1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:11 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

নাচি-বাগি আদৰণি! ৩১ডিচেম্বৰতেই অধিক বাঢ়িল অমিক্ৰ’ন…

  • Update Time : Saturday, January 1, 2022
ডিজিটেল ডেস্কঃ দেশবাসীয়ে উলহ-মালহেৰে আদৰিলে ২০২২ক। চাৰিওফালে আনন্দ, স্ফূৰ্তি-তামাচা, কিন্তু এই আনন্দৰ সমান্তৰালভাৱে দেশৰ বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা।  পহিলা দিনটোত দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৩১। শুকুৰবাৰ অথাত ৩১ ডিচেম্বৰত দেশত আক্ৰান্তৰ বৃদ্ধিৰ হাৰ ৩২শতাংশ।
সমগ্ৰ দেশৰ ভিতৰতে অমিক্ৰনত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ৪৫৪গৰাকী লোক এতিয়ালৈকে আক্ৰান্ত হৈছে অমিক্ৰনত। ইয়াৰ পিছতে আছে দিল্লী। দিল্লীত ৩৫১ লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে। অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই কেন্দ্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ অৱকাশো নথকা নহয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme