1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:58 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

নুমলীগড় নাহৰফুটুকীৰ আক্ৰমণত আহত এজন…

  • Update Time : Saturday, January 29, 2022

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নুমলীগড়ৰ ঢলাগুৰি চাহ বাগিচাত এটা নাহৰফুটুকীৰ আক্ৰমণত আহত হয় এজন লোক। চাহ বাগিচাত কৰ্মৰত অৱস্থাত থাকোতেই আক্ৰমণ কৰে বাঘটোয়ে।

বাঘৰ আক্ৰমণত আহত লোক জনৰ নাম শোকদাস গোৱালা বুলি জানিব পৰা গৈছে। পৰবৰ্তী সময়ত আহত লোকজনক ঢলাগুৰি চাহ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে ‍২১ জানুৱাৰীত নুমলীগড়ৰ কাষৰীয়া চলাবিল অঞ্চলত নাহৰফুটুকিৰ আক্ৰমণত চাৰিজন লোক আহত হোৱাৰ ঘটনা সংঘটিত হোৱাৰ লগতে আহত লোককেইজনৰ প্ৰত্যাক্ৰমণত নাহৰফুটুকিটোৰ মৃত্যু হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme