:28 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

নাচি-বাগি আদৰণি! ৩১ডিচেম্বৰতেই অধিক বাঢ়িল অমিক্ৰ’ন…

  • Update Time : Saturday, January 1, 2022
ডিজিটেল ডেস্কঃ দেশবাসীয়ে উলহ-মালহেৰে আদৰিলে ২০২২ক। চাৰিওফালে আনন্দ, স্ফূৰ্তি-তামাচা, কিন্তু এই আনন্দৰ সমান্তৰালভাৱে দেশৰ বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা।  পহিলা দিনটোত দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৩১। শুকুৰবাৰ অথাত ৩১ ডিচেম্বৰত দেশত আক্ৰান্তৰ বৃদ্ধিৰ হাৰ ৩২শতাংশ।
সমগ্ৰ দেশৰ ভিতৰতে অমিক্ৰনত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ৪৫৪গৰাকী লোক এতিয়ালৈকে আক্ৰান্ত হৈছে অমিক্ৰনত। ইয়াৰ পিছতে আছে দিল্লী। দিল্লীত ৩৫১ লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে। অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই কেন্দ্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ অৱকাশো নথকা নহয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme