1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

সকলোৱে কৰক প্ৰাৰ্থনাঃ জ্ঞানপীঠ নীলমণি ফুকনৰ স্বাস্থ্য অতি সংকটজনক…

  • Update Time : Wednesday, January 18, 2023

ডিজিটেল ডেস্কঃ  নিজৰ সৃষ্টিৰ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কাব্যঋষি নীলমণি ফুকন গুৰুতৰভাৱে অসুস্থ। শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, তেওঁৰ স্বাস্থ্য অতিকৈ অৱনতি ঘটিছে। যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়াল।

তেখেতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কবিগৰাকীৰ ঘৰতেই স্থাপন কৰা আই চি ইউত প্ৰদান কৰা হৈছে চিকিৎসা। কেইবাগৰাকী চিকিতসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ বজাই ৰাখিছে।

কবিগৰাকীৰ আশু আৰোগ্য কামনাৰে শেহতীয়াকৈ গুণমুদ্ধ সকলে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme